Wednesday , June 19 2019
Home / আঞ্চলিক (পৃষ্ঠা 2)

আঞ্চলিক

অইল ইণ্ডিয়াৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ ডিব্ৰুগড় জিলাৰ ১০ টা জাতীয় সংগঠনৰ

। খোৱাং, ১৮ জুনঃ অইল ইণ্ডিয়াৰ বিৰুদ্ধে ডিব্ৰুগড় জিলাৰ ১০ টা জাতি-জনগোষ্ঠীয় সংগঠনে আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে । এক যৌথ প্ৰেছ বিবৃতিৰ জৰিয়তে ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰ সন্থা, সোনোৱাল কছাৰী ছাত্ৰ সন্থা, মটক ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, অনুসূচীত জাতি ছাত্ৰ সন্থা, অসম …

Read More »

হিন্দীলৈ অনুবাদ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱনৰ ওপৰত আধাৰিত পূৰ্ণাংগ ধাৰাবাহিক

ডিব্ৰুগড়ত চলিছে ধাৰাবাহিকৰ চিত্ৰগ্ৰহণৰ কাম   কাকপথাৰ ১৭ জুন : : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ আত্মজীৱনীৰ ওপৰত নিৰ্মীত এখন ধাৰবাহিকৰ কাম পূৰ্ণগতিত চলিছে ডিব্ৰুগড় জিলাৰ জকাইত ৷ মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টি বৈষ্ণৱ ধৰ্মৰ হৰি নামঘৰত বোলছবি তথা অভিনয় জগতৰ প্ৰশিক্ষনৰ কেন্দ্ৰস্থলী দক্ষিণ ভাৰতৰ চেন্নাইৰ লগতে মুম্বাইৰ খ্যাতি সম্পন্ন অভিনেতা, …

Read More »

বঙাইগাঁৱৰ হকোডোবা গো-চৰণীয়া পথাৰত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

  প্ৰায় ১০৭ বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰিলে প্ৰশাসনে বঙাইগাঁওঃ ১৭ জুনঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশানুসৰি তথা অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে বঙাইগাঁও জিলা প্ৰশাসনে চলাই থকা উচ্ছেদ অভিযানৰ ধাৰাবাহিকতা ৰক্ষা কৰি আজি বঙাইগাঁও জিলা প্ৰশাসনে বইটামাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত যোগীঘোপাৰ বালাপাৰা গাওঁৰ হকোডোবা গো-চৰণীয়া পথাৰত এক উচ্ছেদ অভিযান চলায় ৷ এই …

Read More »

বঙাইগাঁৱত কৃষক মুক্তিৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট

বঙাইগাঁৱত কৃষক মুক্তিৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবী বঙাইগাঁওঃ১৭ জুনঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত আজি বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেল পথাৰত পুৱা এঘাৰ বজাৰ পৰা দিনৰ এক বজালৈ ৰূপায়ণ …

Read More »

নিৰীহ শ্ৰমিকক মাৰধৰ কৰি নদীত উটুৱাই দিলে:: পুনৰ সংঘটিত হল বৰ্বৰ ঘটনা

 মোৰাঝাৰ 17 জুন :: উন্মত্ত এটা দলে এজন নিৰীহ লোকক অত্যাচাৰ কৰাৰ ঘটনাৰ পুনৰাবৃত্তি হ’ল কাৰ্বি আংলঙত ৷নীল অভি ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতে পূনৰ আন এক বৰ্বৰ আক্ৰমণৰ দৰে ঘটনা পোহৰলৈ আহিছে |সাধাৰণ কথাতে আইন হাতত তুলি লোৱাৰ প্ৰৱণতা দিনক দিনে বৃদ্ধি পাই আহিছে এইখন অসমত ৷কাৰ্বি আংলংৰ ইটা ভাটাত …

Read More »

একেখন চিতাত জ্বলিল পিতৃ- কণমানি কন্যাৰ মৃতদেহ ৷ কান্দি- কান্দি অবস তিনিমহীয়া শিশুৱেও আকোঁৱালি ল’লে কৰুণ মৃত্যু

ওদালগুৰিৰ  দেওচুঙাত হৃদয় বিদাৰক ঘটনা: # পুনৰ বন্যহস্তীৰ আক্ৰমণত নিহত এজন: একেখন চিতাত জ্বলিল পিতৃ- কণমানি কন্যাৰ মৃতদেহ ৷  কান্দি- কান্দি অবস তিনিমহীয়া শিশুৱেও আকোঁৱালি ল’লে কৰুণ মৃত্যু ডিমাকুছি , ১৭ জুন:- ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমানেও অব্যাহত হাতী –  মানুহৰ সংঘাত । কুম্ভকৰ্ণ নিদ্ৰাত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য মহাশয় ।  ওদালগুৰি …

Read More »

চিকিৎসকৰ ধৰ্মঘটঃ খোৱাঙত মিশ্ৰিত প্ৰভাৱ

  খোৱাং, ১৭ জুনঃ পশ্চিমবংগৰ এখন চিকিৎসালয়ত চিকিৎসকক কৰা আক্ৰমণৰ প্ৰতিবাদত আজি ভাৰতীয় চিকিৎসা সন্থা (আই এম এ)ৰ দেশজোৰা ধৰ্মঘটৰ প্ৰভাৱ খোৱাঙত মিশ্ৰিত ৰূপত দেখিবলৈ পোৱা যায় । পুৱাৰ ভাগৰ পৰা প্ৰায় দহ বজাৰলৈকে খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক সকলে ধৰ্মঘটৰ প্ৰতি সহাৰি জনাই ৰোগী সকলক চিকিৎসা সেৱা প্ৰদানৰ পৰা …

Read More »

কাজিৰঙাত দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰিল অসম গৌৰৱৰ

কাজিৰঙাত দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰিল অসম গৌৰৱৰ ৷ গঁড় হত্যা কৰিবলৈ উদ্যানত প্ৰৱেশ কৰাৰ সময়তে গ্ৰেপ্তাৰ দুই দুৰ্ধৰ্ষ চোৰাং চিকাৰী, জব্দ অস্ত্ৰ-শস্ত্ৰ ৷ কাজিৰঙা, ১৭ জুন : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এইবাৰ দৈৱক্ৰমেহে প্ৰাণ ৰক্ষা পৰিল অসম গৌৰৱ তথা বিশ্বখ্যাত এশিঙিয়া গঁড়ৰ ৷ ৰাষ্ট্ৰীয় উদ্যানখনত গঁড় হত্যা কৰাৰ মানসেৰে প্ৰৱেশ কৰিবলৈ …

Read More »

ৰঙিয়াৰ তুলসীবাৰীত কিশোৰীক যৌন নিৰ্যাতন চলাই ৰাইজৰ হাতত কৰায়তত্ব শিক্ষক

  থানাত দিয়াত জেললৈ প্ৰেৰণ শিক্ষকক উত্তৰ কামৰূপ , 17 জুনঃ ৰঙিয়াৰ তুলসীবাৰীত এগৰাকী কিশোৰীক দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগত যোৱা নিশা এজন শিক্ষকক ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে ৷ তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এইজন সংস্কৃত শিক্ষকৰ নাম পৰেশ দেৱশৰ্মা ৷ প্ৰাপ্ত তথ্য অনুসৰি প্ৰায় এবছৰ …

Read More »

ইণ্টাৰনেচনেল ইনষ্টিটিউট অফ ফেশ্বন ডিজাইন প্ৰতিষ্ঠানৰ ‘ফেশ্বনিষ্টা ফেষ্ট’ শীৰ্ষক ফেশ্বন শ্ব’ সম্পন্ন

  ষ্টাফ ৰিপোৰ্টাৰ,,,,,১৬ জুন।।। গুৱাহাটীৰ খানাপাৰাস্থিত হোটেল পেলেচিঅ’ত শনিবাৰে অনুষ্ঠিত যায় ইণ্টাৰনেচনেল ইনষ্টিটিউট অব ফেশ্বন ডিজাইন(আই এন অফ ডি) নামৰ ফেশ্বন ডিজাইনিং প্ৰতিষ্ঠানৰ এক বৰ্ণাঢ্য কাৰ্যসুচী ‘ফেশ্বনিষ্টা ফেষ্ট শীৰ্ষক ফেশ্বন শ্ব’। ফেশ্বন জগতৰ সৈতে জড়িত হ’ব খোজা উঠি অহা প্ৰজন্মক আগুৱাই নিয়াৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। অসমৰ পৰম্পৰাগত …

Read More »