Wednesday , January 29 2020
Home / আঞ্চলিক (পৃষ্ঠা 166)

আঞ্চলিক

বাঘৰ সন্ত্ৰাসত ত্ৰস্তমান খোৱাং হালধীবাৰীবাসীঃ বিদ্যালয়লৈ নোযোৱা হৈছে ছাত্ৰ-ছাত্ৰী

খোৱাং, ৫ জুন :- বাঘৰ সন্ত্ৰাসত ত্ৰস্তমান খোৱাঙৰ এটা প্ৰান্তৰ ৰাইজ । খোৱাং আঞ্চলিক  বন বিভাগৰ এলেকাধীন হালধিবাৰী মইনা গাওঁ, কোঁৱৰ গাওঁ, চেতিয়া গাঁৱৰ, দিঘলীয়াহোলা, আহোম গাওঁ আদি  বহু কেইখন গাঁৱত আজি ছমাহ ধৰি কেইবাটাও বাঘে আতংকৰ সৃষ্টি কৰি গাওঁৰ ৰাইজৰ নিদ্ৰা হৰণ কৰিছে । বাঘে মুক্ত মনে বিচৰণ কৰি …

Read More »

অভিনন্দন অনুষ্ঠানৰ পৰিৱৰ্তে সহায়ৰ হাত – ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰ সন্থাৰ

অভিনন্দন অনুষ্ঠানৰ পৰিৱৰ্তে সহায়ৰ হাত – ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰ সন্থাৰ চাবুৱাঃ ৫ জুনঃ এইবাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জনোৱা উদ্দেশ্য পতা অভিনন্দন অনুষ্ঠানৰ পৰিৱৰ্তে ২২ গৰাকী আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰ সন্থাই আৰ্থিক সহযোগীতা আগবঢ়োৱাৰ লগতে কেইবাজনো ছাত্ৰ-ছাত্ৰীক …

Read More »

আজি ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

আজি ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেল চাবুৱাঃ ৫জুনঃ আজি স্বগৃহত উপস্থিত হ’ব মোডী মন্ত্ৰীসভাৰ অন্যতম সদস্য তথা অসমৰ একমাত্ৰ প্ৰতিনিধি মন্ত্ৰী ৰামেশ্বৰ তেলী। সপ্তদশ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ পৱনসিং ঘাটোৱাৰক বৃহৎ ভোটৰ ব্যৱধানত পৰাজিত কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বিতীয়টো কাৰ্যকালৰ কেন্দ্ৰীয় ৰাজ্যিক খাদ্য সংসাধন উদ্যোগ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পিছতে …

Read More »

গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ উদ্যোগত বিশাল সমদলেৰে বিশ্ব পৰিবেশ দিৱস

গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ উদ্যোগত বিশাল সমদলেৰে বিশ্ব পৰিবেশ দিৱস : ৫ জুন ,গোলাঘাট : বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি আজি পুৱা গোলাঘাটৰ ঐতিহ্যমণ্ডিত দেৱৰাজ ৰয় মহাবিদ্যালয় ৰ উদ্যোগত জিলা ক্ৰীড়া সন্থা , মটৰ পৰিবহন সন্থা, ভক্স পপুলী, অসম চাইন্স চ’ছাইটি ,প্ৰটিটীৰ সহযোগত গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ বাকৰিত অনুষ্ঠিত …

Read More »

হিন্দু সংগঠনে দিলে ইফটাৰ পাৰ্টি

*বৰগাং কেন্দ্ৰীয় জামে মছজিদত হিন্দু মুছলমানৰ সমন্বয় বাৰ্তা* *হিন্দু সংগঠনে ইছলাম ধৰ্মীয় লোকক দিলে ইফতাৰ পাৰ্টী* যি সময়ত সমগ্ৰ দেশ ব্যাপি অতি ধৰ্মীয়বাদ তথা ধৰ্মীয় অসহিষ্ণুতাই গা-কৰি উঠাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ সমাজ জীৱনৰ প্ৰতি প্ৰৱল ভাবুকিৰ সৃষ্টি কৰিছে, সেই সময়ছোৱাতে বিহালীৰ বৰগাং ত দেখা পোৱা গ’ল সমন্বয়ৰ বাৰ্তা । হিন্দু আৰু …

Read More »

নলবাৰী শান্তি নিৱাস অনাথ আশ্ৰমত ভাৰতীয় সেনা বাহিনীৰ দল

 /নলবাৰী/০৪ জুনঃ প্ৰতি মুহূৰ্ততে দেশ মাতৃক সেৱা আগবঢ়োৱাৰ লগতে ভাৰতীয় সেনা বাহিনীয়ে এতিয়া নানান সামাজিক কামত জৰিত হৈ সহায়ৰ হাত বঢ়াই আছে । নিজ কৰ্মৰ ব্যস্ততা আৰু দায়িত্বৰ মাজতে ভাৰতীয় সেনা বাহিনীৰ ৰেড হৰ্ণ ডিভিচনৰ নলবাৰীৰ ৫/৫ গোৰ্খা ৰেজিমেন্টে ও নানান সামাজিক কামত অৰিহণা যোগোৱাত পৰিলক্ষিত হৈছে । ৰেড হৰ্ণ …

Read More »

ৰঙাপৰাত দুৰ্ঘটনাত দুজন সেনা জোৱান থিতাতে নিহত আৰু আন তিনিজন গুৰুতৰ ভাৱে আহত

তেজপুৰ ৪জুন: ভাৰতীয় সেনাবাহিনীৰ দুজনকৈ সেনা জোৱান আজি পুৱা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হোৱাৰ লগতে তিনি জন সেনা বাহিনীৰ জোৱান গুৰুতৰভাৱে আহত হৈ তেজপুৰস্থ ১৫৫ বেচ হস্পিতাল ত চিকিৎসাধীন হৈ আছে। ৰঙাপৰা নগৰৰ সমীপবৰ্তি ৰঙাপৰা – বালিপৰা পথৰ নেকৰাই হোলাত পুৱা ৬-৩০ মান বজাত নিয়ন্ত্ৰণ হেৰুৱাই সেনা বাহিনীৰ …

Read More »

৩১ ঘন্টাতো কোনো সম্ভেদ নাই নিৰুদ্দেশ এন্টনোভ AN-32 ৰ লগতে ১৩ গৰাকী আৰোহীৰ

    তেজপুৰ,৪ জুন : ইষ্টান এয়াৰ কামাণ্ড AOC-in-C EAC ,  এয়াৰ মাৰ্চেল আৰ ডি  মাথুৰ  আৰু তেওঁৰ পত্নী চিপ্ৰা মাথুৰে আজি যোৰহাট বায়ু সেনা শিৱিৰ পৰিদৰ্শনকৰি  উদ্ধাৰ অভিযানৰ বুজ লয় আৰু বিয়লি নিখোজ হৈ থকা বায়ু সেনাৰ পৰিয়ালক  সাখ্যাৎ কৰে ৷ইফালে অৰুনাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে ফোন যোগে সমগ্ৰ …

Read More »

সাংসদ ৰামেশ্বৰ তেলীৰ বদান‍্যতা : জোৱাঁয়েকৰ নিৰ্যাতনত কোঙা হোৱা ৭০ বছৰীয়া আইতাই পালে আশ্ৰয়

    চাবুৱাঃ ৪ জুনঃ ৭০ বছৰীয়া শুকান মুখৰ আইতা গৰাকীয়ে এহাতে এডাল লাখুটি আৰু আনহাতে ১০ বছৰীয়া নাতিনীয়েকজনীক সাৰথি কৰি ভিক্ষা জোলোঙা লৈ অভিজাত চহৰ দুলীয়াজানৰ অলিয়ে-গলিয়ে , দোকানে-বজাৰে ঘুৰি ফুৰিছিল । চহৰখনৰ প্ৰায় সকলোৰে চিনাকী মুখ সেই আইতা আৰু নাতিনীগৰাকী । স্বামী-পো হীন আইতা গৰাকীয়ে শেহতীয়াকৈ একমাত্ৰ নাতিনীক …

Read More »

খোৱাঙত নিঃশেষ হোৱাৰ দিশে ৰাংচালি ৰেচম ফাৰ্মঃ গুৰুত্ব নাই চৰকাৰৰ

  খোৱাং, ৪ জুনঃ ডিব্ৰুগড় জিলাৰ মৰাণ বিধান সভা সমষ্টিৰ অন্তৰ্গত খোৱাং ৰাংচালিত অৱস্থিত প্ৰায় ২০০ বিঘা জোৰা ৰেচম ফাৰ্মখন বৰ্তমান নিঃশেষ হোৱাৰ দিশে আগবাঢ়িছে । ৰেচম বিভাগৰ ডিব্ৰুগড় জিলা সংমণ্ডলৰ অধীনৰ ফাৰ্মখন ১৯৬৯ চনতেই আৰম্ভ হৈছিল যদিও সম্প্ৰতি, ফাৰ্মখন উদং চৰণীয়া পথাৰলৈ পৰ্যবক্ষিত হৈছে । ইয়াৰ ফলত এক বৃহৎ …

Read More »