Monday , January 20 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক (পৃষ্ঠা 167)

আঞ্চলিক

জু-ৰোড বিস্ফোৰণত জড়িত আন এজনক গ্ৰেপ্তাৰ

  ষ্টাফৰিপৰ্টাৰ, ২৮ মে’ :জু-ৰোড বিস্ফোৰণত জড়িত আন এজনক গ্ৰেপ্তাৰ কৰা হৈছে। সঞ্জীৱ তালুকদাৰ নামৰ প্ৰাক্তন ছাত্ৰ নেতাক গ্ৰেপ্তাৰ কৰা হৈছে। বিস্ফোৰণৰ পূৰ্বে সঞ্জীৱৰে ফোনযোগে কথা পাতিছিল পৰেশ বৰুৱাই। অন্যতম অভিযুক্ত বিজয় অসমক সংগ দিছিল সঞ্জীৱ তালুকদাৰে। আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিলে ধৃত সঞ্জীৱ তালুকদাৰে।উল্লখ বিজয় অসমক গ্ৰেপ্তাৰ কৰাৰ পাছত পোহৰলৈ …

Read More »

বাৰিষাৰ পূৰ্বে এতিয়া বানে জলা-কলা খুৱাইছে ৰাইজক

  ষ্টাফৰিপৰ্টাৰ, ২৮ মে’ :বাৰিষাৰ পূৰ্বে এতিয়া বানে জলা-কলা খুৱাইছে ৰাইজক। উজনি-নামনিৰ কেইবাটাও প্ৰান্তত বানৰ বাবেই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

Read More »

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদত অনুষ্ঠিত কৰ্মশালাৰ সামৰণি

  ষ্টাফৰিপৰ্টাৰ, ২৮ মে’- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদত ২৪ মে’ৰ পৰা ২৬ মে’লৈ যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা বিভাগে এখন তিনিদিনীয়া কৰ্মশালাৰ আয়োজন কৰে। ২৪ আৰু ২৫ মে’ত “আয়ুৰ্বেদিক এণ্ড চ্যুজ’ক এক্যুৰ্পেচাৰ” বিষয়ত কৰ্মশালা অনুষ্ঠিত হয় । আৰু ২৬ মে’ত “প্ৰাণিক হিলিং” বিষয়ত কৰ্মশালা অনুষ্ঠিত হয়। ২৪ মে’ …

Read More »

নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেল

  ষ্টাফৰিপৰ্টাৰ, ২৮ মে’ : নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চই গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেলৰ আয়োজন কৰে।সংবাদমেলত উপস্থিত বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁই, প্ৰাক্তন আৰক্ষী সঞ্চালক তথা সাহিত্যিক হৰেকৃষ্ণ ডেকা, জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তও উপস্থিত থাকে। সংবাদমেলত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ‘লাখ লাখ বাংলাদেশীক …

Read More »

নেমছু’ৰ দোলাবাৰী আঞ্চলিক সমিতি গঠন

আব্দুল বাৰেক , বিশ্বনাথ চাৰিআলি ,২৮ মে:- উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্র সন্হা চমুকৈ নেমছু’ৰ শোণিতপুৰ জিলা সমিতিৰ অন্তৰ্গত দোলাবাৰী আঞ্চলিক সমিতি অলপতে গঠন কৰা হয়। সূৰ্যোদয় উচ্চ ইংৰাজী বিদ্যালয়ৰ শংকৰ- আজান প্ৰেক্ষাগৃহত , সমাজকৰ্মী আজমাইল আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাত সভাৰ উদ্দেশ্য বাখ্যা কৰে শোণিতপুৰ জিলা নেমছুৰ সভাপতি আজনুৰ হুছেইনে। …

Read More »

বঙাইগাঁৱৰ টেঙাইগাঁৱত সাহিত্যৰত্ন অৰুণ কুমাৰ ৰায়ৰ তৃতীয় বাৰ্ষিক স্মৃতি দিৱস উদযাপন

বঙাইগাঁৱৰ টেঙাইগাঁৱত সাহিত্যৰত্ন অৰুণ কুমাৰ ৰায়ৰ তৃতীয় বাৰ্ষিক স্মৃতি দিৱস উদযাপন কৃষ্ণ মোহন অধিকাৰীক সাহিত্যৰত্ন অৰুণ কুমাৰ ৰায় সোঁৱৰণী বঁটা প্ৰদান বঙাইগাঁওঃ ২৭ মেঃ বঙাইগাঁও জিলা কোচ ৰাজবংশী সাহিত্য সভা আৰু কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পৰ যৌথ উদ্যোগত তথা চিৰাং জিলা কোচ ৰাজবংশী সাহিত্য সভাৰ সহযোগত আজি ( সোমবাৰে) বঙাইগাঁৱৰ …

Read More »

বঙাইগাঁও মহাবিদ্যালয়ত হস্ত তাঁত আৰু বস্ত্ৰ শিল্প দক্ষতা বিকাশ কেন্দ্ৰ মুকলি

বঙাইগাঁও মহাবিদ্যালয়ত হস্ত তাঁত আৰু বস্ত্ৰ শিল্পীৰ দক্ষতা বিকাশ কেন্দ্ৰ মুকলি ৰাজ্যখনৰ মহাবিদ্যালয়সমূহৰ ভিতৰত এইটোৱে হৈছে প্ৰথম কেন্দ্ৰ বঙাইগাঁওঃ২৭ মেঃ বঙাইগাঁও চহৰৰ উচ্চ শিক্ষাৰ অনুষ্ঠান বঙাইগাঁও মহাবিদ্যালয়ত আজি ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য শিক্ষাৰ্থীৰ সহায়ৰ বাবে হস্ত তাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ এটি দক্ষতা বিকাশ কেন্দ্ৰ মুকলি কৰা হয় ৷ ৰাজ্যখনৰ ভিতৰতে …

Read More »

গোলাঘাটত নাগৰিক সভা সম্পন্ন

গোলাঘাটত নাগৰিক সভা সম্পন্ন কৈৱৰ্ত সাহিত্য সভা গঠন | অসমৰ ভুমিপুত্ৰ কৈৱৰ্তসকলৰ বৌদ্ধিক আৰু সাংস্কৃতিক বিকাশ সাধনৰ লগতে কৈৱৰ্তসকলৰ গৌৰৱময় ইতিহাস আৰু ঐতিহ্যক পুনৰুদ্ধাৰ কৰাৰ লক্ষ্যৰে গোলাঘাটত জন্ম হ’ল ,”কৈৱৰ্ত সাহিত্য আৰু সাংস্কৃতিক সভা,অসম” |গোলাঘাট নগৰৰ পৌৰসভাৰ “লক্ষ্মীনাথ বেজবৰুৱা প্ৰেক্ষাগৃহ”ত ২৬ মে’ দেওবাৰে অনুষ্ঠিত নাগৰিক সভাত সৰ্বসন্মত সিদ্ধান্ত মৰ্মে ড.প্ৰফুল্ল …

Read More »

বিভিন্ন প্ৰতিযোগিতাৰে গোলাঘাটত বিশ্ব পৰিৱেশ দিৱস উদযাপন :

গোলাঘাট ২৮ মে’ : অহা ৫ জুনত হ’বলগীয়া বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসম চৰকাৰৰ বিজ্ঞান,প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ সংসদৰ সহযোগত দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট ত কেন্দ্ৰীয় ভাৱে আয়োজন কৰা হৈছে বিশ্ব পৰিবেশ দিৱস। ‘বায়ু প্ৰদূষণ ৰোধ’ মূল বাণীৰে আয়োজিত অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীৰ মাজত আকস্মিক বক্তৃতা, কুইজ,পৰিবেশ সম্পৰ্কীয় বিজ্ঞান ভিত্তিৰ আৰ্হি আদি …

Read More »

গুৱাহাটীক ধঁপাতমুক্ত মহানগৰী হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যেৰে প্ৰথম বাৰৰ বাবে ৰাজপথত খোজ কাঢ়িলে প্ৰায় সাত শতাধিক লোকে

  গুৱাহাটী, ২৮ মে: গুৱাহাটীক এখন ধঁপাতমুক্ত মহানগৰী হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যেৰে প্ৰথম বাৰৰ বাবে প্ৰায় সাত শতাধিক লোকে মঙ্গল বাৰে পুৱা গুৱাহাটীৰ ৰাজপথত খোজ কাঢ়ে। এই উদেশ্যৰে কনজিউমাৰছ লিগেল প্ৰটেকশ্বন ফৰামৰ, অসম আৰু কনজিউমাৰ ভয়েচ, নতুন দিল্লীৰ উদ্যোগত তথা পথিকৰ সহযোগত মঙ্গলবাৰে গুৱাহাটীত এক ৱাকাথন কাৰ্যসূচী অনুষ্ঠিত হয়। ছয়মাইলৰ …

Read More »