Thursday , April 2 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক (পৃষ্ঠা 180)

আঞ্চলিক

উত্তৰ -পূৰ্বাঞ্চলৰ প্ৰগতিশীল গাহৰি পালন সংস্থাৰ সংবাদমেল

  ষ্টাফ ৰিপোৰ্টাৰ,,,,।।। ২২ জুন। শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উত্তৰ -পূৰ্বাঞ্চলৰ প্ৰগতিশীল গাহৰি পালন সংস্থা(এন, ই ,পি ,পি এফ এ)ৰ উদ্যোগত এখন সংবাদমেলৰ আয়োজন কৰা হয়।উত্তৰ পূৰ্বাঞ্চলক গাহৰি মাংসৰ কেন্দ্ৰস্থল হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে উক্ত সংবাদমেলখনৰ আয়োজন কৰা হয়। সংবাদমেলত সংস্থাৰ সভাপতি মনোজ কুমাৰ বসুমতাৰীয়ে কয়”-“উত্তৰ পূৰ্বাঞ্চলত গাহৰি মাংসৰ এখন …

Read More »

ৰহমৰীয়াত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বধৰ্না মটক যুৱ পৰিষদৰ

. চাবুৱাঃ ২২ জুনঃ সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ ডিব্ৰুগড়-তিনিচকীয় জিলা সমিতি আৰু ৰহমৰীয়া অঞ্চলৰ নৱজ্যোতি সংঘৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে গড়পৰা কোঁৱৰ গাঁৱৰ নৱজ্যোতি সংঘৰ খেলপথাৰত সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস সুন্দৰকৈ আয়োজন কৰা হয়। তেখেতৰ সমাজ জীৱনৰ বাবে কৰা ত্যাগ, জাতীয় চেতনা, তেখেতৰ অমৰ সৃষ্টিৰাজিক নৱপ্ৰজন্মক সোঁৱৰাই দি …

Read More »

ৰঙিয়াত মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা দুই যুৱতীক উদ্ধাৰ

  উত্তৰ কামৰূপ : মানৱ সৰবৰাহকাৰীৰ অন্যতম ঘাটীলৈ পৰ্যবসিত হৈছে ৰঙিয়া ৰেল জংচন । বহিঃৰাজ্যত কৰ্ম সংস্থাপন দিয়াৰ প্ৰলোভনেৰে মানৱ সৰবৰাহকাৰীৰ বৃহৎ চক্ৰই ৰাজ্যৰ ভিতৰুৱা অঞ্চলসমূূহৰ পৰা দৰিদ্ৰ পৰিয়ালৰ কিশোৰী, যুৱতীক ফুচুলাই আনি বিক্ৰী কৰি অহাৰ সময়ত ৰঙিয়া ৰেল জংচনত আজি পুুুনৰ বহিঃৰাজ্যলৈ নিবলৈ ওলোৱাৰ সময়তে দুগৰাকী যুৱতীক ৰেল আৰক্ষীয়ে …

Read More »

ছমাহৰ ভিতৰত সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি কোচ ৰাজবংশীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবী

বঙাইগাঁৱত কোচ ৰাজবংশী জাতীয় মহাসভাৰ কাৰ্যকৰী সভা   ছমাহৰ ভিতৰত সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি জনগোষ্ঠীটোক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবী   বঙাইগাঁওঃ ২২ জুনঃ আজি বঙাইগাঁও চহৰৰ ভাকাৰিভিটাস্থিত কমতাপুৰ ভৱনত কোচ ৰাজবংশী জাতীয় মহাসভাৰ এখন কাৰ্যকৰী সভা অনুষ্ঠিত হয় ৷ কোচ ৰাজবংশী জাতীয় মহাসভাৰ সভাপতি তৰণী কান্ত ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত …

Read More »

অম্বুবাচী উপলক্ষে বন্ধ থাকিব উত্তৰ গুৱাহাটী আদি ঠাইৰ মঠ মন্দিৰৰ দ্বাৰ

। পঙ্কজ নাথ, চাংসাৰি, ২২ জুন : আজি নিশা অম্বুবাচীৰ প্ৰবৃত্তি হব। শক্তিপীঠ কামাখ্যা ধামত দেৱীৰ আশীষ প্ৰাপ্তি হকে আৰু অম্বুবাচী মেলাত ভাগ লবলৈ ভাৰতবৰ্ষৰ সাধু সন্ত সমাজৰ লগতে বিশ্বৰ অগনন ভক্তই ইতিমধ্যে ভিৰ কৰিছিলহি। এইবাৰ অম্বুবাচীৰ প্ৰবৃত্তি আজি ২২ জুন, ৬ আষাৰ শনিবাৰৰ নিশা ১ বাজি ৩২ মিনিট ২৬ …

Read More »

আমিনগাওঁত ওপঙা কামাখ্যা মন্দিৰ

। পঙ্কজ নাথ , চাংসাৰি, ২২ জুন : কামৰূপ জিলাৰ অন্তৰ্গত আমিনগাঁৱত ওপঙা কামাখ্যা মন্দিৰ। নীলাচলত নহয় আমিনগাঁৱৰ শৰাইঘাট সৰোবৰত মা কামাখ্যা ধাম। অম্বুবাচী মেলা উপলক্ষে শৰাইঘাট সৰোবৰত শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে হুবহু কামাখ্যা ধাম। শিল্পী অৰূপজ্যোতি বৰকটকীয়ে সাজি উলিয়াইছে ওপঙা কামাখ্যা মন্দিৰটো। অমিনগাঁৱৰ শৰাইঘাট হ্ৰদত আঠ দিন …

Read More »

আহোম ৰাজত্ব কালৰ বৰৰাণী ফুলেশ্বৰী কোঁৱৰীৰ বাসস্থান গায়ন গাৱত সম্প্ৰতি এটুপি বিশুদ্ধ খোৱাপানীৰ অভাৱ

আহোম ৰাজত্ব কালৰ বৰৰাণী ফুলেশ্বৰী কোঁৱৰীৰ বাসস্থান গায়ন গাৱত সম্প্ৰতি এটুপি বিশুদ্ধ খোৱাপানীৰ অভাৱ: হাঁহাকাৰ গাঁও বাসীৰ : স্বচ্ছ ভাৰতৰ আচনিয়ে ঢুকি পোৱা নাই এখন গাঁওখনক : কাষৰীয়া গাঁৱৰ পৰা বিশুদ্ধ খোৱা পানী কঢ়িয়াই সেৱন কৰিব লগা অৱস্থা শিৱসাগৰ ২২ জুন: : এখন ঐতিহ্য বিৰজিত গাঁও হ’ল কালুগাঁও গায়ন গাঁও …

Read More »

মোৰাঝাৰত আমছুৰ সজাগতামূলক সমদল

  ছাদিকুজ জামান মোৰাঝাৰ, ২২ জুন সমাজৰ পৰা অপৰাধমূলক কাৰ্য্য প্ৰতিৰোধ কৰা,অন্ধবিশ্বাস, কু সংস্কাৰ দূৰ কৰা, প্ৰতি ঘৰত শিক্ষা সুনিশ্চিত কৰা, বাল্য বিবাহ, বহু বিবাহ বন্ধ কৰা, জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰা, দুটিতকৈ বেছি সন্তান জন্ম দিয়া বন্ধ কৰা, নাৰী সবলীকৰণ কৰা আদি বিষয়ত ৰাইজক সজাগতা সৃষ্টি কৰাৰ্থে সমগ্ৰ অসমৰ লগতে …

Read More »

বিশিষ্ট কবি, সাহিত্যিক তথা শিক্ষাবিদ মুকুন্দ শৰ্মাৰ বিয়োগ

      বঙাইগাঁওঃ২১ জুনঃ বঙাইগাঁৱৰ বিশিষ্ট কবি, সাহিত্যিক তথা বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মুকুন্দ শৰ্মাৰ কালি সন্ধিয়া পৰলোকপ্ৰাপ্তি ঘটে ৷ বঙাইগাঁও চহৰৰ ভাকাৰীভিটা নিবাসী বিশিষ্ট সাহিত্যিকগৰাকী বিয়লিৰ ভাগত হঠাৎ অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে তেওঁক ততাতৈয়াকৈ বঙাইগাঁৱৰ আৰোগ্য হাস্পতালত ভৰ্তি কৰে যদিও সন্ধিয়া ৬ঃ৪৫ বজাত তেওঁ শেষ …

Read More »

জীৱিত ৰোগীক মৃত সজোৱাৰ অভিযোগঃ নিশা উত্তাল হৈ পৰে খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

  খোৱাং, ২১ জুনঃ জীৱিত এগৰাকী ৰোগীক চিকিৎসকে মৃত সজোৱাৰ অভিযোগ তুলি আজি যোৱা নিশা উত্তাল হৈ পৰে খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ । জানিব পৰা মতে কালি সন্ধিয়া খোৱাং আজাৰগুৰি গাঁ‌ৱৰ ৰাজু কৰ্মকাৰৰ কন্যা সংগীতা কৰ্মকাৰ (১০) হঠাৎ অসুস্থ হৈ পৰাত খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ আনে । সেই সময়ত কৰ্তব্যৰত …

Read More »