Wednesday , January 29 2020
Home / আঞ্চলিক (পৃষ্ঠা 150)

আঞ্চলিক

শুৱালকুছিত আছু নেতাৰ পৰিচয়েৰে অবৈধ সুৰা ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহঃ আৰক্ষীত গোচৰ ৰুজু আছুৰ

  পঙ্কজ নাথ , চাংসাৰি, ২৮ জুন : কামৰূপ জিলাৰ অন্তৰ্গত শুৱালকুছিত বিগত কিছু দিন ধৰি বৃদ্ধি পাইছে অবৈধ সুৰাৰ বিপনী। এই সম্পৰ্কত শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰিংকুমণি দাস আৰু সাধাৰণ সম্পাদক চিৰঞ্জীৱ দাসে শুৱালকুছি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱকান্ত খাউণ্ডক ব্যৱস্থা গ্ৰহণৰ দাবীৰে যোৱা ৬ জুনত প্ৰদান কৰিছিল …

Read More »

মঙ্গলদৈত প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ প্ৰতিমূৰ্তি দাহ

  বিজেপিৰ ৰ পৰা বহিস্কাৰ কৰাৰ দাবীত শতাধিক যুৱক, এবিভিপি কৰ্মীৰ # মঙ্গলদৈৰ বিধায়ক গুৰুজ্যোতি দাসৰ বিৰুদ্ধে ৰমেন ডেকাই ষড়যন্ত্ৰ কৰাৰ অভিযোগ বিধায়কৰ সমৰ্থকৰ । মঙলদৈ, ২৮ জুন :- বিজেপিৰ এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা হোৱাৰ পিছতো নিজৰ অকামণ্যতাৰ বাবে এইবেলিৰ লোকসভা নিৰ্বাচনত টিকট হেৰুৱাই নিজৰ ভৰিৰ তলৰ মাটি উচন হোৱা …

Read More »

প্ৰাদেশীকৃত বিদ্যালয়ত মজিয়াত বহি শিক্ষা গ্ৰহণ কণ-কণ ছাত্ৰ-ছাত্ৰীৰ

ৰাজ্যৰ শিক্ষাখণ্ডৰ ফোঁপোলা ছবি ৷ ৷ কাজিৰঙা, ২৮ জুন : বিকশিত অসমৰ বিকাশ এতিয়া ৰাজ্যৰ সৰ্বত্ৰতে পৰিস্ফুট হৈ পৰিছে ৷ৰাজ্যখনত বিকাশৰ ক্ষেত্ৰত সকলোতকৈ আগবাঢ়ি থকা বিভাগটোৱেই হৈছে শিক্ষা বিভাগ ৷ ৰাজ্যৰ শিক্ষাখণ্ডৰ উন্নয়নৰ নামত বৰ্তমানৰ চৰকাৰখনে যিমানেই ধাক-ঢোল নবজাওক কিয় প্ৰতিদিনেই ৰাজ্যখনৰ চুকে-কোণে উন্মোচিত হবলৈ ধৰিছে উন্নয়নৰ নামত ইয়াৰ বিপৰীত …

Read More »

আলফাৰ সমৰ্থনত ফেচবুকত পোষ্ট : শিৱসাগৰত গ্ৰেপ্তাৰ অ’এনজিচিৰ জুনিয়ৰ অফিচাৰ 

 শিৱসাগৰ ২৮ জুন : ফেচবুক বৰ্তমৰ সমাজৰ ভাল আধুনিকতাৰ পৰিবেশ সৃষ্টিৰ প্ৰযুক্তি হিচাপে মানুহে ধৰিললেও ই কোনো কোনোৰ বাবে অভিসাপ স্বৰূপটো পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে | আলফাৰ সমৰ্থনত পোষ্ট দি গ্ৰেপ্তাৰ হ’ল অ’এনজিচিৰ এজন জুনিয়ৰ অফিচাৰ । গ্ৰেপ্তাৰ হোৱা অ’এনজিচিৰ বিষয়া গৰাকীৰ নাম হৈছে জ্ঞানদ্বীপ গগৈ । ফেচবুকত এতিয়া …

Read More »

আলফাৰ সমৰ্থনত ফেচবুকত পোষ্ট : শিৱসাগৰত গ্ৰেপ্তাৰ অ’এনজিচিৰ জুনিয়ৰ অফিচাৰ   

শিৱসাগৰ ২৮ জুন : ফেচবুক বৰ্তমৰ সমাজৰ ভাল আধুনিকতাৰ পৰিবেশ সৃষ্টিৰ প্ৰযুক্তি হিচাপে মানুহে ধৰিললেও ই কোনো কোনোৰ বাবে অভিসাপ স্বৰূপটো পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে | আলফাৰ সমৰ্থনত পোষ্ট দি গ্ৰেপ্তাৰ হ’ল অ’এনজিচিৰ এজন জুনিয়ৰ অফিচাৰ । গ্ৰেপ্তাৰ হোৱা অ’এনজিচিৰ বিষয়া গৰাকীৰ নাম হৈছে জ্ঞানদ্বীপ গগৈ । ফেচবুকত এতিয়া …

Read More »

মৃত্যুৰ কীৰিলিতো বুকু কপা নাই সুৰা ব্যৱসায়ীৰ । নাজিৰাত নিতৌ আবিস্কাৰ হৈছে ড্ৰামে ড্ৰামে চুলাই আৰু অবৈধ সুৰা

    নাজিৰাঃ ২৮জুন সমগ্ৰ ভাৰত-বৰ্ষ জোকাৰি যোৱা  ফেব্ৰুৱাৰী মাহত সংঘটিত চুলাই ট্ৰেজেডীত গোলাঘাট আৰু যোৰহাট জিলাৰ প্ৰায় ডেৰশ জন সুৰা সেৱনকাৰীৰ অকাল মৃত্যুৰ ঘটনাই কোনো অনুশোচনা জগাব পৰা নাই অবৈধ সুৰাৰ ব্যৱসায়ী সকলক ।নাজিৰা  মহকুমা প্ৰশাসনৰ আৱকাৰী পৰিদৰ্শকৰ নেতৃত্বত যোৱা ১১ মাৰ্চ পৰা ৪ এপ্ৰিল পৰ্য্যন্ত চলোৱা অভিযানৰ সময়ত …

Read More »

৭ জুলাইত মাজুলীৰ দক্ষিণপাট সত্ৰত আনুষ্ঠানিকভাৱে শুভাৰম্ভ হব বৃন্দাবনী বস্ত্ৰৰ বয়নৰ কাম : অসমীয়া চহকী বয়ন শিল্প আকৌ এবাৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হব:

 :মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল দক্ষিণপাট সত্ৰৰ পৰা পৰাণজ্যোতি বৰা,মাজুলী,২৭ জুন: মাজুলীৰ দক্ষিণপাট সত্ৰত আনুষ্ঠানিকভাৱে শুভাৰম্ভ হব বৃন্দাবনী বস্ত্ৰৰ বয়নৰ কাম । দক্ষিণপাট সত্ৰৰ বিশেষ প্ৰচেষ্টাত প্ৰস্তুত হবলগীয়া অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ প্ৰস্তুত সন্দৰ্ভত আজি অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ প্ৰস্তুতি সমিতিয়ে  দক্ষিণপাট সত্ৰৰ অতিথি গৃহত এক সংবাদ মেল সম্বোধন …

Read More »

শ্বহীদ নিৰোদ শৰ্মাৰ ঘৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল 

    নলবাৰীৰ প্ৰয়াত বিজেপি নেতা অতুল শৰ্মাৰ পৰিয়ালৰো খবৰ ললে মুখ্যমন্ত্ৰী গৰাকীয়ে।   প্ৰণৱজ্যোতি কলিতা, নলবাৰী ২৭জুন: দক্ষিণ কাশীৰৰ অনন্তনাগত দেশৰ বাবে আত্মবলিদান দিয়া বীৰ শ্বহীদ নলবাৰীৰ দহকাউনিয়াৰ ঘৰত স্মৃতিচাৰণ সভাত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। স্মৃতিচাৰণ সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰী সোনোৱালে শ্বহীদগৰাকীৰ স্মৃতিত উলিওৱা স্মৃতিগ্ৰন্থখনি উন্মোচন কৰে। …

Read More »

বৰপেটা চহৰৰ নাবালিকা আক্ৰমনকাৰী যুৱকক আটকঃ বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ

৷ বৰপেটা, ২৭ জুনঃ বৰপেটাৰ ৰাজপথত নাবালিকাক চুৰিকাঘাটৰ ঘটনাৰ সৈতে জড়িত অভিযুক্ত যুৱকজনক আটক ৷ ধৃত অভিযুক্তটোৰ নাম আকাশ দাস ৷ বৰপেটা চহৰৰ পালাংদিহাটীত ঘৰ অাকাশ দাস নামৰ অভিযুক্তটোৰ ৷ আজি বৰপেটা আৰক্ষীয়ে আটক কৰে যুৱকজনক ৷ অভিযুক্তটোক আটকৰ পিচতেই আৰক্ষীয়ে বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায় ৷ মঙলবাৰে …

Read More »

ৰঙিয়াৰ পালাৰাৰ শ্বহীদ বীৰ জোৱান সুনীল কলিতাৰ বাসগৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ৰঙিয়াৰ পালাৰাৰ শ্বহীদ বীৰ জোৱান সুনীল কলিতাৰ বাসগৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল শ্বহীদ গৰাকীৰ মহান ত্যাগ অথলে নাযায় – মুখ্যমন্ত্ৰী সোনোৱাল। উত্তৰ কামৰূপ , ২৭ জুনঃ  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি আবেলি ৪.৪৫ মিনিটত ২৮ মে’ত ঝাৰখণ্ডত মাওবাদীৰে হোৱা সংঘৰ্ষত আহত হৈ দিল্লীৰ এইমছত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰা অসমৰ বীৰ …

Read More »