Wednesday , January 29 2020
Home / আঞ্চলিক (পৃষ্ঠা 168)

আঞ্চলিক

সংস্কাৰ পূৰ্ণ শিক্ষাৰ প্ৰচাৰৰ লগতে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান স্থাপনৰ জৰিয়তে মানৱসম্পদ গঢ়াৰ আহ্বান শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ

বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ বাৰ্ষিক সভা সম্পন্ন । সংস্কাৰ পূৰ্ণ শিক্ষাৰ প্ৰচাৰৰ লগতে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান স্থাপনৰ জৰিয়তে মানৱসম্পদ গঢ়াৰ আহ্বান শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পঙ্কজ নাথ, চাংসাৰি, ২ জুন : আজি বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাধাৰণ সভাখন গুৱাহাটী বিষ্ণুপথৰ শংকৰদেৱ বিদ্যা নিকেতনত অনুষ্ঠিত হৈ যায় । বন্তি প্ৰজ্বলনৰে সভাৰ কাৰ্যসূচী শুভাৰম্ভ কৰে …

Read More »

সমাজকৰ্মী লক্ষ্মী দেৱী শ্বাহৰ মৃত্যুত শোক দল সংগঠনৰ

  চাবুৱাঃ ২ জুনঃ বিশিষ্ট সমাজকৰ্মী তথা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বৰবৰুৱা শাখাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী লক্ষ্মী দেৱী শ্বাহ আৰু নাই। বাৰ্ধক্যজনিত কাৰণত কালি সন্ধিয়া প্ৰায় ৭ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সমাজকৰ্মীগৰাকী। অসম চাহ জনজাতি জাতীয় মহাসভাৰ সভাপতি দয়ানন্দ শ্বাহৰ মাতৃ লক্ষ্ণী দেৱী শ্বাহৰ মৃত্যুত সমগ্ৰ লাহোৱাল অঞ্চলত …

Read More »

চাবুৱাত চোৰৰ সন্ত্ৰাসঃ নগদ লুটিলে ২ লাখ টকাৰ অলংকাৰ

  চাবুৱাঃ ২ জুনঃ চাবুৱাৰ বিশমাইলত আজি দিন দুপৰতে চোৰে তাণ্ডব চলালে। বিধায়ক বিনোদ হাজৰিকাৰ প্রতিবেশী ভূপেন শইকীয়াৰ ঘৰত দিনৰ ভাগত কোনো নথকাৰ সুযোগ গ্রহণ কৰি চোৰে আগ ফালৰ গ্রীল্ড ভাঙি ভিতৰত প্ৰৱেশ কৰি নগদ ১২ হাজাৰ টকাৰ উপৰিও প্রায় দুই লাখ টকা সােণৰূপৰ মূল্যবান গণনা চুৰি কৰে। শ‍ইকীয়া দম্পতি …

Read More »

মাহমৰাত নৱম শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন

খোৱাং, ২জুনঃ চৰাদেউ জিলাৰ মাহমৰা অঞ্চলৰ এজন নৱম শ্ৰেণীৰ ছাত্ৰ যোৱা ২৮ মে’ৰ পৰা সন্ধানহীন হৈ আছে । জানিব পৰাৰ মতে কাকতিবাৰী থানাৰ অন্তৰ্গত মাহমৰাৰ টিমন ১ নং সৰুপথাৰ গাঁ‌ৱৰ নিৱাসী ৰাতুল কুমাৰ ডেকাৰ পুত্ৰ তথা মূলাগাভৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ৰিপুঞ্জয় ডেকা (১৪) নামৰ নৱম শ্ৰেণীৰ ছাত্ৰ জন উক্ত …

Read More »

শেনচোৱা পুখুৰী শাখা ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন

খোৱাং, ২জুনঃ খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত শেনচোৱা পুখুৰী শাখা ছাত্ৰ সন্থাৰ এখন সাধাৰণ সভা শনিবাৰে শেনচোৱা পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত হৈ যায় । সভাত শাখা ছাত্ৰ সন্থাৰ পুৰণা সমিতিখন ভঙ্গ কৰি নতুন সমিতি গঠন কৰা হয় । সমিতিত অচ্যুত কৃষ্ণ দুৱৰাক সভাপতি আৰু ৰবী বৰদলৈক সম্পাদক হিচাপে …

Read More »

বামবাৰীত অসৎ কাৰ্যত লিপ্ত থকাৰ অৱস্থাত দুই পুৰুষ – মহিলাক হাতে লোতে ধৰিলে ৰাইজে

মনোজ কুমাৰ গগৈ, শিৱসাগৰ, ২জুন: আজি দিনৰ প্ৰায়১ বজাত শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং চাউলকৰা গাঁৱৰ বামবাৰীত দুই পুৰুষ মহিলাক  অসৎ কাৰ্যত লিপ্ত থকাৰ অৱস্থাত স্থানীয় ৰাইজে হাতে লোতে ধৰি আৰক্ষীৰ হাতত গটাই দিয়ে। ঘটনাৰ বিৱৰণী অনুসৰি দিচাংমুখ আৰক্ষী চকীৰ অন্তৰ্গত লেপাই গাঁৱৰ নিবাসী , দুই সন্তানৰ পিতৃ …

Read More »

বঙাইগাঁৱৰ মূলাগাঁৱত আৰম্ভ ষষ্ঠ অসম ৰাজ্যিক কিক বক্সিং চেম্পিয়নশ্বিপ

বঙাইগাঁৱৰ মূলাগাঁৱত আৰম্ভ ষষ্ঠ অসম ৰাজ্যিক কিক বক্সিং চেম্পিয়নশ্বিপ বঙাইগাঁওঃ ১ জুনঃ বঙাইগাঁও চহৰৰ নিকটৱৰ্তী মূলাগাঁৱত আজিৰে দুদিনীয়া কৈ ষষ্ঠ অসম ৰাজ্যিক কিক বক্সিং চেম্পিয়নশ্বিপ ২০১৯ আৰম্ভ হৈছে ৷ অসম ৰাজ্যিক কিক বক্সিং সন্থাৰ উদ্যোগত অাৰু বঙাইগাঁও কিক বক্সিং সন্থাৰ সহযোগত মূলাগাঁওস্থিত শিৱ মন্দিৰ নাট ঘৰত অনুষ্ঠিত হোৱা এই ৰাজ্যিক …

Read More »

গোলাঘাট আৰক্ষীৰ অভিযানত সোণৰ মূৰ্তি আৰু হাতীৰ দাঁত উদ্ধাৰ

গোলাঘাট আৰক্ষীৰ অভিযানত সোণৰ মূৰ্তি আৰু হাতীৰ দাঁত উদ্ধা : গোলাঘাট ,১ জুন : আজি গোলাঘাট আৰক্ষীৰ উপ পৰিদৰ্শক নৰেন্দ্ৰ নাথ বাৰিকৰ নেতৃত্বত চলোৱা এক অভিযানত গোলাঘাটত সোণৰ মূৰ্ত্তি সহ হাতীৰ দাঁত উদ্ধাৰকৰে । আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং এ এক সংবাদ মেল যোগে সদৰি কৰে যে, এক গোপন সূত্ৰৰ পম …

Read More »

বৰডুবি বাগিচাৰ নগেন নায়কৰ ঘৰটো ৰাইজে জ্বলাই দিলে

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ বৰডুবি চাহ বাগিছাত উত্তেজনা, দুবৃৰ্ত্তই জ্বলালে বাসগৃহ, আৰক্ষী আৰু ৰাইজৰ মাজত সংঘাত কাকপথাৰ ১ জুন:: তিনিচুকীয়া জিলাৰ কাকপথাৰ সমীপৰ এম কে চাহ এক্সপোৰ্ট লিমিটেদৰ অধীনৰ বৰডুবি চাহ বাগিছাৰ নগেন নায়ক নামৰ ব্যক্তিজনৰ বাসগৃহত অগ্নিসংযোগ কৰাৰ বাতৰি পোৱা গৈছে ৷ পুৱতি নিশা ব্যক্তিগৰাকীৰ বাসগৃহত অকস্মাতে দুবৃৰ্ত্তই অগ্নিসংযোগ কৰাৰ …

Read More »

চহৰৰ বাৰান্দাত জীৱন কটোৱা চহকী ঘৰৰ যুৱতী উদ্ধাৰ

কাকপথাৰত মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দেখুৱালে ছাত্ৰ সংগঠনে, দীৰ্ঘ দিন মুকলি আকাশৰ তলত দিন পাৰ কৰা দুই অসহায় যুৱতীয়ে পালে ঠিকনা৷ ————————————- কাকপথাৰ ১ জুন: : নিজ ঘৰৰ পৰা উপেক্ষিত কেইবাবছৰ ধৰি মুকলি আকাশৰ তলত দিন অতিবাহিত কৰা একালৰ চহকী পৰিয়ালৰ দুই অসহায় যুৱতীক নিজৰ ঠিকনা বিচাৰি দিলে মৰাণ ছাত্ৰ সন্থাই …

Read More »