Wednesday , January 29 2020
Home / আঞ্চলিক (পৃষ্ঠা 165)

আঞ্চলিক

খোৱাঙত গাহৰি ভক্ষণ কৰি আঁ‌তংকিত ডেৰ শতাধিক লোক

খোৱাঙত গাহৰি ভক্ষণ কৰি আঁ‌তংকিত ডেৰ শতাধিক লোক । ভিৰ কৰেহি স্বাস্থ্য কেন্দ্ৰত । খোৱাং,৬ জুনঃ  এটা গাহৰি ভক্ষণ কৰি আতংকিত হৈছে খোৱাঙৰ এখন গাঁ‌ৱৰ ডেৰ শতাধিক লোক । প্ৰাপ্ত খবৰ অনুসৰি খোৱাং কলৌলোৱা দেউৰী গাঁ‌ৱত মঙ্গলবাৰে এটা বলীয়া কুকুৰে কামোৰা গাহৰি ভক্ষণ কৰি আঁ‌তংকিত হৈ পৰে গাওঁখনৰ প্ৰায় ডেৰ …

Read More »

জামুগুৰিহাটত “সেৱা”ৰ দিহানাম প্ৰতিযোগীতাৰ সামৰণি

#দিকৰাইগুৰি দললৈ শ্ৰেষ্ঠত্বৰ সন্মান৷ #সৰস্বতী বৰা প্ৰথম শ্ৰেষ্ঠা নামতি৷ জামুগুৰিহাটৰ পৰা জোন বৰা,৬ জুন:জামুগুৰিহাটৰ স্বেচ্ছাসেৱী সংগঠণ “সেৱা”ৰ বিশ্ব পৰিবেশ দিৱস উপলক্ষে অনুষ্ঠিত কৰা সমষ্টিভিত্তিক দিহানাম প্ৰতিযোগীতাত দিকৰাইগুৰি দলে প্ৰথম শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিছে৷কালি নিশা ১১ বজালৈকে জামুগুৰিহাটৰ বাপুজি ভৱণত অনুষ্ঠিত হোৱা সমষ্টিভিত্তিক এই প্ৰতিযোগীতাত দিকৰাইগুৰি দলে প্ৰথম শ্ৰেষ্ঠ দলৰূপে …

Read More »

ৰামেশ্বৰ তেলীৰ খাদ্য সংসাধন বিভাগৰ জৰিয়তে সংস্থাপিত হ’ব-বহু নিবনুৱা সংস্থাপিত

ৰামেশ্বৰ তেলীৰ খাদ্য সংসাধন বিভাগৰ জৰিয়তে সংস্থাপিত হ’ব-বহু নিবনুৱা সংস্থাপিত চাবুৱাঃ ৬জুনঃ ‘মই এজন তেনেই সাধাৰণ পৰিয়ালৰ ব্যক্তি আছিলো। কোনোদিনে ভবা নাছিলোঁ বিধায়ক, সাংসদ বা মন্ত্ৰী হ’ম বুলি। কিন্তু এই অসম্ভৱকো সম্ভৱ কৰি তুলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই।’- মোডীৰ দ্বিতীয়টো কাৰ্যকালৰ মন্ত্ৰীসভাত কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়েই বুধবাৰে প্ৰথমবাৰৰ বাবে …

Read More »

কোকিলাত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপন

ষ্টাফৰিপৰ্টাৰ০৫ জুন:: বঙাইগাওঁ জিলাৰ কোকিলাৰ গোলাপাৰাত আজি সমাজ কৰ্মী তথা মানাহ ভেলী বিকাশ মঞ্চৰ সম্পাদক আৰফান আলী আৰু লগতে মানাহ ভেলী বিকাশ মঞ্চৰ গোলাপাৰা আঞ্চলিকৰ সভাপতি ছানিদুল ইছলাম তথা সম্পাদক মকিবুল ইছলাম আৰু সদস্য মিজানুৰ ৰহমান,নুৰুল ইছলাম আৰু গাওঁৰ আন আন মূৰব্বী সকল উপস্হিত থাকি পৱিত্র ঈদ আৰু বিশ্ব পৰিৱেশৰ …

Read More »

অসমৰ জৈৱিক কৃষিৰ প্ৰসাৰৰ বাবে “কুসুম কুঞ্জ অৰ্গেনিকচে” মুকলি কৰিলে নতুন ৱেবচাইট

ষ্টাফৰিপৰ্টাৰ ৫জুন ,দুগৰাকী অসমীয়া যুৱক-যুৱতীয়ে অসমৰ জৈৱিক কৃষিৰ ক্ষেত্ৰখনলৈ এক নতুনত্ব অনাৰ লক্ষ্যৰে আজি মুকলি কৰিলে এক নতুন ৱেবচাইট!আজি বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি দিছপুৰ প্ৰেছ ক্লাৱত আয়োজিত “পৰিবেশ সংৰক্ষণ আৰু জৈৱিক কৃষি” শীৰ্ষক এক আলোচনা চক্ৰৰ লগতে যুৱ প্ৰজন্মৰ দুগৰাকী প্ৰতিনিধি শিখা হাতীবৰুৱা আৰু নীহাৰেন্দ্ৰ শৰ্মাৰ আপ্ৰাণ চেষ্টাত …

Read More »

হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিলৈ নদী মহীয়সী বঁটা

  ষ্টাফৰিপৰ্টাৰ, ৫ জুন, সভ্যতাৰ বাহক হৈছে নদী আৰু সৃষ্টিৰ আদিম প্ৰতীক হৈছে নাৰী। যুগ যুগ ধৰি কবিতাৰ মোহত বন্দী মানুহ। কহিনুৰ ৱৰ্ল্ডবুক অফ ৰেকৰ্ডছৰ এক স্বীকৃতিপ্ৰাপ্ত মহিলা কবিৰ কাব্যনুষ্ঠান হৈছে নদী আৰু নাৰী। এই নদী আৰু নাৰীৰ উদ্যোগত দীৰ্ঘদিনৰ পৰা নদীকলৈ কাব্য চৰ্চা কৰি অহা একোগৰাকী প্ৰতিষ্ঠিত মহিলা কবিক …

Read More »

বিশ্ব পৰিবেশ দিৱসৰ পালন “মাই হোম ইণ্ডিয়া”ৰ গুৱাহাটী শাখাৰ

  ষ্টাফৰিপৰ্টাৰ, ৫ জুন, বিশ্ব পৰিবেশ দিৱসৰ দিনটোত আজি “মাই হোম ইণ্ডিয়া”ৰ গুৱাহাটী শাখাৰ উদ্যোগত ,মাতৃকা ছ’চাইটি গুৱাহাটী আৰু প্লেনেট নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত ,বিশ্ব পৰিবেশৰ সৈতে সংগতি ৰাখি ,উত্তৰ গুৱাহাটীৰ ৰাজাদুৱাৰৰ শ্বহীদ কুশল কোঁৱৰ উদ্যানত এখনি চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰে।আজিৰ এই গছপুলি ৰোপান কাৰ্যসূচীত উত্তৰ গুৱাহাটী বাসী জনসাধাৰণৰ অৱতপূৰ্ব …

Read More »

বাৰিষাৰ আগমূহুতত ভগ্ন মাথাউৰি নিমান সম্ভৱ নহয়—–জলসম্পদ মন্ত্ৰী ঘোষণা

যোৰহাটৰ ভোগদৈ মথাউৰীৰ ছিগা অংশ পৰিৰ্দশন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ যোৰহাট ৫ জুন: যোৰহাট জিলাৰ পাৰ্শ্বৱতী উত্তৰ-পশ্চিম যোৰহাটত আজি পুৱাই উপস্থিত হল জলসম্পদ মন্ত্রী কেশৱ মহন্ত. অন্চলটোৰ মালৌখাতত ভোগদৈ নদীয়ে মাথাউৰিৰ এক বৃহৎ অংশ আৰু অঞ্চলটোৰ শ’লমৰাৰ গড়কাপ্টানী বিভাগৰ পথটো ছিঙাৰ পাছত পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয় মন্ত্ৰীজনে।মন্ত্ৰীজনৰ লগত উপস্থিত …

Read More »

প্ৰতিকূল বতৰক দোহাই দি নৈশ সেৱা বন্ধ ।জল পৰিবহণ বিভাগৰ জাননীক লৈ তোলপাৰ উত্তৰ গুৱাহাটী

জল পৰিবহণ বিভাগৰ আজব কাণ্ডত স্তম্ভিত ৰাইজ, প্ৰতিকূল বতৰক দোহাই দি নৈশ সেৱা বন্ধ ।জল পৰিবহণ বিভাগৰ জাননীক লৈ তোলপাৰ উত্তৰ গুৱাহাটী । পঙ্কজ নাথ, চাংসাৰি, ৫ জুন : গুৱাহাটীৰ ফেৰী ঘাটে ফেৰী ঘাটে আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ আজব জাননী । সূৰ্যাস্তৰ পুৰ্বেই ফেৰী বন্ধৰ জাননী দিছে আভ্যন্তৰীণ জলপৰিবহণ বিভাগে । …

Read More »