Thursday , February 27 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক

আঞ্চলিক

বামুণি গাঁৱত ৩৬ গৰাকী মহিলা উদ্যোগীক সম্বৰ্ধনা

  , ষ্টাফৰিপোৰ্টাৰ,২৬ ফেব্ৰুৱাৰী।।।ইণ্টাৰগ্লোব ফাউণ্ডেশ্যনৰ পুঁজিৰে ধৃতি-“দ্যা কাৰেজ উইডইনে ৰূপায়ন কৰা প্ৰগতি প্ৰকল্পৰ অধীনত ক্ষুদ্ৰ উদ্যোগৰ আৰ্হিৰে মহিলাসকলক এশ শতাংশ প্ৰাকৃতিকভাৱে পচন হোৱা তামোলৰ পাতৰ প্লেট সাজি উলিয়াবলৈ মহিলা সকলক অন্তৰ্ভুক্তকৰণ কৰা হৈছে। ইয়াত ইণ্টাৰগ্লোব ফাউনণ্ডেচনে পুঁজি যোগান ধৰাৰ বিপৰীতে অসম ভিত্তিক তামোল প্লেট মাৰ্কেটিং প্ৰাইভেট লিমিটেডে কৰিকৰী সুবিধা আগবঢ়াইছে। …

Read More »

নগৰিকত্ব সংশোধনী আইন ( কা) বাতিল, গণতন্ত্ৰ ৰক্ষা আৰু জীৱন-জীৱিকাৰ অধিকাৰৰ দাবীত চি পি আই ( এম-এল) ৰ প্ৰচাৰ অভিযান

  ষ্টাফৰিপোৰ্টাৰ , ২৬ ফেব্ৰুৱাৰী : নগৰিকত্ব সংশোধনী আইন ( কা) বাতিল, গণতন্ত্ৰ ৰক্ষা আৰু জীৱন-জীৱিকাৰ অধিকাৰৰ দাবীত চি পি আই ( এম-এল) য়ে প্ৰচাৰ অভিযান আৰম্ভ কৰিব- বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত চি পি আই (এম এল) ৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদমেল যোগে এই কথা সদৰী কৰে চি পি আই …

Read More »

ভাৰতৰ শিক্ষা সংস্কাৰত বিদ্যা ভাৰতীয়ে এক বিশেষ ভূমিকা পালন কৰি আহিছে – ৰামকৃষ্ণ ৰাও

ভাৰতৰ শিক্ষা সংস্কাৰত বিদ্যা ভাৰতীয়ে এক বিশেষ ভূমিকা পালন কৰি আহিছে – ৰামকৃষ্ণ ৰাও পঙ্কজ নাথ, চাংসাৰি, ২৬ ফ্ৰেব্ৰুৱাৰী : মুক্তধাৰা সভাগাৰ, আগৰতলাত প্ৰয়াত কৃষ্ণ চন্দ্ৰ গান্ধী সোঁৱৰণী বঁটা কালি ২৫ ফেব্ৰুৱাৰীত প্ৰদান কৰা হয়। বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ৰামকৃষ্ণ ৰাওঁ, স্বামী চিত্ৰৰঞ্জন মহাৰাজ, ত্ৰিপুৰাৰ উপমূখ্যমন্ত্ৰী জিশ্ৰু দেৱ শৰ্মাই দীপ …

Read More »

নলবাৰীৰ নাট্য মন্দিৰত চলচ্চিত্ৰ উৎসৱ- ২০২০

নলবাৰীৰ নাট্য মন্দিৰত চলচ্চিত্ৰ উৎসৱ- ২০২০ *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৬ ফেব্ৰুৱাৰী* অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত অহা ২৭ আৰু ২৮ ফেব্ৰুৱাৰীত নলবাৰী নাট্যমন্দিৰত দুদিনীয়া চলচ্চিত্ৰ মহোৎসৱ- ২০২০ ৰ আয়োজন কৰিছে বুলি জানিব পৰা গৈছে ৷ ২৭ ফেব্ৰুৱাৰীত দিনৰ ১১ বজাত পৰিচালক জাহ্নু …

Read More »

আজি মণিৰাম দেৱানৰ ১৬২ বছৰীয়া মৃত্যু দিৱসঃ

আজি মণিৰাম দেৱানৰ ১৬২ বছৰীয়া মৃত্যু দিৱসঃ অসমৰ প্ৰথম গৰাকী পঞ্জীকৃত ব্যৱসায়ীৰ প্ৰতি চেম্বাৰছ অৱ কমাৰ্ছৰ সন্মান : আয়োজন কৰিছে ‘উদ্যমিতা দিৱস’ঃ এতিয়াও স্বীকৃতি লাভ কৰা নাই শ্বহীদ গৰাকীয়ে* শিৱসাগৰ , ২৬ ফেব্ৰুৱাৰী : মণিৰাম দেৱান।স্বাধীনতা আন্দোলনৰ অসমৰ অন্যতম প্ৰথম শ্বহীদ।বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন অসমৰ পৰা ওফৰাই পেলোৱাৰ চেষ্টা …

Read More »

নাজিৰাত যক্ষ্মাৰোগৰ সজাগতা সভা

নাজিৰাত যক্ষ্মাৰোগৰ সজাগতা সভা ফাষ্টনিউজ ৰিপৰ্ট, নাজিৰা, ২৬ ফেব্ৰুৱাৰী সংশোধিত ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্ৰন আঁচনিৰ অধীনত শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ গেলেকী গোটৰ উদ্যোগত আজি নাজিৰাৰ হোটেল ভিল্লাত এখনি যক্ষ্মাৰোগ সজাগতা সভা সম্পন্ন হয় । এই সজাগতা সভাত জিলা বিষয়া ডা০ উদয়াদিত্য ৰাজকোঁৱৰে উপস্থিত সংৱাদকৰ্মী সকলক যক্ষ্মাৰোগ কেনেদৰে বিয়পে আৰু ইয়াৰ কেনেদৰে …

Read More »

ভৱানীপুৰৰ চাৰালপাৰাত আধাৰশিলা স্থাপন

ভৱানীপুৰৰ চাৰালপাৰাত আধাৰশিলা স্থাপন সঞ্জীৱ দাস, ভৱানীপুৰ, ২৬ ফেব্ৰুৱাৰীঃ ভৱানীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰালপাৰাত আজি এটি পকী পথৰ আধাৰশিলা স্থাপন কৰে সৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক তথা হাউচফেডৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। উল্লেখ্য, ভৱানীপুৰ বিধানসভা সমষ্টিৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চাৰালপাৰা গাঁওলৈ যোৱা পথটো গড়কাপ্টানি বিভাগৰ এছ অ’ পি ডি- …

Read More »

গোলাঘাট আঞ্চলিক ছাত্ৰসন্থাৰ সহ : সম্পাদক মাধুৰ্য্যজিৎ বৰাৰ অকাল বিয়োগ

গোলাঘাট আঞ্চলিক ছাত্ৰসন্থাৰ সহ : সম্পাদক মাধুৰ্য্যজিৎ বৰাৰ অকাল বিয়োগ : গোলাঘাট ,২৬ ফেব্ৰুৱাৰী : গোলাঘাট জিলা ছাত্ৰসন্থাৰ সক্ৰিয় কৰ্মী তথা গোলাঘাট আঞ্চলিক ছাত্ৰসন্থাৰ সহকাৰী সাধাৰণ সম্পাদক মাধুৰ্য্যজিৎ বৰা আৰু নাই। সকলোৰে মাজত ‘আলু’ নামেৰে অতিকৈ জনপ্ৰিয় ছাত্ৰনেতাজন আজি গুৱাহাটীৰ হায়াট হস্পিতেলত সকলোকে কন্দুৱাই অকাল মৃত্যুক সাৱটি লয়। জানিব পৰা …

Read More »

ৰঙিয়াত এদিনীয়া উদ্যোগিক সজাগতা শিবিৰ সম্পন্ন

ৰঙিয়াত এদিনীয়া উদ্যোগিক সজাগতা শিবিৰ সম্পন্ন ৰাজ্যত উদ্যোগীকৰণে এক নতুন মাত্ৰা লৈছে—উপায়ুক্ত কমল কুমাৰ বৈশ্য প্ৰতিবেদক, ৰঙিয়া,২৬ ফেব্ৰুৱাৰী : গুৱাহাটীৰ জালুকবাৰীৰ পৰা কুকুৰমাৰা আৰু টিহুলৈ উদ্যোগিক কৰিড’ৰৰ সৃষ্টি হৈছে । উদ্যোগ স্থাপনৰ বাবে ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে যুৱশক্তি আগবাঢ়ি আহিছে। ৰাজ্যত উদ্যোগীকৰণে এক নতুন মাত্ৰা লৈছে, এয়া এক …

Read More »

কেন্দ্ৰীয় বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা অসমীয়া ভাষা প্ৰৱৰ্তনৰ দাবী

  ষ্টাফৰিপোৰ্টাৰ, ২৩ ফেব্ৰুৱাৰী : গ্ৰীষ্মকালিন বন্ধ অসমৰ জলবায়ুৰ সৈতে সংগতি ৰাখি দিয়াৰ লগতে ছাত্ৰ- ছাত্ৰীৰ বৌদ্ধিক, মানসিক উন্নতি কল্পে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা সন্দৰ্ভত দেওবাৰ অভিভাৱক ঐক্য মঞ্চ, কেন্দ্ৰীয় বিদ্যালয় খানাপাৰাৰ বাৰ্ষিক অধিবেশন ত বিতং ভাৱে আলোচনা কৰা হয়। মেঘালয়ৰ ইউ এছ টি এমৰ প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত হোৱা মুকলি …

Read More »