Sunday , April 5 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক (পৃষ্ঠা 170)

আঞ্চলিক

ৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিব বিচৰা শংকৰদেৱ শিশু-বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সৰুসজাইত প্ৰশিক্ষণ শিবিৰৰ আয়োজন

ৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিব বিচৰা শংকৰদেৱ শিশু-বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সৰুসজাইত প্ৰশিক্ষণ শিবিৰৰ আয়োজন । পঙ্কজ নাথ, চাংসাৰি, ১১ জুলাই : শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত শংকৰদেৱ শিশু বিদ্যা নিকেতন সমূহৰ মাজত ৰাজ্যিক স্তৰত আয়োজন কৰা প্ৰান্তীয় ক্ৰীড়া সমাৰোহত স্থান লাভ কৰা ৩৫ গৰাকী খেলুৱৈক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহলৈ পঠোৱাৰ দিহা …

Read More »

বানপানীৰ বাবে কাজিৰঙাত প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি

ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানঃ ৮০ শতাংশ প্লাৱিতঃ সম্পূৰ্ণ সাজু উদ্যান কতৃপক্ষঃ চালকক গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণ, স্থানীয় জনসাধাৰণক সজাগ আৰু সচেতন হ’বলৈ আহ্বানঃ বোকাখাত, ১১ জুলাইঃ বছৰৰ প্ৰথমটো বানৰ কৱলত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৮০ শতাংশ ভূমি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ তলত ৷ ক্ৰমাৎ বাঢ়ি …

Read More »

টিংখাঙত অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে ক্ষতিগ্ৰস্ত ৰাইজৰ প্ৰতিবাদ

টিংখাঙত অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে ক্ষতিগ্ৰস্ত ৰাইজৰ প্ৰতিবাদ// টিংখাং – ১১ জুলাই । দীৰ্ঘদিনে অইল অধ্যুষিত অঞ্চলৰ ক্ষতিগ্ৰস্ত ৰাইজক বঞ্চনা কৰি অহাৰ অভিযোগ তুলি টিংখাঙৰ শালমাৰী দীঘলীয়া অঞ্চলৰ শ-শ লোক একত্ৰিত হৈ বৃহস্পতিবাৰে ১নং শালমাৰী OCS ৰ সন্মুখত জাঙুৰ খাই উঠা পৰিলক্ষিত হয়। অঞ্চলটোত অইল ইণ্ডিয়া লিমিটেডে বিগত ৪০-৪৫ বছৰ …

Read More »

ওদালগুৰি জিলাত বিশ্ব জনসংখ্যা পষেকৰ শুভাৰম্ভ

ষ্টাফ ৰিপ’ৰ্টাৰ : আন আন জিলাৰ লগতে ওদালগুৰি জিলাতো আৰম্ভ হল বিশ্ব জনসংখ্যা পষেক। ১১ জুলাই বিশ্ব জনসংখ্যা দিৱসৰ দিনা আৰম্ভ হোৱা এই পষেক অহা ২৪ জুলাইত অন্ত পৰিব। পৰিয়াল পৰিকল্পনা আৰু জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে বিগত বৰ্ষৰ দৰে এইবাৰো এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ওদালগুৰিতো …

Read More »

মাজুলীত বানত ক্ষতিগ্ৰস্ত ৩৬৫৬১ গৰাকী, ১ সাহাৰ্য শিবিৰ মুকলি, উপায়ুক্তৰ বানাক্ৰান্ত এলেকা পৰিদৰ্শন

পৰাণজ্যোতি বৰা,মাজুলী, ১১ জুলাই : মাজুলী জিলাত ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰিৰ বাঢ়নি পানীয়ে এইপৰ্যন্ত ৩৫খন ৰাজহ গাঁও প্লাৱিত কৰিছে। এই বানত এতিয়ালৈকে জিলাখনৰ ৩৬,৫৬১ গৰাকী লোক আক্ৰান্ত হৈছে। বিগত তিনিদিন ধৰি ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ পৰা এৰি থকা পানীৰে ওফন্দি উঠা সোৱণশিৰিৰ বাঢ়নি পানীয়ে বৃহস্পতিবাৰে পুৱাই গড়মূৰৰ সমীপৱৰ্তী পুৰণি খাৰজানপাৰৰ এটা …

Read More »

গোলাঘাটত চিকিৎসকৰ গাফিলতিত শিশু মৃত্যু ৰ অভিযোগ

গোলাঘাট,১১ জুলাই : পুনৰ গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ  অৱহেলাৰ অভিযোগত এটি শিশুৰ মৃত্যুৰ ঘটনাই উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰিলে । মঙলবাৰে বোকাখাতৰ চিকিৎসালয়ত জন্মগ্ৰহণ কৰা এটি নৱজাতকৰ  পৰ্যাপ্ত ওজন কম হোৱাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছিল।  সেইদিনাৰ পৰা  গোলাঘাটৰ বেবী আই চি ইউ ত ৰখা শিশুটিৰ আজি পুৱাৰ ভাগত মৃত্যু …

Read More »

মাজুলীত নৈপৰীয়া ২৮ ৰাজহ গাঁও বানৰ কৱলত, ৯৬৭ হেক্টৰ কৃষিভূমি জলমগ্ন, প্ৰশাসন সস্তম,মাজুলী-যোৰহাট সংযোগী ফেৰী সেৱা বন্ধ

পৰাণজ্যোতি বৰা,মাজুলী, ১০ জুলাই : মাজুলীত বানত প্লাৱিত হৈছে বহু কেইখন ৰাজহ গাঁও। ন ন গাঁও এতিয়া বানৰ কৱলত পৰাৰ খবৰ আহিছে। বৰ্তমানলৈকে বান পৰিস্থিতি বিশেষ উদ্বেগজনক হৈ পৰা নাই যদিও ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী আৰু ৰঙানদী বান্ধৰ পৰা এৰি দিয়া পানীৰে ওফন্দি উঠা সোৱণশিৰিৰ বানৰ কৱলত পৰিছে জিলাখনৰ ভালেকেইটা চাপৰিসহ …

Read More »

শিৱসাগৰৰ চাঞ্চল্যকৰ ৰাধী কুমাৰী হত্যাকাণ্ডৰ আজি এবছৰ-এতিয়াও ন্যায় পোৱা নাই ৰাধাৰ পৰিয়ালে-তদন্ত প্ৰক্ৰিয়াত আৰক্ষীৰ গাফিলতিৰ অভিযোগ অধিবক্তৰ*

শিৱসাগৰ ১০ জুলাই : বিগত বছৰৰ আজিৰ দিনটোত সংঘটিত এক অভিশপ্ত ঘটনা । এগৰাকী মেধাৱী ছাত্ৰক চলন্ত ৰেলত ধৰ্ষণ কৰি হত্যা কৰা হৈছিল ।জ্ঞেই সময়ত চৰকাৰে ঘোষণা কৰিছিল ফাষ্টট্ৰেক আদালতত শুনানী হ’ব । কিন্তু আজিলৈকে ন্যায় নাপালে দুৰ্ভগীয়া যুৱতী গৰাকীৰ পৰিয়ালে । ২০১৮ চনৰ ১০ জুলাই ।শিৱসাগৰৰ নগৰৰ ৰেল ষ্টেচনৰ …

Read More »

আদালত অৱমাননাৰ অভিযোগত কনকসেন ডেকাক ৫০ হাজাৰ টকা ৰ জৰিমনা, অনাদায়ে ছমাহৰ কাৰাদণ্ডৰ হুকুম

গুৱাহাটী, ১০  জুলাই:        দৈনিক অগ্ৰদূত কাকতৰ মুখ্য সম্পাদক তথা স্বত্বাধিকাৰী কনকসেন ডেকাক আদালত অৱমাননাৰ দোষত আজি দোষী সাব্যস্ত কৰি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশে ৫০হাজাৰ টকাৰ জৰিমণা বিহিছে। এই ধন অনাদায়ে ছমাহৰ কাৰাদণ্ডৰ ৰায় দিছে মুখ্য ন্যায়িক দণ্ডাধীশ এছ ধৰৰ আদালতে। অসম চৰকাৰৰ শ্ৰম আয়োগৰ তৰফৰ …

Read More »

অগতানুগতিক বিবাহ : অভ্যাগতক দৰা-কইনাই উপহাৰ দিলে ভিন্ন প্ৰজাতিৰ গছপুলি

নগাঁৱৰ বেবেজীয়াত অগতানুগতিক বিবাহ অনুষ্ঠান অভ্যাগতক দৰা-কইনাই উপহাৰ দিলে ভিন্ন প্ৰজাতিৰ গছপুলি জাজৰি, ১০ জুলাই:নগাঁও জিলাৰ বিৰহ বেবেজীয়াত কালি অনুষ্ঠিত এক বিবাহ অনুষ্ঠানত কৰা ব্যতিক্ৰমী আয়োজনে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় বেবেজীয়াবাসীৰ।প্ৰকৃতি ৰক্ষাৰ প্ৰতি অনন্য দায়বদ্ধতা প্ৰদৰ্শন কৰি বিবাহ অনুষ্ঠানলৈ অহা লোক সকলৰ হাতত এটিকৈ গছপুলি তুলি দিয়ে উদ্যমী যুৱক …

Read More »