Thursday , February 27 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক (পৃষ্ঠা 18)

আঞ্চলিক

বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

ষ্টাফৰিপোৰ্টাৰ,,১৮জানুৱাৰী জানুৱাৰী।।: গুৱাহাটীৰ আঠগাঁও স্থিত মাৰোৱাৰী হাস্পতালৰ উদ্যোগত শনিবাৰে গুৱাহাটীৰ বেলতলা বশিষ্ঠপুৰত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰত মুঠ ১০৫ গৰাকী লোকক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ডায়েবেটিক স্ক্ৰীনিঙ কৰাৰ উপৰিও ৰক্তচাপ, ওজন জোখাৰ লগতে বিভিন্ন পৰামৰ্শ আগবাঢ়োৱা হয়। লগতে বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰা হয়। …

Read More »

শ্ৰীসূৰ্য পাহাৰ পীঠস্থানত জিলা প্ৰশাসনৰ গুৰত্বপূৰ্ণ সভা

শ্ৰীসূৰ্য পাহাৰ পীঠস্থানত জিলা প্ৰশাসনৰ গুৰত্বপূৰ্ণ সভাঃনৱনিৰ্মিত অতিথি শালা উদ্বোধন কৰিলে উপায়ুক্ত বৰ্ণালী ডেকাই ——————– গোৱালপাৰা জিলাৰ শ্ৰীসূৰ্য পাহাৰ মহাপীঠ স্থানত ১৭ জানুৱাৰী তাৰিখে জিলা প্ৰশাসনৰ কেবাখনো গুৰুত্বপূৰ্ণ সভা অনুষ্টিত হয় ৷ পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত সভাৰ আৰম্ভণিতে মহাপীঠস্থান চৌহদত নৱ নিৰ্মিত অতিথিশালাৰ ভৱনটিৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰা …

Read More »

শিৱসাগৰ জিলা উপায়ুক্তৰ যোগাত্মক পদক্ষেপত সন্তুষ্ট শিৱসাগৰ সাংবাদিক মহল

শিৱসাগৰ জিলা উপায়ুক্তৰ যোগাত্মক পদক্ষেপত সন্তুষ্ট শিৱসাগৰ সাংবাদিক মহল ফাৰ্ষ্ট নিউজ , শিৱসাগৰ , ১৮ জানুৱাৰী : আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত ডা: এম. এচ. লক্ষ্মী প্ৰিয়াই উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত শিৱসাগৰ জিলাৰ সাংবাদিকসকলৰে মিলিত হৈ জিলা প্ৰশাসনৰ Mission Soulful Sivasagar ৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন প্ৰকল্পসমুহ যেনে মৰম, অধ্যয়ন, …

Read More »

৭১ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে নাজিৰাত হাফ মাৰাথান দৌৰ প্ৰতিযোগিতা

৭১ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে নাজিৰাত হাফ মাৰাথান দৌৰ প্ৰতিযোগিতা ফাষ্টনিউজ ৰিপৰ্ট, নাজিৰা, ১৮ জানুৱাৰী ৭১ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে নাজিৰাত নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত শিমলুগুৰি আৰক্ষী থানা আৰু নাজিৰা জিলা ক্ৰীড়া সন্হাৰ সহযোগত অহা ২৩ জানুৱাৰীত (পুৰুষ আৰু মহিলাৰ বাবে) হাফ মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে | এই প্ৰতিযোগিতাত …

Read More »

দুটাকৈ কিডনী বিকল : সহায়ৰ কাতৰ আহ্বান শিল্পী বাবুলৰ

#দুয়োটা কিডনী বিকল শিল্পী বাবুল তালুকদাৰৰ #শিল্পী বাবুল তালুকদাৰলৈ সহায়ৰ বাবে আহ্বান সঞ্জীৱ দাস, ভৱানীপুৰ, ১৮ জানুৱাৰীঃ ভৱানীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত সৰুপেটাৰ নিকটৱৰ্তী ভাৰেগাঁওৰ বাসিন্দা এগৰাকী বিহুৱা শিল্পী বাবুল তালুকদাৰে (৩৭) জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। ভাৰেগাঁওৰ প্ৰয়াত মদন তালুকদাৰৰ একমাত্ৰ পুত্ৰ বাবুল তালুকদাৰ এবছৰ ধৰি অসুস্থ হৈ …

Read More »

নলবাৰী জাতীয় বিদ্যালয়ৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস উদযাপন

##নলবাৰী জাতীয় বিদ্যালয়ৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস উদযাপন## ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৮ জানুৱাৰী নলবাৰী জিলাৰ পশ্চিম প্ৰান্তৰ ফুলগুৰিস্থিত নলবাৰী জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আজি দিনযোৰা কাৰ্যসূচীৰে বৰ উছাহেৰে উদযাপন কৰা হয় ৷ ৰাতিপুৱা ৯.৩০ বজাত এই বিদ্যালয়ৰে শিক্ষক ৰূপক বৈশ্যই আঁত ধৰা আজিৰ এই দ্বিতীয় প্ৰতিষ্ঠা দিৱসটিত বিদ্যালয়ৰ …

Read More »

নলবাৰী জাতীয় বিদ্যালয়ত শিল্পী দিৱস উদযাপন

##নলবাৰী জাতীয় বিদ্যালয়ত শিল্পী দিৱস উদযাপন## ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৭ জানুৱাৰী নলবাৰী জিলাৰ পশ্চিম প্ৰান্তৰ ফুলগুৰিস্থিত নলবাৰী জাতীয় বিদ্যালয়ত আজি ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ স্মৃতিত শিল্পী দিৱস উদযাপিত হৈ যায় ৷ বিদ্যালয়খনৰ সমূহ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী তথা অভিভাৱক-অভিভাৱিকাৰ উপস্থিতিত উদযাপিত হৈ যোৱা এই শিল্পী দিৱসত শিল্পীগৰাকীৰ …

Read More »

প্ৰাক্তণ ছাত্ৰ নেতা মৃদুল মেধিৰ অকাল বিয়োগ

প্ৰাক্তণ ছাত্ৰ নেতা মৃদুল মেধিৰ অকাল বিয়োগ সঞ্জীৱ দাস, ভৱানীপুৰ, ১৭ জানুৱাৰীঃ ভৱানীপুৰৰ হৰিপুৰ গাঁৱৰ বাসিন্দা প্ৰাক্তণ ছাত্ৰ নেতা, শিল্পী, সমাজকৰ্মী, কৃতি শিক্ষক মৃদুল মেধি (৪৮)য়ে দীৰ্ঘদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ যোৱা নিশা ১:৪০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পৰলোকগামী ঘটে। মৃদুল মেধি এগৰাকী বীৰ নামৰ লগতে বিহুৱা …

Read More »

উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত শিল্পী দিৱস উদযাপন

উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত শিল্পী দিৱস উদযাপন ।ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক গীতমাতৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন। পঙ্কজ নাথ, চাংসাৰি, ১৭ জানুৱাৰী : উত্তৰ কামৰূপৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনে বিগত সময়চোৱাত শৈক্ষিক, সাংস্কৃতিক আৰু ক্ৰীড়া ক্ষেত্ৰত যথেষ্ট সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। আজি শিল্পী দিৱস উপলক্ষে এই নিকেতন খনৰ …

Read More »

ডিব্ৰুগড়ৰ চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ নাগৰিক সংশোধনী বিধেয়ক- ইছলামী সাহিত্য সভা-জে এন ইউ কাণ্ডৰ বিৰোধিতা

ডিব্ৰুগড়ৰ চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ নাগৰিক সংশোধনী বিধেয়কৰ লগতে ইছলামী সাহিত্য সভা আৰু জে এন ইউ কাণ্ডৰ বিৰোধিতা চাবুৱাঃ ১৭ জানুৱাৰীঃ কেন্দ্ৰীয় চৰকাৰে প্ৰয়োগ কৰিবলৈ সিদ্ধান্ত লোৱা অসাংবিধানিক,সাম্প্ৰদায়িক আৰু অসম চুক্তিক উলংঘা কৰা প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়কখনে অসমীয়া ভাষা, সংস্কৃতি আৰু খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি যি ভাবুকি কঢ়িয়াই আনিছে ইয়াৰ সম্পূৰ্ণ …

Read More »