Wednesday , January 29 2020
Home / আঞ্চলিক (পৃষ্ঠা 140)

আঞ্চলিক

নলবাৰীত পি কে গ্ৰুপৰ স্বত্বাধিকাৰী প্ৰদীপ কলিতাৰ প্ৰশংসনীয় পদক্ষেপ

নলবাৰীত পি কে গ্ৰুপৰ স্বত্বাধিকাৰী প্ৰদীপ কলিতাৰ প্ৰশংসনীয় পদক্ষেপ বানত ক্ষতিগ্ৰস্ত প্ৰায় সাতশ লোকক প্ৰদান কৰিলে বান সাহাৰ্য্য গুৱাহাটীৰ পি.কে. গ্ৰুপৰ স্বত্বাধিকাৰী প্ৰদীপ কলিতাৰ নেতৃত্বত তথা মেৰিকো লিমিটেড,পি.কে. ফেন ক্লাৱ আৰু নৱপ্ৰদীপ্ত ছ’চাইটিৰ সৌজন্যত আজি নলবাৰী জিলাৰ অন্তৰ্গত বানপীড়িত অঞ্চল সমূহত বান সাহায্য প্ৰদান কৰা হয়।উল্লেখ্য যে জিলাখনৰ নমাটি মধ্য …

Read More »

সমাজৰত্ন আন্তঃৰাষ্ট্ৰীয় বঁটাৰে গহপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে শংকৰ লাল আগৰৱালাই

সমাজৰত্ন আন্তঃৰাষ্ট্ৰীয় বঁটাৰে গহপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে শংকৰ লাল আগৰৱালাইগ গহপুৰ,২০জুলাই: ১৪ জুলাই তাৰিখে এন.আৰ. বি ফাউণ্ডেচন তথা কলমকাৰ মঞ্চৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় মৈত্ৰী সন্মিলন আৰু ইণ্ডিয়ান বেষ্টিজ এৱাৰ্ড ২০১৯ নামৰ অনুষ্ঠানটো আয়োজন কৰে।উক্ত অনুষ্ঠানত লেখক, সমাজ সেৱক,শিক্ষা, কলা, জ্যোতিষ, কৃষি লগতে সমাজৰ বিভিন্ন দিশত গৌৰৱ কঢ়িয়াই অনা মুঠ ১০৮ গৰাকী …

Read More »

লেজাই কলাখোৱাত বান সাহায্য বিতৰণ

লেজাই কলাখোৱাত বান সাহায্য বিতৰণ চাবুৱা,২০ জুলাই ঃ ডিব্ৰুগড় জিলা পশ্চিম ৰাজহ চক্ৰ অৰ্ন্তগত লেজাই কলাখোৱা অঞ্চলৰ কেইবাখনো গাওঁ ব্ৰহ্মপুত্ৰ,দিহিং আৰু চেঁচা নদীৰে ক্ষতিগ্ৰস্ত কৰা লোকসকলক আজি সদৌ অসম মটক সন্মিলন আৰু সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে সাহায্য বিতৰণ কৰা হয়। দুৰ্গতসকলক সাহায্য প্ৰদান কৰা সময়ত সদৌ অসম মটক …

Read More »

চাবুৱাত স্নাতক কলা শাখাৰ সুখ্যাতিৰে উত্তীর্ণ দুই শিক্ষার্থীক অভিনন্দন

চাবুৱাত স্নাতক কলা শাখাৰ সুখ্যাতিৰে উত্তীর্ণ দুই শিক্ষার্থীক অভিনন্দন চাবুৱাঃ ২০ জুলাইঃ দৰিদ্রতাক নেওচি ২০১৯ বৰ্ষৰ স্নাতক কলা শাখাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত চাবুৱা ডি ডি আৰ মহাবিদ্যালয় পৰা নৱম আৰু লাহােৱল মহাবিদ্যালয় পৰা দশম স্থান অধিকাৰী হৈ নাদুৱা গাঁৱৰ লগতে চাবুৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা নাদুৱা গাঁৱৰ দুই মেধাৱী শিক্ষার্থী …

Read More »

শিৱসাগৰৰ তনভী দত্তই লাভ কৰিলে “গ্লেম নৰ্থইষ্ট কিডচ্ ২০১৯” খিতাপ

শিৱসাগৰৰ তনভী দত্তই লাভ কৰিলে “গ্লেম নৰ্থইষ্ট কিডচ্ ২০১৯” খিতাপ। ফাষ্ট্ৰ নিউজ , শিৱসাগৰ ২০ জুলাই : সাংস্কৃতিক নগৰী শিৱসাগৰলৈ সুখবৰ কঢ়িয়াই আনিলে তনভী দত্তই। গুৱাহাটীৰ আই টি এ মাছখোৱাত মাৰ্ফ ইনষ্টিটিউটে আয়োজন কৰা “গ্লেম নৰ্থ ইষ্ট ২০১৯ চিজন ২ ত” মিছ কিডচ্ খিতাপ অৰ্জন কৰে। উত্তৰপূৰ্বাঞ্চলৰ শতাধিক প্ৰতিযোগীয়ে অংশ …

Read More »

বঙাইগাঁও জিলাৰ বান পৰিস্থিতিৰ কিছু উন্নতি

বঙাইগাঁও জিলাৰ বান পৰিস্থিতিৰ কিছু উন্নতি বৰ্তমানো বহু গাঁও বানৰ কৱলত বানত মৃত্যু হোৱা দয়াল দাসৰ পৰিয়ালক চাৰি লাখ টকাৰ আৰ্থিক সাহায্যৰ চেক প্ৰদান বানত ক্ষতিগ্ৰস্ত মথাউৰী, পথ, দলং, বিদ্যালয়, স্বাস্থ্য কেন্দ্ৰ ,অংগনবাড়ী কেন্দ্ৰ বঙাইগাঁওঃ ১৯ জুলাইঃ বঙাইগাঁও জিলাৰ বান পৰিস্থিতি লাহে লাহে উন্নত হ’বলৈ ধৰিছে ৷ জিলাখনৰ বানৰ কৱলত …

Read More »

আউনীআটী সত্ৰৰ পঞ্চদশ সত্ৰাধিকাৰ শ্ৰীশ্ৰী বিষ্ণু চন্দ্ৰ দেৱ গোস্বামীৰ স্মৃতিত শতবৰ্ষীয় উৎসৱ

আউনীআটী সত্ৰৰ পঞ্চদশ সত্ৰাধিকাৰ শ্ৰীশ্ৰী বিষ্ণু চন্দ্ৰ দেৱ গোস্বামীৰ স্মৃতিত শতবৰ্ষীয় উৎসৱ।নাট্যসংকলন আৰু স্মাৰক গ্ৰন্থ উন্মোচন: পৰাণজ্যোতি বৰা, মাজুলী,১৯জুলাই: আউনীআটী সত্ৰৰ পঞ্চদশ সত্ৰাধিকাৰ শ্ৰীশ্ৰী বিষ্ণু চন্দ্ৰ দেৱ গোস্বামীৰ মৃত্যু শতবাৰ্ষিকী উৎসৱ দুদিনীয়া কাৰ্যসূচীৰে সত্ৰখনত উদযাপন কৰা হয়। আজি দুপৰীয়া সত্ৰাধিকাৰৰ চ’ৰাত সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীৰ পৌৰুহিত্যত এক স্মৃতিচাৰণ সভা অনুষ্ঠিত …

Read More »

চিৰাঙৰ বিজনীৰ নিকটৱৰ্তী টোলগে’টত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ পাঁচ সৰৱৰাহকাৰী গ্ৰেপ্তাৰ

চিৰাঙৰ বিজনীৰ নিকটৱৰ্তী টোলগে’টত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ পাঁচ সৰৱৰাহকাৰী গ্ৰেপ্তাৰ বঙাইগাঁওঃ ১৯ জুলাইঃ চিৰাং আৰু চুবুৰীয়া জিলা সমূহত ড্ৰাগছৰ সৰৱৰাহ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত চিৰাং জিলাৰ আৰক্ষী প্ৰশাসনে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ এই অভিযানৰ অংশ হিচাপে যোৱা নিশাও (বৃহস্পতিবাৰ) চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই …

Read More »

জালুকবাৰী সমষ্টিৰ গৌৰীপুৰত আৰক্ষী চকীৰ সন্মূখতে বাইক চুৰিকাণ্ড

জালুকবাৰী সমষ্টিৰ গৌৰীপুৰত আৰক্ষী চকীৰ সন্মূখতে বাইক চুৰিকাণ্ড। পঙ্কজ নাথ, চাংসাৰি, ১৯ জুলাই : জালুকবাৰী সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটী, গৌৰীপুৰ আদি অঞ্চলত দিনে দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। আজি দুপৰীয়া উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীৰ সন্মূখৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা বেংক অফ ইণ্ডিয়াৰ শাখাটোৰ সন্মুখৰ পৰা আৰক্ষীৰ …

Read More »

ব্ৰহ্মপুত্ৰ বৰ্ডে আন্তৰিকতাৰে কাম কৰা নাই : মুখ্যমন্ত্ৰী

ৰাজ্যৰ জলসম্পদ মন্ত্ৰীৰ সৈতে নিজ সমষ্টি মাজুলীৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ : ব্ৰহ্মপুত্ৰ বৰ্ডক কঠোৰ সকীয়নী মুখ্যমন্ত্ৰীৰ ব্ৰহ্মপুত্ৰ বৰ্ডে আন্তৰিকতাৰে কাম কৰা নাই : মুখ্যমন্ত্ৰী হাতীৰ আক্ৰমণত নিহত পৰিয়ালক সাক্ষাৎ কৰি ৪ লাখ টকাৰ এককালীন সাহাৰ্য্য প্ৰদান জিলা প্ৰশাসনেৰে বান পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা বৈঠক: দক্ষিণপাটৰ পৰা পৰাণজ্যোতি বৰা, মাজুলী, ১৯ …

Read More »