Thursday , April 2 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক (পৃষ্ঠা 160)

আঞ্চলিক

শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ সমাধিস্থলীত কাৰ্গিল বিজয় দিৱস পালন

*শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ সমাধিস্থলীত কাৰ্গিল বিজয় দিৱস পালন* আজি কাৰ্গিল বিজয় দিৱস । ১৯৯৯ চনৰ আজিৰ দিনটোতে ভাৰতে কাৰ্গিল যুদ্ধত পাকিস্তানক পৰাস্ত কৰি কাৰ্গিলৰ উচ্চ শিখৰত ভাৰতীয় পতাকা উত্তোলন কৰিছিল ৷ তেতিয়াৰ পৰাই বিগত 20 বছৰ ধৰি আজিৰ দিনটো কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰি অহা হৈছে ৷ গোলাঘাটৰ …

Read More »

১৩ জনীয়া সমিতি সম্প্ৰসাৰণৰ দাবী কোচ ৰাজবংশী জাতীয় মহাসভাৰ

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ সমিতি প্ৰসংগ ১৩ জনীয়া সমিতি সম্প্ৰসাৰণৰ দাবী কোচ ৰাজবংশী জাতীয় মহাসভাক বঙাইগাঁওঃ ২৬ জুলাইঃ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু অসমৰ আন্দোলনকাৰীৰে ১৯৮৫ চনত সম্পাদিত হোৱা অসম চুক্তিৰ ৬ নং দফা সাংবিধানিক ৰক্ষা কৱচ বৰ্তমান কেন্দ্ৰত অধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰে কাৰ্যকৰী কৰাৰ বাবে যি পদক্ষেপ …

Read More »

চিৰাঙৰ কাজলগাঁৱত শিশুৰ মৃত্যু

জাপানীজ এনকেফেলাইটিছৰ সংহাৰ অব্যাহত চিৰাঙৰ কাজলগাঁৱত শিশুৰ মৃত্যু বঙাইগাঁওঃ২৫ জুলাইঃ ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ সংহাৰ অব্যাহত আছে । স্বাস্থ্য বিভাগৰ ব্যৰ্থতা উদঙাই এই ৰোগত মৃত্যুৰ সংখ্যা নিতৌ বৃদ্ধি পাবলৈ ধৰিছে । বিটিএডিৰ চিৰাং জিলাৰ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত প্ৰথমগৰাকী শিশু মৃত্যুমুখত পৰিছে । প্ৰাপ্ত তথ্য মতে চিৰাং জিলা সদৰ কাজলগাঁৱৰ পাৰ্শ্বৱৰ্তী …

Read More »

বঙাইগাঁও জিলাৰ বান পৰিস্থিতিৰ সামান্য উন্নতি

বঙাইগাঁও জিলাৰ বান পৰিস্থিতিৰ সামান্য উন্নতি বৰ্তমানো বানৰ কৱলত আছে ১৭১ খন গাঁও বঙাইগাঁওঃজুলাই ২৫ঃ একেৰাহে তিনিদিন বিৰতিৰ পাছত আজি বতৰ ভাল হোৱাত বঙাইগাঁও জিলাৰ বানাক্ৰান্ত ৰাইজৰ মনত সঞ্চাৰ কৰিলে আশা আৰু কিছু সকাহৰ। লগতে বতৰে যদি পুনৰ বিধি পথালি নিদিয়ে, তেতিয়াহ’লে অতি সোনকালেই বঙাইগাঁও জিলাই বানৰ কৱলৰ পৰা মুক্ত …

Read More »

অসমৰ বন্যাৰ্তক সহায়ৰ বাবে অমৃত চিমেণ্টে মুকলি কৰিলে ‘এটা স্বাক্ষৰ পাচ টকা’ শীৰ্ষক অভিযান

  ষ্টাফৰিপৰ্টাৰ , ২৫ জুলাই, গুৱাহাটী – উত্তৰ পূৱৰ আগশাৰীৰ চিমেণ্ট প্ৰস্তুতকাৰী প্ৰতিষ্ঠান অমৃত চিমেণ্টে অসমৰ বানাক্ৰান্ত লোকসকলক সহায়ৰ বাবে এক ব্যতিক্ৰমী তথা বৃহৎ কৰ্প’ৰেট সামাজিক দায়বদ্ধতা কাৰ্যসূচী গ্ৰহণ কৰিছে। শেহতীয়াকৈ সমগ্ৰ অসমতে বানে অতি ভয়াবহ ৰূপ ধাৰণ কৰি বিশৰো অধিক জিলাৰ ৫০ লাখৰো অধিক লোকক আক্ৰান্ত কৰিছে। সমগ্ৰ ৰাজ্যখনতে …

Read More »

বন বিভাগৰ কেজুৱেল কৰ্ম্মীৰ স্থায়ী নিযুক্তিৰ আবেদন

বন বিভাগৰ কেজুৱেল কৰ্ম্মীৰ স্থায়ী নিযুক্তিৰ আবেদন সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ২৫ জুলাইঃ সদৌ অসম বন বিভাগ কেজুৱেল কৰ্মী সংস্থাই কেজুৱেল কৰ্মীসকলৰ স্থায়ী নিযুক্তিৰ বাবে চৰকাৰক দাবী জনাইছে। উল্লেখ্য যে, অসমৰ বিভিন্ন বন সংমণ্ডলত ৬২৩ জন কেজুৱেল কৰ্মীয়ে দহ বছৰৰো অধিক কাল ২৪০ টকা দিন মজুৰি হিচাপত কাৰ্যনিৰ্বাহ কৰি আহিছে …

Read More »

ভৱানীপুৰত প্ৰমীলাৰাণী ব্ৰহ্ম, ৰণজিৎ দাস

ভৱানীপুৰত প্ৰমীলাৰাণী ব্ৰহ্ম, ৰণজিৎ দাস ——————————————– বানপীড়িত লোকক সাহায্য বিতৰণ সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ২৫ জুলাইঃ অসম চৰকাৰৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই আজি ভৱানীপুৰ সমষ্টিত উপস্থিত হৈ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰী গৰাকীয়ে আজি সমষ্টিটোৰ সানিকুৰা, ৰূপহী, চেংলিমাৰীকে ধৰি ভালেকেইটা অঞ্চলৰ ক্ষয়-ক্ষতিৰ বুজ লৈ সাহায্য প্ৰদানত গুৰুত্ব আৰোপ কৰে। …

Read More »

কংগ্ৰেছ নেতৃত্বাধীন হোজাই জিলা পৰিষদ ভঙ্গ

হোজাই জিলা পৰিষদ ভঙ্গ : আস্থা ভোটত পৰাজিত ৰেজিয়া চুলতানা ::কংগ্ৰেছৰ নেতৃত্বৰ বলি কংগ্ৰেছ সদস্যা মোৰাঝাৰ ২৫ জুলাই আজি আনুষ্ঠানিকভাৱে ভংগ কৰা হয় এ আই ইউ ডি এফৰ সহযোগত গঠিত হোৱা কংগ্ৰেছ নেতত্বাধীন হোজাই জিলা পৰিষদ ।যোৱা ৩ জুলাইত হোজাই জিলাৰ মুখ্য‌ কাৰ্যবাহী বিষয়া পংকজ কুমাৰ ডেকাৰ ওচৰত জিলা পৰিষদৰ …

Read More »

৪০,তম সদৌ অসম আন্ত:জিলা, চাব জূনিয়ৰ,জুনিয়ৰ

৪০,তম সদৌ অসম আন্ত:জিলা, চাব জূনিয়ৰ,জুনিয়ৰ।(পুৰুষ/মহিলা)ৰ বস্কিং প্ৰতিযোগিতা খনি আজিৰ পৰা(২৫,২৬,২৭)২০১৯,জুলাই, লৈ তিনি দিনীয়া কাৰ্যসূচীৰে নামৰূপ বি ভি এফ চি এল,বিহু মন্দপ ভৱনত আৰম্ভ হৈছে।নাহৰকটীয়া এমেচাৰ ব FCক্সিং এচছিয়েছনৰ উদ্যোগত তথা অসম এমেচাৰ বক্সিং এচছিয়েছনৰ সহযোগত আৰু ইন্দিয়ান এমেচাৰ বক্সিং ফেদাৰেচনৰ অধীনত কেইবা শতাধিক প্ৰতিযোগিৰ যোগ দানেৰে প্ৰথম বাৰলৈ নামৰূপত …

Read More »

স্বামীহাৰা জুমনিৰ বিননি শুনিব কোনে?

#স্বামীহাৰা জুমনিৰ বিননি শুনিব কোনে? #৬ বছৰীয়া কেচুৱা কোলাত লৈ ন্যায়ৰ অপেক্ষাত পাচঁ বছৰ জামুগুৰিহাট, ২৫ জুলাইঃ ৬ বছৰীয়া সন্তানটি লৈ যোৱা পাচঁটা বছৰে ন্যায়ালয়ৰ পৰা এটা ইতিবাচক ৰায়ৰ আশাত অপেক্ষা কৰি আছে মহিলা গৰাকীয়ে।পিছে সুদীৰ্ঘ ৫ বছৰ অতিক্ৰম হোৱাৰ পাচতো অাজিকোপতি ন্যায় বিচাৰি পোৱা নাই জামুগুৰিহাটৰ বাহবৰীয়া গাৱৰ এই …

Read More »