Thursday , April 2 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক (পৃষ্ঠা 190)

আঞ্চলিক

সুস্থ সমাজ গঠনত “প্ৰেছ পুলিচ পাব্লিক ” ৰ যৌথ ভূমিকা শীৰ্ষক আলোচনা চক্ৰ

  ষ্টাফৰিপৰ্টাৰ, ৯ জুন, অসম প্ৰবাহ, দ্যা আছাম জ্যোতি আৰু সদৌ অসম তেজদান আঁচনিৰ উদ্যোগত আৰু ৱেব পৰ্টেল ফাষ্ট নিউজ ৰিপোৰ্ট ডট কম আৰু আলোচনী ৰণাংগণৰ সহযোগত দেওবাৰে গুৱাহাটীৰ পি ডব্লিউ ডি কনভেনছন চেণ্টাৰত “সুস্থ সমাজ গঠনত “প্ৰেছ পুলিচ পাব্লিক ” ৰ যৌথ ভূমিকা শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়। অৱসৰ …

Read More »

গড়কাপ্তানী বিভাগৰ অভিযন্তালৈ চৰকাৰী বাহন

  ষ্টাফৰিপৰ্টাৰ, ৯ জুন, গড়কাপ্তানী বিভাগৰ অভিযন্তালৈ চৰকাৰী বাহন দিয়া হৈছে। প্ৰথমবাৰলৈ চৰকাৰী বাহন প্ৰদান কৰা হৈছে অভিযন্তাক। ১৭২ গৰাকী অভিযন্তালৈ একোখনকৈ balero ZLx pp+ লগতে দুখন মবাইল লেবৰেটৰী ভেনো মুকলি কৰা হৈছে। গুৱাহাটীৰ পি ডব্লিউ ডি কনভেনছন চেণ্টাৰত অনুস্হানত উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিভাগৰ শীৰ্ষ বিষয়াসহ অভিজন্তাও …

Read More »

পুনৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰীক যৌন নিৰ্যাতন

  ষ্টাফৰিপৰ্টাৰ, ৯জুন, পুনৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰীক যৌন নিৰ্যাতন কৰা ঘটনা পোহৰলৈ আহিছে।গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীক নিৰ্যাতন কৰা হৈছে। ছ’চিয়েল মিডিয়াত ভুক্তভোগী যুৱতীৰ বিস্ফোৰণ। বিশ্ববিদ্যালয়ৰ কাষৰ কৈলাশপুৰত সংঘটিত হৈছে এই ঘটনা।পথেৰে আহি থাকোতে ২ যুৱতীক শাৰিৰীক নিৰ্যাতন কৰা হৈছে। সন্ধিয়া বজাৰ কৰি হোষ্টেললৈ উভতি আহিছিল ছাত্ৰী ২ গৰাকী। বাইকেৰে আহিছিল ২ যুৱক। …

Read More »

কামৰূপ জিলাৰ কৃষি বিভাগৰ ডিমৰীয়া খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত এদিনীয়া কাৰ্যসূচীৰে প্ৰশিক্ষণ শিবিৰ সম্পন্ন

। পঙ্কজ নাথ, চাংসাৰি, ৮ জুন : কামৰূপ জিলাৰ কৃষি বিভাগৰ অধীনৰ আৰু ডিমৰীয়া খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত অৱস্থিত কৃষি সমল কেন্দ্ৰত এদিনীয়াকৈ কালি এক প্ৰশিক্ষণ শিবিৰ কাৰ্যসূচী অনুষ্ঠিত হৈ যায় । কালি ৭ জুন শুক্ৰবাৰে দিনজোৰা কাৰ্যসূচীৰে এই শিবিৰত প্ৰশিক্ষণ দিয়া হয়। শিবিৰত বিশ্ব বেংকৰ সাহাৰ্য্যত আৰম্ভ হোৱা অসম …

Read More »

মহা অম্বুবাচী মেলা সমাগত

  ষ্টাফৰিপৰ্টাৰ, ৭ জুন, মহা অম্বুবাচী মেলা সমাগত। বলীউডৰ তাৰকা কৈলাশ খেৰৰ সংগীতানুষ্ঠানেৰে এইবাৰ শুভাৰম্ভনি হ’‍ব এইবাৰ মা-কামাখ্যা ধামৰ অম্বুবাচী মেলাৰ। ২২ জুনৰ পৰা আৰম্ভ হ’বলগীয়া অম্বুবাচী মেলালৈ এইবাৰো আহিছে ইছলামিক সন্ত্ৰাসবাদী সংগঠন আই চি চ (ISIS)ৰ ভাবুকি।

Read More »

নলবাৰীৰ বিশিষ্ট ব্যক্তি শ্যামসুন্দৰ দত্তৰ মৃত্যু

  ষ্টাফৰিপৰ্টাৰ, ৭ জুন, পাৰ্বতিপ্ৰসাদ বৰুৱা স্মৃতি দিৱসত অংশ লৈ থাকোতে সভাথলীতে বিয়োগ ঘটিল নলবাৰীৰ বিশিষ্ট ব্যক্তি শ্যামসুন্দৰ দত্তৰ। নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত পাৰ্বতিপ্ৰসাদ বৰুৱাৰ বিষয়ে ভাষণ দি আৰু পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীত গোৱাৰ পাছতেই সভাস্থলীত ঢলি পৰে শ্যামসুন্দৰ দত্ত। শ্যাম সুন্দৰ দত্তৰ আকস্মিক বিয়োগত সকলো মৰ্মাহত …

Read More »

সচেতন নাগৰিক মঞ্চৰ গণস্বাক্ষৰ অভিযান

  ষ্টাফৰিপৰ্টাৰ, ৭ জুন, সিদ্ধিনাথ ভৱনত সচেতন নাগৰিক মঞ্চৰ আজি গণস্বাক্ষৰ অভিযান আৰম্ভ হয়। এন আৰ চি ক লৈ উদ্বিগ্ন সচেতন নাগৰিক মঞ্চ ।শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুতকৰণৰ দাবী সচেতন নাগৰিক মঞ্চৰ। ১০ শতাংশ নথি পুনঃ নিৰীক্ষণৰ দাবী মঞ্চৰ। গণ স্বাক্ষৰৰ জৰিয়তে ৰাষ্ট্রপতি-প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈও স্মাৰক …

Read More »

নুমলীগড় এন আৰ এল ৰ মুখ্যদ্বাৰত শ্ৰমিকৰ প্ৰতিবাদ

  ষ্টাফৰিপৰ্টাৰ, ৭ জুন, নুমলীগড় এন আৰ এল ৰ মুখ্যদ্বাৰত আজি শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰে। শ্ৰমিকৰ বৰ্ধিত মজুৰি আৰু বকেয়া ধন আদায় নিদিয়াৰ প্ৰতিবাদত শ্ৰমিকে এই প্ৰতিবাদ সাব্যস্ত কৰে। পুৱা ৬ বজাৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে। দুই শতাধিক শ্ৰমিকৰে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

Read More »

পঞ্চমদিনাও সন্ধান নাই এন-৩২ ৰ

  ষ্টাফৰিপৰ্টাৰ,৭ জুন, পঞ্চমদিনাও সন্ধান নাই এন-৩২ ৰ। অৰুণাচলৰ বায়ৰ পাহাৰত বিমানখন ভূঃপতিত হোৱাৰ আশংকা কৰা হৈছে। প্ৰশাসনে উদ্ধাৰ বাবে সহায় লৈছে স্থানীয় চিকাৰীৰ দল। পাহাৰখনলৈ প্ৰেৰণ কৰিছিল ৩ টা চিকাৰীৰ দল। পাহাৰখনৰ পৰা ৪০-৫০ কিঃমিঃ দূৰলৈ নাই জনবসতি কায়িং, পয়ুম, টাটোৰ বাসিন্দাই শুনিছিল বিস্ফোৰণৰ শব্দ। বিমানৰ শুং-সূত্ৰ নাপাই উভতি …

Read More »

ছিপাঝাৰত চাঞ্চল্যকৰ ঘটনা ৷ চিকিৎসাৰ অভাৱত মাতৃ- জীয়ৰীৰ একেলগে আত্মহত্যা

  মঙলদৈ , ৭ জুন : শুক্ৰবাৰে এক কৰুন ঘটনা সংঘটিত হল ছিপাঝাৰৰ নাৰিকলীত ৷ মাতৃ আৰু বিবাহিত জীয়ৰী একেলগে নিজৰ পুখুৰীত জপিয়াই আত্মহত্যা ৷ মাতৃ জয়া বৰুৱা আৰু বিবাহিতা জীয়ৰী ববিতা বৰুৱা নাথ বুলি জানিব পৰা গৈছে ৷ দীৰ্ঘদিনৰ পৰা দুয়োগৰাকী মাতৃ জীয়ৰী ভুগি আহিছিল দুৰাৰোগ্য ৰোগত ৷ যাৰ …

Read More »