Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক (পৃষ্ঠা 10)

আঞ্চলিক

যুদ্ধ হ’ব নেকি?

ক্ৰম‍ান্বয়ে বেয়াৰ ফালে ঢাল খাইছে ভাৰত-পাকিস্তানৰ সম্পৰ্কৰ পৰিস্থিতি। ভাৰতৰ বিৰুদ্ধে পাক প্ৰধানমন্ত্ৰীয়ে আওপকীয়াকৈ যুদ্ধৰ ইংগিত দিয়াৰ পিছত ভাৰতীয় সেনা বাহিনীয়েও কাশ্মীৰত অশান্তি সৃষ্টি কৰিব বিচৰা শত্ৰুক নি:শেষ কৰি দিয়া হব বুলি কৈছে। কাশ্মীৰ বিষয়টোক একপ্ৰকাৰ দিকবিহীন হৈ পৰা পাকিস্তানে কিবা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে বুলি সৰ্বত্ৰ চৰ্চা চলিছে। যুদ্ধ …

Read More »

ৰঙিয়াত প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী ভৱেশ কলিতাই 

ৰঙিয়াত প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী ভৱেশ কলিতাই প্ৰতিবেদক, ৰঙিয়া, ৮ আগষ্টঃ প্ৰধানমন্ত্ৰী আৱাস বিকাশ অভিযান হল ভাৰত চৰকাৰৰ গৃহ নিৰ্মান তথা নগৰী দৰিদ্ৰতা নিৰ্মুলীকৰন মন্ত্ৰালয়ৰ এক অভিযান।এই অভিযানৰ মূল উদ্দেশ্য হল ২০২২ চনৰ ভিতৰত দেশৰ সকলো নাগৰিককে বাসগৃত ব্যৱস্থা যোগান ধৰা যেতিয়া আমাৰ দেশখনে স্বাধীনতা লাভ …

Read More »

ৰঙিয়া মহকুমা প্ৰশাসনৰ সুধাকণ্ঠক ভাৰতৰত্ন প্ৰদানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন*

ৰঙিয়া মহকুমা প্ৰশাসনৰ সুধাকণ্ঠক ভাৰতৰত্ন প্ৰদানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন* *ৰঙিয়া মহকুমা প্ৰশাসনৰ সুধাকণ্ঠক ভাৰতৰত্ন প্ৰদানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন* প্ৰতিবেদক, ৰঙিয়া, ৮ আগষ্টঃ কেন্দ্ৰীয় চৰকাৰে আজি সুধাকণ্ঠলৈ মৰণোত্তৰ ভাৱে আগবঢ়োৱা ‘ভাৰতৰত্ন’, বটাঁ পুত্ৰ তেজ হাজৰিকাই সন্ধিয়া ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰা সময়ত ৰাজ্য চৰকাৰে সকলো প্ৰশাসনিক কাৰ্য্যালয় সমূহত সুধাকণ্ঠৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্জ্ব্বলনেৰে …

Read More »

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান মটক সংগঠনৰ

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান মটক সংগঠনৰ চাবুৱাঃ ৮ আগষ্টঃ মুখ্যমন্ত্রী সর্বানন্দ সােনােৱালৰ সাহায্য পুঁজিলৈ সদৌ অসম মটক সন্মিলন আৰু সদৌ অসম মটক যুৱ-ছাত্র সন্মিলনৰ তৰফৰ পৰা ৫১ হাজাৰ টকা সাহায্য প্রদান কৰা হয়। সদৌ অসম মটক সন্মিলন কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক কাজল গোহাঁই আৰু সদৌ অসম মটক যুৱ ছাত্র সন্মিলন …

Read More »

উত্তৰ পূৱৰ সবাতোকৈ পুৰণি অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীৰ এক নতুন ৰূপ

  ষ্টাফ ৰিপোৰ্টাৰ,,,৭ আগষ্ট ।।। ৮ আগষ্টৰ সন্ধিয়া ৭-১৫ বজাৰ পৰা উত্তৰ পূৱৰ সবাতোকৈ পুৰণি অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীৰ এক নতুন ৰূপ। কিয়নো, ৮ আগষ্টৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ৭২ বছৰীয়া ‘ক’ শাখাক ‘আকাশবাণী এফ এম. মহাবাহু'(মহামিলনৰ মহাসেতু) নামেৰে জনা যাব। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল আয়োজন কৰি এই …

Read More »

সংযোগ বিচিন্ন হব পাৰে নামৰূপ আৰু চৰাইডেউ জিলাৰ,

সংযোগ বিচিন্ন হব পাৰে নামৰূপ আৰু চৰাইডেউ জিলাৰ, নামৰূপ দিল্লী হ নৈৰ ওপৰত নিৰ্মিত একমাত্ৰ লুহৰ দলঙলৈ ভাৱুকী। দলঙৰ এইটো পাৰে অৰ্থাৎ নামৰূপৰ দিশত মাত্ৰ প্ৰায় বাৰ ফুট লাগি আছে পকী খুটাৰ ওপৰত যদিও আনহাতে গঢ়া খহনীয়া অব্যাহত আছে ভিচুৱেল মন কৰক।শীঘ্ৰে বিহিত ব্যৱস্থা সংশ্লিষ্ট বিভাগে নললে কোন সময়ত অঘটন …

Read More »

মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ বঙাইগাঁও শোধনাগাৰ কৰ্মচাৰীৰ ১৭ লক্ষাধিক টকাৰ বৰঙণি

মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ বঙাইগাঁও শোধনাগাৰ কৰ্মচাৰীৰ ১৭ লক্ষাধিক টকাৰ বৰঙণি বঙাইগাঁওঃ ৭ আগষ্টঃ অসমৰ বানাক্ৰান্ত ৰাইজৰ বাবে ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰ গোটৰ কৰ্মচাৰীয়ে নিজাববীয়াকৈ মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১৭,৭৯,০৮৩ টকাৰ বৰঙণি আগবঢ়াইছে । আজি দিছপুৰস্থিত কাৰ্যালয়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি শোধনাগাৰটোৰ ভাৰপ্ৰাপ্ত মুখ্য মহা প্ৰৱন্ধক অমৰেন্দ্ৰ …

Read More »

বঙাইগাঁৱত জিলা মাধ্যমিক অতিৰিক্ত (ঠিকাভিত্তক) শিক্ষক সন্থাৰ অৱস্থান ধৰ্মঘট

বঙাইগাঁৱত জিলা মাধ্যমিক অতিৰিক্ত (ঠিকাভিত্তক) শিক্ষক সন্থাৰ অৱস্থান ধৰ্মঘট বঙাইগাঁওঃ৭ আগষ্টঃ চৰকাৰী শোষণ-বঞ্চনা, প্ৰতাৰণা আৰু ষড়যন্ত্ৰৰ বিৰুদ্ধে আজি সদৌ অসম মাধ্যমিক অতিৰিক্ত (ঠিকাভিত্তিক ) শিক্ষক সন্থাৰ অন্তৰ্গত বঙাইগাঁও জিলা সমিতিয়ে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ বঙাইগাঁও জিলাৰ বিদ্যালসমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় চৌহত পুৱা ১১ বজাৰ …

Read More »

শিৱসাগৰত আৰম্ভ পঞ্চম ৰেংকিং বেডমিন্টন টুৰ্ণামেণ্ট ২০১৯

শিৱসাগৰত আৰম্ভ পঞ্চম ৰেংকিং বেডমিন্টন টুৰ্ণামেণ্ট ২০১৯। ফাৰ্ষ্ট নিউজ , ঐতিহাসিক চাওলুং চুক্যাফা ইনড’ৰ ষ্টেডিয়ামত আৰম্ভ হৈছে পঞ্চম ৰেংকিং বেডমিন্টন টুৰ্ণামেণ্ট ২০১৯। শিৱসাগৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু অসম বেডমিন্টন সন্থাৰ সহযোগত আয়োজিত এই বেডমিন্টন টুৰ্ণামেণ্টৰ আজিৰে পৰা আৰম্ভ হৈছে । ৭ আগষ্টৰ পৰা ৯ আগষ্টলৈকে হবলগীয়া এই ৰেংকিং বেডমিন্টন …

Read More »