Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক (পৃষ্ঠা 19)

আঞ্চলিক

কমাৰগাঁৱত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সাহিত্য শাখা সমিতিৰ উদ্যোগত কেন্দ্রীয় বক্তৃতানুষ্ঠান সম্পন্ন

কমাৰগাঁৱত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সাহিত্য শাখা সমিতিৰ উদ্যোগত কেন্দ্রীয় বক্তৃতানুষ্ঠান সম্পন্নঃ মুখ্য অতিথি ৰূপে পদাধিকাৰ কমলাকান্ত গগৈৰ অংশগ্রহণঃ কাজিৰঙাৰ পৰা পলিমা চেতিয়া বসুমতাৰী, ৩১ আগষ্টঃ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সাহিত্য শাখা সমিতিৰ উদ্যোগত বােকাখাত জিলা সাহিত্য শাখা সমিতি আৰু কমাৰগাঁও মহাবিদ্যালয়ৰ সহযোগিতাত আজি এদিনীয়াকৈ বর্ণাঢ্য কাৰ্যসূচীৰে কমাৰগাঁও মহাবিদ্যালয়ৰ সুধাকণ্ঠ ড° ভূপেন …

Read More »

NRC য়ে চিনাক্ত কৰা বিদেশীক গ্ৰাহ্য কৰা নহবঃ খিলঞ্জীয়াক সহায় কৰিব অনুসূচিত জাতি ছাত্ৰ সন্থাই

NRC য়ে চিনাক্ত কৰা বিদেশীক গ্ৰাহ্য কৰা নহবঃ খিলঞ্জীয়াক সহায় কৰিব অনুসূচিত জাতি ছাত্ৰ সন্থাই | ফাৰ্ষ্ট নিউজ , শিৱসাগৰ ৩১ আগষ্ট : অসমৰ দৰে জনবহুল ৰাজ্য এখনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন উন্নিতকৰণ এশ শতাংই যোগাত্মক আৰু গুৰুত্বপূৰ্ণ | বহু আশা প্ৰত্যাশা ত্যাগ আৰু অপেক্ষাৰ অন্তত আজি পুৱা ১০ বজাত প্ৰকাশ …

Read More »

ফিকিৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হ’ব পৰ্যটন সম্মিলন

  ষ্টাফ ৰিপোৰ্টাৰ,,,,৩০ আগষ্ট।।। ফিকিৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হ’ব এখন পৰ্যটন সম্মিলন। এই সন্মিলনত অংশগ্ৰহণ কৰিব উৰিষ্যাৰ পৰ্যটন মন্ত্ৰী জ্যোতি প্ৰকাশ পাণিগ্ৰহীয়ে। সন্মিলন খনত ৰাজ্য খনৰ পৰ্যটন বিভাগৰ সঞ্চালক নিৰ্মল চন্দ্ৰ মিশ্ৰই উৰিষ্যাত থকা বিভিন্ন পৰ্যটন ক্ষেত্ৰ যেনে- ইক’ ট্যুৰিজম, পৰম্পৰাগত পৰ্যটন আদিৰ বিষয়ে এক আলোকপাত কৰিব। শুকুৰবাৰে গুৱাহাটী অনুষ্ঠিত …

Read More »

অপপ্ৰচাৰ ৰোধকৰাৰ লগতে বিদ্যা ভাৰতীৰ বাস্তৱ ছবিখন সমাজত দাঙি ধৰা দায়িত্ব বিদ্যা ভাৰতীৰ প্ৰচাৰ বিভাগৰ, সুধাকৰ ৰেড্ডী

অপপ্ৰচাৰ ৰোধকৰাৰ লগতে বিদ্যা ভাৰতীৰ বাস্তৱ ছবিখন সমাজত দাঙি ধৰা দায়িত্ব বিদ্যা ভাৰতীৰ প্ৰচাৰ বিভাগৰ, সুধাকৰ ৰেড্ডী । পঙ্কজ নাথ, চাংসাৰি, ৩০ আগষ্ট : কালিৰে বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা পূৰ্বোত্তৰ ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ প্ৰচাৰ বিভাগৰ কৰ্মশালা আজি সম্পন্ন হৈ যায় । কালি প্ৰথম দিনৰ কাৰ্য্যসূচীত পূৱা ৯ বজাত …

Read More »

বঙাইগাঁৱৰ ছিপনছিলাৰ হত্যাকাণ্ড : পলাতক অভিযুক্ত ধনঞ্জয়ৰ আদালতত আত্মসমৰ্পণ

বঙাইগাঁৱৰ ছিপনছিলাৰ নৃশংস হত্যাকাণ্ড পলাতক অভিযুক্ত ধনঞ্জয়ৰ আদালতত আত্মসমৰ্পণ হত্যাকাৰীক ৰাইজৰ হাতত গতাই দিয়াৰ দাবী বঙাইগাঁওঃ ৩০ আগষ্টঃ বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত ছিপনছিলাত সংঘটিত এক নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত ধনঞ্জয় দাসে ( গাঁৱত ধনঞ্জয় ৰায় বুলি পৰিচিত) আজি বঙাইগাঁও আদালতত আত্মসমৰ্পণ কৰে ৷ উল্লেখ্য যে ছিপনছিলা বৰপাৰা গাঁৱৰ বাসিন্দা ধনঞ্জয় …

Read More »

বোৰ্কা মধ্য কামপীঠ কনিষ্ঠ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্ন

বোৰ্কা মধ্য কামপীঠ কনিষ্ঠ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্ন* বন্দে মাতৰম” ধ্বনিৰে মুখৰিত হ’ল মহাবিদ্যালয় চৌহদ প্ৰতিবেদক, ৰঙিয়া , ৩০ আগষ্ট : “বৰ্তমান সময়ত জীৱনত উদগতি কৰিবলৈ হ’লে,জীৱনটো উপভোগ কৰিবলৈ হ’লে প্ৰধান উপাদানেই হৈছে শিক্ষা।ভাগ্যই কেতিয়াবা সুযোগ দিয়ে যদিও প্ৰকৃত শিক্ষাইহে সেই সুযোগ বা ভাগ্যৰ লিখনীক স্থায়িত্ব দিয়ে” আজি কামৰূপৰ …

Read More »

কৰৰা ইয়ুথ এথলেটিকছ ক্লাবৰ ফুটবলত কমলপুৰৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ

কৰৰা ইয়ুথ এথলেটিকছ ক্লাবৰ ফুটবলত কমলপুৰৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ প্ৰতিবেদক, ৰঙিয়া , ৩০ আগষ্ট : ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ দ্বাৰা অনুমোদিত ইয়ুথ এথলেটিকছ ক্লাব, কৰৰাৰ উদ্যোগত কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা শিক্ষাবিদ তৰুণ চন্দ্ৰ ডেকা আৰু সমাজকৰ্মী কেশৱ চন্দ্ৰ চৌধুৰী সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত কমলপুৰ ষ্টাৰ ক্লাৱে পৰৱৰ্তী …

Read More »

বিহালীৰ বৰজাৰণীত বন্যহস্তীৰ তাণ্ডৱ, কথমপি প্ৰাণ ৰক্ষা শিশুসহ দুটি পৰিয়ালৰ

বিহালীৰ বৰজাৰণীত বন্যহস্তীৰ তাণ্ডৱ, কথমপি প্ৰাণ ৰক্ষা শিশুসহ দুটি পৰিয়ালৰ আব্দুল বাৰেক, ব্যুৰ’ চীফ, বিশ্বনাথ চাৰিআলি ;৩০ আগষ্ট :- সম্প্ৰতি ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাইছে হস্তী মানৱৰ সংঘাত । দৈনিক ৰাজ্যৰ ভিন্ন প্ৰান্তত বন্যহস্তীয়ে মানুহৰ ঘৰ-দুৱাৰ‌ ভাঙি, শস্যৰ অনিষ্ট কৰি একপ্ৰকাৰ তাণ্ডৱ চলাই অহাৰ সমান্তৰাল ভাৱে বিহালীতো অব্যাহত আছে বন্যহস্তীৰ …

Read More »

জামুগুৰিহাটৰ কোঁচগাঁৱৰ ২২৪ বছৰীয়া কালীয়দমণ ভাঁওনাৰ প্ৰস্তুতি তুংগত

জামুগুৰিহাটৰ কোঁচগাঁৱৰ ২২৪ বছৰীয়া কালীয়দমণ ভাঁওনাৰ প্ৰস্তুতি তুংগত৷ ফাৰ্ষ্ট নিউজ, জামুগুৰিহাট,৩০ আগষ্ট:১৯৯৫ চনতেই দুশ বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাস ৰচনা কৰা জামুগুৰিহাটৰ কোঁচগাঁৱৰ ৰাইজৰ অভিনয় আৰু ভগৱান সেৱাৰ অনুষ্ঠান কালীয়দমণ নাটৰ ভাঁওনাভাগ এইবেলিও পৰম্পৰা অনুসৰিয়েই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনটোতেই অৰ্থাৎ অহা ১ চেপ্তেম্বৰত অনুষ্ঠিত হ’ব৷১৭৯৫ চনৰ পৰাই অবিৰতভাৱে শংকৰদেৱৰ …

Read More »