Monday , March 30 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক (পৃষ্ঠা 172)

আঞ্চলিক

উত্তৰ গুৱাহাটী শিলসাকোঁস্হিত জিএমডিএ সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰত দুষ্পাপ্য কেকো সাপ উদ্ধাৰ

পঙ্কজ নাথ, চাংসাৰি, ২ জুলাই : উত্তৰ গুৱাহাটী শিলসাকোঁস্হিত জিএমডিএ সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰত কালি সন্ধিয়া এডাল দুষ্পাপ্য কেকো সাপ উদ্ধাৰ কৰা হয়। এইকেইদিন সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰটোত দৈনিক প্ৰশিক্ষণ চলি থকাৰ সময়তে আন দিনৰ দৰে যোৱাকালি ১ জুলাইত প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষক দ্বয় লম্বোধৰ ডেকা আৰু প্ৰশান্ত দাসে সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰৰ ভৱণৰ …

Read More »

দণ্ডধৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ ৮০ বছৰীয়া পূৰ্তি উদযাপনৰ বিশাল প্ৰস্তুতি :

গোলাঘাট ,২ জুন : ৮০ বছৰ গৰকা গোলাঘাটৰ অন্যতম এখনি কন্যা বিদ্যালয়, দণ্ডধৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ে ইতিমধ্যে গোলাঘাট জিলাত  ছোৱালী শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণেৰে সমগ্ৰ অসমত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। এই ইতিহাস প্ৰসিদ্ধ বিদ্যালয় খনে ইতিমধ্যে  ৮১  বছৰত ভৰি দিলে। সেই উপলক্ষে এখনি  সমাৰোহ  উদযাপন …

Read More »

আজি সত্ৰীয়া সংস্কৃতিৰ অন্যতম সাধক হৰেকৃষ্ণ মহন্তক ওদালগুৰিত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে কালিচৰণ ব্ৰহ্ম বটাঁ

হৰিশিঙা , ২ জুলাই : ২০১৮ চনত ঘোষিত কালিচৰণ ব্ৰহ্ম বটাঁৰ বাবে এইবেলি ৰাজ্য চৰকাৰে মনোনীত কৰিছে ওদালগুৰিৰ বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ বাপ হৰেকৃষ্ণ মহন্তক। সত্ৰাধিকাৰগৰাকীক এই বটাঁটি প্ৰদানৰ বাবে ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত অাজি  আয়োজন কৰা হৈছে এক বটাঁ প্ৰদান অনুষ্ঠান। দিনৰ   ২ বজাত ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে …

Read More »

খোৱাঙত ৰাইজে নিৰ্মাণ কৰিলে দলং

  খোৱাং, ২ জুলাইঃ পৰিৱৰ্তনৰ শ্ল’গান দি বিজেপি চৰকাৰখনে শাসনৰ গাদীভাৰ দখল কৰিলে যদিও অসমৰ এনে কিছুমান অঞ্চল আছে যি বিলাক অঞ্চলক কোনো উন্নয়ণে ঢুকি পোৱা নাই । তেনে এটা অঞ্চল হৈছে মৰাণ বিধানসভা সমষ্টিৰ খোৱাং উন্নয়নখণ্ডৰ অন্তৰ্গত দেউধাই আৰু কঠাল গুৰি গাওঁ । বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত এখন …

Read More »

ড্ৰাগছ সৰবৰাহকাৰী সূৰজ চেত্ৰীক পুনৰ গ্ৰেপ্তাৰ

ড্ৰাগছ সৰবৰাহকাৰী সূৰজ চেত্ৰীক পুনৰ গ্ৰেপ্তাৰ : গোলাঘাট ,2 জুন : যোৱা ২৫ জুনত গোলাঘাট আৰক্ষীয়ে থুৰামুখ অঞ্চলৰ পৰা ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰা সূৰজ চেত্ৰী নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনক কালি চিকিৎসাৰ খাতিৰত যোৰহাট মেডিকেললৈ নিছিল যদিওঁ মেডিকেলৰ পৰাই আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছিল ধৃত আচামীজন। জানিব পৰা মতে, গোলাঘাটৰ কাৰাগাৰত …

Read More »

বছৰৰ দ্বিতীয়টো বানত ডুব গল মুখ্যমন্ত্ৰীৰ গৃহগাঁও টেঙাবাৰী-ৰংমলাকে আদি কৰি ৮খনকৈ গাঁও

 চাবুৱাঃ ১ জুলাইঃ ৰাজ্যত বিগত কেইবাদিনো ধৰি দিয়া প্ৰৱল বৰষুণৰ ফলত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মহাবাহু ব্ৰক্ষ্মপুত্ৰ আৰু ডিব্ৰু নৈৰ পানীয়ে৷ ৰাজ্যৰ অন্য প্ৰান্তৰটো বাদেই স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ চাবুৱাত গৃহ পঞ্চায়ত বিন্ধাকটাৰ পঞ্চায়তৰ অধীনৰ টেঙাবাৰী-ৰংমলা-দধীয়া-লাইকা-নেপালী গেৰেকী গাঁও-মিৰি গাঁৱকে আদি কৰি মুঠ ৮ খনকৈ গাঁও বৰ্তমান পানীৰ …

Read More »

দুৰ্ধষ ড্ৰাগছ সৰবৰাহকাৰী সুৰজ চেত্ৰীৰ পলায়ন

গোলাঘাট ,১ জুন : কিছুদিন পূৰ্বে গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুৰ্ধষ ড্ৰাগছ সৰবৰাহকাৰী সুৰজ চেত্ৰী আৰক্ষীৰ নিৰাপত্তাৰ বেহু ভেদ কৰি পলাই যাবলৈ সক্ষম হ’য়। আজি চিকিৎসাৰ খাতিৰত যোৰহাট মেডিকেল কলেজলৈ নিয়াৰ পথতে অপৰাধীজনে পলায়ন কৰে। ইতিমধ্যে আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰিছে যদিওঁ কেনে পৰিস্থিতিত অপৰাধীজনে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ভেদ কৰি …

Read More »

বঙাইগাঁৱত ডিজিটেল ইণ্ডিয়াৰ চতুৰ্থ বৰ্ষপূৰ্তি পালন

  বঙাইগাঁওঃ ১জুলাইঃ সমগ্ৰ দেশৰ লগতে আজি বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত তথা এনআইচিৰ সহযোগত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত ডিজিটেল ইণ্ডিয়াৰ চতুৰ্থ বৰ্ষপুতি আনুষ্ঠানিক ভাবে পালন কৰা হয়। উল্লেখ্য যে ভাৰতৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিগত ২০১৫ বৰ্ষৰ ১ জুলাইত ডিজিটেল ইণ্ডিয়াৰ শুভ উদ্বোধন কৰা হৈছিল । ইয়াৰ মূল লক্ষ্য …

Read More »

গোলাঘাট মহকুমা সংবাদিক সংস্থাৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান

প্ৰয়াত সাংবাদিক সকলক ৰাজহুৱা স্বীকৃতি প্ৰদানৰ বাবে সাংবাদিকৰ নামেৰে পথৰ নামকৰনৰ দাবী গোলাঘাট, ১জুলাইঃ — গোলাঘাট মহকুমাটোৰ কেইবাজনো সাংবাদিকৰ নামত পথ নামকৰণ কৰাৰ দাবীত আজি গোলাঘাট মহকুমা সাংবাদিক সংস্থাই জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে । ইতিহাস প্ৰসিদ্ধ কাকডোঙা নদীৰ বৰালি মাছ সংৰক্ষণ কৰাৰ দাবীত প্ৰদান কৰা হয় এই স্মাৰক …

Read More »

ভাৰতীয় ৰে’লৱেৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগক ব্যক্তিগত খণ্ডক হস্তান্তৰৰ পদক্ষেপ

সমগ্ৰ দেশৰ লগতে বঙাইগাঁৱতো ক’লা দিৱস পালনেৰে মজদুৰ ইউনিয়নৰ প্ৰতিবাদ বঙাইগাঁওঃ ১জুলাইঃ ভাৰতীয় ৰে’ল বিভাগে আগন্তুক এশ দিনীয়া পৰিকল্পনা অনুসৰি ৰে’ল বিভাগৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগ ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰিবলৈ লোৱা পদক্ষেপৰ প্ৰতিবাদত আজি অল ইণ্ডিয়া ৰে’লৱেমেনচ ফেডাৰেচনৰ আহ্বানত সমগ্ৰ দেশজুৰি ৰে’লৱে মজদুৰ ইউনিয়নে ক’লা দিৱস পালন কৰে ৷ এই উপলক্ষে …

Read More »