Friday , April 3 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক (পৃষ্ঠা 169)

আঞ্চলিক

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বান

  ষ্টাফৰিপৰ্টাৰ, ১৫ জুলাই: শেহতীয়া বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৯০ শতাংশ এলেকা বুৰ গৈছে। কিছুমান জীৱজন্তুৱে ৰাষ্ট্ৰীয় উদ্যানৰ হাইলেণ্ডত আশ্ৰয় লোৱাৰ দৰে বহু জীৱজন্তুৱে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ কাৰ্বি আংলঙৰ দক্ষিণ অঞ্চলৰ হাইলেণ্ডত আশ্ৰয় লৈছে। ১৯৯ চোৰাংবেহা প্ৰতিৰোধী শিৱিৰৰ ১৫৫টা শিৱিৰ বাঢ়নী পানীয়ে বুৰাইছে। যন্ত্ৰচালিত নাও আৰু হাতনাৱেৰে …

Read More »

মিঞা কবিতাৰে অসমীয়া জাতি, বাঘ হাজৰিকাক অপমান কৰাৰ লগতে ভাতৃঘাটি সংঘাত লগোৱাৰ চেষ্টা

বঙাইগাঁৱত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সংবাদ মেল মিঞা কবিতাৰে অসমীয়া জাতি, বাঘ হাজৰিকাক অপমান কৰাৰ লগতে ভাতৃঘাটি সংঘাত লগোৱাৰ চেষ্টা লেখক হাফিজ আহমেদ, আশ্ৰাফুল হক, সাংবাদিক জহিৰুল ইছলামৰ লগতে মিঞা পৰিষদৰ সভাপতি – সাধাৰণ সম্পাদকসহ সাত জনৰ বিৰুদ্ধে এজাহাৰ দাখিল বঙাইগাঁওঃ ১৩ জুলাইঃ ‘কোনে কি ভাষাত কবিতা লিখে সেইটো …

Read More »

গোলাঘাটত ৫৫ লাখ টকাৰ সোণৰ বিস্কুট জব্দ

গোলাঘাটত ৫৫ লাখ টকাৰ সোণৰ বিস্কুট জব্দ : গোলাঘাট, ১৩ জুলাই : আজি তেলগৰম অঞ্চলত মহম্মদ ৰহমান নামৰ এজন লোকৰ পৰা গোলাঘাট আৰক্ষীয়ে প্ৰায় ৫৫ লাখ মূল্যৰ ১০ খনকৈ সোণৰ বিস্কুট জব্দ কৰে। জানিব পৰা মতে মনিপুৰৰ মৰে ‘ ৰ পৰা গুৱাহাটীলৈ নি থকা অৱস্থাত গোপন সূত্ৰৰ পম খেদি এখন …

Read More »

ফৰকাটিং উলুতলীৰ কণমানি আৰাধ্যাৰ মিছ কিডছ্ অল ইণ্ডিয়া ইন্টাৰনেশ্যনেল খিতাপ লাভ

ফৰকাটিং উলুতলীৰ কণমানি আৰাধ্যাৰ মিছ কিডছ্ অল ইণ্ডিয়া ইন্টাৰনেশ্যনেল খিতাপ লাভ : মীনাক্ষী ফুকন।। গোলাঘাট। সুন্দৰে যে ফুলাৰ মন্ত্ৰ আহোৰাত্ৰি মাতে সেইয়েহে আজি……. ইমান ফুল প্ৰভাতে প্ৰভাতে…. সুন্দৰ খবৰে সদায় আনে আনন্দৰ জোৱাৰ। তেনে এটি খবৰে গোলাঘাট চহৰলৈও আনন্দৰ জোৱাৰ আনিছে। যোৱা ৭ জুলাই ২০১৯ তাৰিখ, গুৱাহাটীৰ মাছখোৱাত গামোছা এন্টাৰটেইনমেন্ট …

Read More »

বিহালী স্নাতক মহাবিদ্যালয়ৰ এন.এচ.এচ গোট বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ত পুৰস্কৃত

বিহালী স্নাতক মহাবিদ্যালয়ৰ এন.এচ.এচ গোট বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ত পুৰস্কৃত বিহালী : বিশুদ্ধ খোৱা পানী আৰু অনাময়ৰ জিলা সমিতিয়ে বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত কালি বিহালী স্নাতক মহাবিদ্যালয়ৰ এন.এচ.এচ গোটৰ স্বেচ্ছাসেৱক সকলৰ লগতে কাৰ্যক্ৰম বিষয়াদ্বয়ক পুৰস্কৃত কৰে জিলা প্ৰশাসনে । যোৱা বৰ্ষৰ জুন-জুলাই মাহত …

Read More »

ৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিব বিচৰা শংকৰদেৱ শিশু-বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সৰুসজাইত প্ৰশিক্ষণ শিবিৰৰ আয়োজন

ৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিব বিচৰা শংকৰদেৱ শিশু-বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সৰুসজাইত প্ৰশিক্ষণ শিবিৰৰ আয়োজন । পঙ্কজ নাথ, চাংসাৰি, ১১ জুলাই : শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত শংকৰদেৱ শিশু বিদ্যা নিকেতন সমূহৰ মাজত ৰাজ্যিক স্তৰত আয়োজন কৰা প্ৰান্তীয় ক্ৰীড়া সমাৰোহত স্থান লাভ কৰা ৩৫ গৰাকী খেলুৱৈক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহলৈ পঠোৱাৰ দিহা …

Read More »

বানপানীৰ বাবে কাজিৰঙাত প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি

ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানঃ ৮০ শতাংশ প্লাৱিতঃ সম্পূৰ্ণ সাজু উদ্যান কতৃপক্ষঃ চালকক গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণ, স্থানীয় জনসাধাৰণক সজাগ আৰু সচেতন হ’বলৈ আহ্বানঃ বোকাখাত, ১১ জুলাইঃ বছৰৰ প্ৰথমটো বানৰ কৱলত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৮০ শতাংশ ভূমি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ তলত ৷ ক্ৰমাৎ বাঢ়ি …

Read More »

টিংখাঙত অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে ক্ষতিগ্ৰস্ত ৰাইজৰ প্ৰতিবাদ

টিংখাঙত অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে ক্ষতিগ্ৰস্ত ৰাইজৰ প্ৰতিবাদ// টিংখাং – ১১ জুলাই । দীৰ্ঘদিনে অইল অধ্যুষিত অঞ্চলৰ ক্ষতিগ্ৰস্ত ৰাইজক বঞ্চনা কৰি অহাৰ অভিযোগ তুলি টিংখাঙৰ শালমাৰী দীঘলীয়া অঞ্চলৰ শ-শ লোক একত্ৰিত হৈ বৃহস্পতিবাৰে ১নং শালমাৰী OCS ৰ সন্মুখত জাঙুৰ খাই উঠা পৰিলক্ষিত হয়। অঞ্চলটোত অইল ইণ্ডিয়া লিমিটেডে বিগত ৪০-৪৫ বছৰ …

Read More »

ওদালগুৰি জিলাত বিশ্ব জনসংখ্যা পষেকৰ শুভাৰম্ভ

ষ্টাফ ৰিপ’ৰ্টাৰ : আন আন জিলাৰ লগতে ওদালগুৰি জিলাতো আৰম্ভ হল বিশ্ব জনসংখ্যা পষেক। ১১ জুলাই বিশ্ব জনসংখ্যা দিৱসৰ দিনা আৰম্ভ হোৱা এই পষেক অহা ২৪ জুলাইত অন্ত পৰিব। পৰিয়াল পৰিকল্পনা আৰু জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে বিগত বৰ্ষৰ দৰে এইবাৰো এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ওদালগুৰিতো …

Read More »

মাজুলীত বানত ক্ষতিগ্ৰস্ত ৩৬৫৬১ গৰাকী, ১ সাহাৰ্য শিবিৰ মুকলি, উপায়ুক্তৰ বানাক্ৰান্ত এলেকা পৰিদৰ্শন

পৰাণজ্যোতি বৰা,মাজুলী, ১১ জুলাই : মাজুলী জিলাত ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰিৰ বাঢ়নি পানীয়ে এইপৰ্যন্ত ৩৫খন ৰাজহ গাঁও প্লাৱিত কৰিছে। এই বানত এতিয়ালৈকে জিলাখনৰ ৩৬,৫৬১ গৰাকী লোক আক্ৰান্ত হৈছে। বিগত তিনিদিন ধৰি ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ পৰা এৰি থকা পানীৰে ওফন্দি উঠা সোৱণশিৰিৰ বাঢ়নি পানীয়ে বৃহস্পতিবাৰে পুৱাই গড়মূৰৰ সমীপৱৰ্তী পুৰণি খাৰজানপাৰৰ এটা …

Read More »