Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক (পৃষ্ঠা 192)

আঞ্চলিক

ৰাহুল গান্ধীক তীক্ষ্ণ সমালোচনা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ

ষ্টাফৰিপোৰ্টাৰ: ৰাহুল গান্ধীক তীক্ষ্ণ সমালোচনা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ। ছচিয়েল মিডিয়াযোগে অমিত শ্বাহে কয় -” ৰাহুল গান্ধীয়ে কৈছে ‘মোদী হাটাও’, পাকিস্তানেও কৈছে ‘মোদী হাটাও’। প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ ভিত্তিহীন অভিযোগক সমৰ্থন কৰিছে পাকিস্তানে। কংগ্ৰেছে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় মহাজোটবন্ধন গঠন কৰিছে নেকি বুলিও প্ৰশ্ন অমিত শ্বাহৰ। ৰাফেল বিমান …

Read More »

১০৮, ১০২ সেৱাৰ কৰ্মচাৰীৰ প্ৰতিবাদস্থলীত আজি উপস্থিত হ’লগৈ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন

ষ্টাফৰিপোৰ্টাৰ: কৃষক নেতা অখিল গগৈৰ পিছত জৰুৰীকালীন ১০৮, ১০২ সেৱাৰ কৰ্মচাৰীৰ প্ৰতিবাদস্থলীত আজি উপস্থিত হ’লগৈ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন। উল্লেখ্য যে ১১ দিনৰ পৰা কেইবাটাও দাবীৰে প্ৰতিবাদ অব্যাহত ৰাখিছে জৰুৰীকালীন ১০৮, ১০২ সেৱাৰ কৰ্মচাৰীসকলে। কিন্তু আজিপৰ্যন্ত কোনো গুৰুত্ব দিয়া নাই জি ভি কে ই এম আৰ আই কৰ্তৃপক্ষই।

Read More »

‘স্বচ্ছতা হি সেৱা’ শীৰ্ষক অভিযানৰ আজি শুভাৰম্ভণি

ষ্টাফৰিপোৰ্টাৰ: স্বচ্ছতা হি সেৱা’ শীৰ্ষক অভিযানৰ আজি শুভাৰম্ভণি। ভিডিঅ’ কনফাৰেন্সিংযোগে আৰম্ভ কৰিলে অভিযান। লগতে ডিব্ৰুগড়ৰ ঔফলীয়া গাঁওবাসীৰে বাৰ্তালাপ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। স্বচ্ছতাৰ প্ৰতি লক্ষ্য ৰাখি গাঁওখনৰ যুৱক-যুৱতীসকলে সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে প্ৰতি দেওবাৰে সকলোৱে মিলি পৰিস্কাৰ-পৰিচ্ছন্ন কৰি আহিছে গাঁওখন৷ যাৰ বাবে স্বচ্ছতাৰে এক নতুন পৰিচয় লাভ কৰি অৱশেষত …

Read More »

মহানগৰীত পুনৰ বন্যহস্তীৰ উপদ্ৰৱ

ষ্টাফৰিপোৰ্টাৰ: নাৰেংগীৰ বীৰকুছিত আজি হাতীয়ে লণ্ডভণ্ড কৰিলে ৪টা বাসগৃহ। হাতীৰ ভয়ত ঘৰ এৰি পলায়ন কৰে একাংশ লোকে। জুই জ্বলাই, ফটকা ফুটাই হাতী খেদাৰ চেষ্টা ৰাইজৰ। আমছাং অভয়াৰণ্যৰ পৰা ওলাই আহিছে হাতীৰ এটা জাক।

Read More »

দিছপুৰ থানাত ওমৰ ফাৰুক

ষ্টাফৰিপোৰ্টাৰ: দিছপুৰ থানাত হিজবুল মুজাহিদীনৰ সৈতে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ওমৰ ফাৰুক। বৰ্ণিহাটৰ পৰা মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ওমৰ ফাৰুকক। ধৃত ওমৰ ফাৰুকৰ ঘৰ হোজাইৰ শ’লমাৰীত। হিজবুলৰ লিংকমেন হিচাপে ওমৰ ফাৰুকে কাম কৰাৰ সন্দেহ কৰে আৰক্ষীয়ে। ওমৰ ফাৰুকে বৰ্ণিহাটত বাহৰ পাতি থকা বুলি তথ্য লাভ কৰি আৰক্ষীয়ে চলাইছিল অভিযান। ইতিমধ্যে …

Read More »

সদৌ অসম গাঁও পঞ্চায়ত সমন্বয়ক সমিতিৰ কর্ম বিৰতি

ষ্টাফৰিপোৰ্টাৰ: সদৌ অসম গাওঁ পঞ্চায়ত সমন্বয়ক সমিটিৰ কৰ্ম বিৰতি কাইলৈ ৰ পৰা কৰ্মবিৰত । কৰ্ম ক্ষেত্ৰত সন্মূখীন হোৱা বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত এই কাৰ্য্যসূচী হাতত লৈছে গাওঁ পঞ্চায়ত সমন্বয়ক সকলে। পঞ্চায়ত অাৰু গ্ৰামোন্নয়ণ বিভাগৰ এম জি এন ৰে গা (MGNREGA) বাদ দি প্ৰায় সকলো অাচঁনি তথা অন্যান্য  কামত নুন্যতম পাৰিতোষিকত …

Read More »

গুৱাহাটীৰ আদালত চৌহদত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সমৰ্থকৰ উদ্ভণ্ডালি

ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটীৰ আদালত চৌহদত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সমৰ্থকৰ উদ্ভণ্ডালি । আদালতৰ পৰা ওভতাৰ পথত অনিল ৰাজাৰ গালৈ চিয়াঁহী নিক্ষেপ ৰকিবুল হুছেইনৰ সমৰ্থকৰ। অনিল ৰাজা মুৰ্দাবাদ ধ্বনিৰে প্ৰাক্তন মন্ত্ৰীজনৰ সমৰ্থকে উত্তাল কৰিলে আদালত চৌহদৰ পৰিৱেশ। ৰকিবুল হুছেইনে তৰা মানহানি গোচৰত আজি আদালতত হাজিৰ হৈছিল অনিল ৰাজাই।

Read More »

মডেল হান্ট ‘ফেচ অফ পিপুল’ ২০১৮ সম্পন্ন

ষ্টাফৰিপোৰ্টাৰ: যুৱ প্ৰজন্মৰ জনপ্ৰিয় ব্ৰেণ্ড পিপুলে শনিবাৰে জি এছ ৰোডত আয়োজন কৰে  সৰ্ববৃহৎ মডেল হান্ট ‘ফেচ অফ পিপুল’ । ২০০ৰো অধিক অংশগ্ৰহণকাৰিয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ পৰা ১৩ গৰাকী নিৰ্বাচন কৰা হয়। আমহাতে ১৩ গৰাকীৰ মাজৰ পৰা ৬ গৰাকী  চূড়ান্ত  প্রতিযোগিতাৰ বাবে নিৰ্বাচিত হয়। প্ৰতিযোগিতাত মিছ ফেচ অফ পিপুল ২০১৮ …

Read More »

দৰঙৰ দুনীত ৫ কাৰ্টন বিলাতী সুৰাসহ তিনি সুৰা ব্যৱসায়ী আটক ।

  ছিপাঝাৰঃ ১১ ছেপ্তম্বৰ দৰঙৰ দিপীলাৰ দুনীত ৫ কাৰ্টন বিলাতী সুৰাসহ তিনি সুৰা ব্যৱসায়ী আটক । মংগলবাৰে বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিমল ৰয়ৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে গোপন সুত্ৰৰ পম খেদি দিপীলাত এ এচ – ১৩ -৮৯৪০ নম্বৰৰ এখন এল্ট’ গাড়ীত তালাচী চলাই উদ্ধাৰ কৰে এই বিলাতী …

Read More »

‘অসম চুক্তি ভাৰতবৰ্ষৰ আত্মা’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ সংবাদমেল ষ্টাফৰিপোৰ্টাৰ : ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে সোমাবাৰে সংবাদমেলৰ আয়োজন কৰি এন আৰ চিক লৈ স্থিতি স্পষ্ট কৰিলে বিজেপিয়ে । তেওঁ কয় “‘অসম চুক্তি ভাৰতবৰ্ষৰ আত্মা’।‘অসম চুক্তিৰ পিছতো অবাধ হাৰত অনুপ্ৰৱেশ ঘটি আছিল’। দ্বিতীয় খচৰাৰ পিছত বহু ভাৰতীয়ৰ নাম বাদ পৰিছে। ৫খন নথি বাতিলৰ …

Read More »