Monday , March 30 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক (পৃষ্ঠা 171)

আঞ্চলিক

ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল মাজুলীৰ নিহাৰিকা

নতুন বজাৰৰ পৰা পৰাণজ্যোতি বৰা,মাজুলী, ৩ জুলাইঃ চলিত বৰ্ষৰ ২১ জুনৰ পৰা ২৩ জুনলৈ ভূপালত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমৰকলা প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিলে মাজুলীৰ নিহাৰিকা শইকীয়াই৷ নিম্ন শাখাৰ সমৰ কলা প্ৰতিযোগিতাত ১৬ -২০ কেজি শাখাত অংশগ্ৰহণ কৰি নিহাৰিকাই তিনিটা ৰাউণ্ডত অৱৰ্তীন হৈ চূড়ান্ত ৰাউণ্ডত ভূপালৰ প্ৰতিপক্ষ …

Read More »

দৰঙত জাপানীজ এনকেফেলাইটিছৰ সংহাৰীৰূপ

মঙলদৈত আৰু এজনৰ মৃত্যু   আতংকিত স্থানীয় গাওবাসী   মঙলদৈ ৩জুলাই :- ৰাজ্যত ক্ৰমাত মহামাৰী ৰূপ ধাৰন কৰিছে মৃত্যুদূতৰূপী জাপানিজ এনকেফেলাইটিছ ৰোগে । কালি সন্ধিয়া ৭ বজাত মঙলদৈ আৰক্ষী থানাৰ অন্তগত নগৰবাহীৰ মোল্লাপাৰা গাৱৰ ৰহিমুদ্দিন আহমেদ (৬৮) নামৰ এজন লোক এই ৰোগত মৃত্যু হোৱাৰ লগে লগে দৰঙত এই ৰোগত মৃত্যু …

Read More »

ড: ভূপেন হাজৰিকাৰ গীতৰ সংস্কৃত ৰূপ আধাৰিত   নৃত্যানুষ্ঠানৰ বাবে ৰাছিয়ালৈ আমন্ত্ৰিত শিল্পী ইলোৰা বৰা

নগাঁও,৩জুলাই: “অসমৰ এগৰাকী সুখ্যাত নৃত্য শিল্পী- নগাঁৱৰ ইলোৰা বৰাই  ১৪ জুলাইত সুদূৰ ৰাছিয়ালৈ ‘চাৰ্বাছ’ (Sarvas) শীৰ্ষক এক আন্ত:ৰাষ্ট্ৰীয় সাংস্কৃতিক বিনিময় অনুষ্ঠানত নৃত্য পৰিৱেশনৰ বাবে আমন্ত্ৰিত হৈছে।য’ত তেওঁ মস্কোকে ধৰি ছখন চহৰত ড: ভূপেন হাজৰিকাৰ গীতৰ ভিত্তিত শিল্পী ৰঞ্জন  বেজবৰুৱাই কৰা সংস্কৃত ৰূপান্তৰৰ আধাৰত সত্ৰীয়া আৰু ভাৰতনাট্যম্ শৈলীত এলানি নৃত্য  পৰিৱেশন …

Read More »

গৰমৰ বন্ধৰ মাজতে বৰপেটা জিলাৰ বিদ্যালয়সমূহত চলিছে শিশু উৎসৱ

বৰপেটা, ৩ জুলাই: অসম সৰ্বশিক্ষা মিছনৰ নিৰ্দেশ ক্ৰমে বৰপেটা জিলাৰো চৰকাৰী বিদ্যালয় সমূহত যোৱা ১জুলাইৰ পৰা ১০ দিনীয়া গ্ৰীষ্মকালীন শিবিৰ তথা শিশু মহোৎসৱ অনুষ্ঠিত হৈছে। এই শিবিৰ সমূহত ছাত্ৰ- ছাত্ৰীসকলক বিদ্যালয় ৰ পাঠ বহিৰ্ভূত জ্ঞান তথা খেল-ধেমালী, নৃত্য-গীত আদি চৰ্চাৰ অভ্যাস কৰোৱা হৈছে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই …

Read More »

উদুলি-মুদুলি পৰিৱেশত কাকমাৰিত শিশু সমাৰোহ আৰম্ভ

ফাষ্ট নিউজ,জাজৰি,৩ জুলাই:নগাঁও জিলাৰ দিঘলীপৰীয়া সাংস্কৃতিক মঞ্চৰ উদ্যোগত হাতীচোং মৌজাৰ কাকমাৰি চাৰিআলিত আজিৰেপৰা উদুলি-মুদুলি পৰিৱেশত তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিক এক শিশু সমাৰোহ আৰম্ভ হৈছে।এই উপলক্ষে আজি পুৱা অঞ্চলটোৰ ১০ গৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে বিপুল ৰাজকুমাৰ, মাণিক চন্দ্ৰ ডেকা, থগিত চন্দ্ৰ বৰুৱা, ৰবীন মেধি, খৰ্গেশ্বৰী বৰা, দীগেন বৰা, মহীন্দ্ৰ মহন্ত, …

Read More »

বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল একেটা পৰিয়ালৰে  দুজনৰ

হৰিশিঙা, ৩ জুলাই -: ওদালগুৰি জিলাৰ  হৰিশিঙা আৰক্ষী চকীৰ অন্তৰ্গত বনগ্ৰুম গাওঁত যোৱা নিশা প্ৰায় ১১ বজাত বন্যহস্তীৰ আক্ৰমণত  নিহত হয় বলমদিনা ওৰাং(৫৫) নামৰ মহিলাগৰাকীৰ লগতে গুৰুত্বৰভাৱে আহত হৈছিল স্বামী  ইলচু ওৰাং  ।  আজি পুৱা হৰিশিঙা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহত  স্বামী  ইলচু ওৰাংক(৫৯) ওদালগুৰি অসামৰিক চিকিৎসালয়ত উন্নত চিকিৎসাৰ বাবে …

Read More »

মূষলধাৰ বৰষুণত বিধস্ত ৰঙিয়াৰ দগাওঁ-বৰলেচাকোণা পথৰ কালভাৰ্ট 

যান-বাহনৰ চলাচল বন্ধ ঘোষণা উত্তৰ কামৰূপ , ৩ জুলাই : বিগত কেইটামান দিনত হোৱা মুষলধাৰ বৰষুণৰ ফলত ৰঙিয়াৰ দগাওঁ-বৰলেচাকোণা পথৰ ওপৰৰ তিনি কিলোমিটাৰ দূৰত্বত থকা এটি কালভাৰ্ট যোৱা ১ জুলাই তাৰিখে বিধস্ত হৈ পৰে । নেৰানেপেৰা বৰষুণৰ ফলত এই পথচোৱা যাতায়তৰ অনুপযোগী হোৱাত   সকলো ধৰণৰ যান-বাহনৰ চলাচল বন্ধ ঘোষণা কৰিছে …

Read More »

ৰহমৰীয়া গৰাখহনীয়াৰ ভয়াৱহ ৰূপঃ জলসম্পদ বিভাগে গুৰুত্ব দিবনে

চাবুৱাঃ ৩ জুলাইঃ ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰহমৰীয়াত পুনৰ বাৰিষাৰ লগে লগে গৰাখহনীয়াৰ আৰম্ভ হ’ব ধৰিছে । ৰহমৰীয়াৰ গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, মটক যুৱ-ছাত্ৰ পৰিষদে। ইতিমধ্যে, ৰহমৰীয়াৰ গৰাখহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমদিত …

Read More »

নদীবান্ধ ভাঙি মৃত্যু ৬, সন্ধানহীন ১৭

চাবুৱাঃ ৩ জুলাইঃ মহাৰাষ্ট্ৰত যোৱা কেইবাদিনৰে পৰা দি থকা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানৰ ফলত ইতিমধ্যে কেইবাজনো লোকৰ মৃত্যু হৈছে। এটা নদীবান্ধৰ পৰা বৈ অহা পানীয়ে ১২ টা ঘৰ উটুৱাই নিয়াৰ লগতে ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে সন্ধানহীন হৈছে ১৭ জন লোক। মহাৰাষ্ট্ৰৰ ৰত্নাগিৰীত সংঘটিত হোৱা ঘটনাক কেন্দ্ৰ …

Read More »

মাজুলীত বিসংগতিপূৰ্ণ পথ নিৰ্মাণক লৈ ক্ষুব্ধ উপায়ুক্ত

, গড়কাপ্তানি বিভাগক কৈফিয়ৎ তলৱ, চৰকাৰী ধনৰ অপচয় নকৰিবলৈ বিভাগীয় বিষয়া-কৰ্মচাৰীক সকিয়নী পৰাণজ্যোতি বৰা,মাজুলী, ০২ জুলাই :   পূৱ মাজুলীৰ বনগাঁও-বালিচাপৰি গড়কাপ্তানি পথৰ পেৰাভাৰী গাঁৱৰ পৰা শেনচোৱা বালিচাপৰি অংশত বিসংগতিপূৰ্ণ ভাৱে পথৰ পুণৰ নিৰ্মাণ তথা মেৰামতি কাৰ্য চলোৱাক লৈ গড়কাপ্তানি বিভাগৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰ। পথছোৱা …

Read More »