Tuesday , November 20 2018
Home / আঞ্চলিক (পৃষ্ঠা 20)

আঞ্চলিক

মুম্বাই ত অনুষ্ঠিত হব ড০ ভূপেন হাজৰিকা ৰ ৯২ সংখ্যক জন্ম জয়ন্তী

ষ্টাফ ৰিপৰ্টাৰ_ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯২ সংখ্যক জন্মদিন এইবাৰ ড০ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত আৰু মুম্বাই আসাম এচোছিয়েছনৰ সহযোগত মুম্বাইত অনুষ্ঠিত কৰা হব। এই উপলক্ষে আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদমেলত উপস্থিত থাকি ন্যাসৰ যুটীয়া সম্পাদক মনীষা হাজৰিকা আৰু মঞ্জুলা হাজৰিকাই কয় বিগত ৯বছৰত অসম তথা ভাৰতৰ …

Read More »

অসমীয়াগিৰিঃ ৰঞ্জন গগৈ হ’ব ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ

ষ্টাফৰিপোৰ্টাৰ, ২ছেপ্টেম্বৰ, ন্যায়াধীশ ৰঞ্জন গগৈ হ’ব ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ। দীপক মিশ্ৰৰ স্থলাভিষিক্ত হ’ব হ’ব ৰঞ্জন গগৈ। ৩ অক্টোবৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত লোৱাৰ সম্ভাৱনা। বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে এই কথা। মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে মনোনীত কৰিছে অসম সন্তান ৰঞ্জন গগৈৰ নাম। …

Read More »

বগীবিল দলঙত উপস্থিত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল

ষ্টাফৰিপোৰ্টাৰ, বগীবিল দলঙত উপস্থিত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল। কিছুদিন পূৰ্বে দুয়োপাৰ সংযোগ হৈ উঠা বগীবিল দলংখন পৰিদৰ্শন কৰিলে মুখ্যমন্ত্রীগৰাকীয়ে। দক্ষিণ পাৰৰ ডিব্ৰুগড়ৰ পৰা উত্তৰ পাৰৰ ধেমাজিৰ সংযোগস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

Read More »

বশিষ্ঠ আৰক্ষীৰ জালত ৭টা দুৰ্ধৰ্ষ ডকাইত

ষ্টাফৰিপোৰ্টাৰ,বশিষ্ঠ আৰক্ষীৰ  জালত দুৰ্ধৰ্ষ ডকাইত। দেওবাৰে ৭টা দুৰ্ধৰ্ষ ডকাইত  বশিষ্ঠ চাৰিআলিৰ সমীপত অভিযান চলাই গ্ৰেপ্তাৰ কৰে ডকাইতকেইটাক। ডকাইতকেইটাৰ পৰা জব্দ নগদ ধন, সোণৰ অলংকাৰ, ২০০টা মোবাইল, টিভিসহ ৩খন স্কুটি। ডকাইতিত ব্যৱহাৰ কৰা অস্ত্ৰও জব্দ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইতকেইটা ক্ৰমে অভিষেক দে’, বলোৰাম বহ্ম, সঞ্জয় সিং, জোন আলী, অজিত …

Read More »

ছিকিমৰ প্ৰথমটো বিমানবন্দৰ পকিঅঙৰ পৰা ৪ অক্টোবৰত উৰা মাৰিব প্ৰথমখন বিমান

ষ্টাফৰিপৰ্টেৰ, ২ছেপ্টেম্বৰ,  স্পাইচজেটৰ প্ৰথমখন বিমান কলকাতালৈ উৰা মাৰিব ৪ অক্টোবৰত। পকিঅঙৰ পৰা গুৱাহাটীলৈ প্ৰথমখন বিমান উৰা মাৰিব ১৬ অক্টোবৰত|

Read More »

আজি শুভ জন্মাষ্টমী

ষ্টাফৰিপোৰ্টাৰ,২ ছেপ্টেম্বৰ,আজি শুভ জন্মাষ্টমী। শ্ৰীকৃষ্ণৰ জন্মদিন উপলক্ষে বিশ্বৰ হিন্দু সম্প্ৰদায় লোসকলে বিভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে। এই উৎসৱ হিন্দু বৰ্ষপঞ্জীমতে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত পালন কৰা হয়। মহানগৰীতো কেইবাদিনীয়া কাৰ্যসূচী উলহ-মালহেৰে পালন কৰা হৈছে জন্মাষ্টমী।

Read More »

সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত গুৱাহাটী ফুডিৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত

ষ্টাফ ৰিপৰ্টাৰ।।।।৩০ আগষ্ট।।।। খাদ্য ৰসিকৰ ফেচবুক গোট গুৱাহাটী ফুডিয়ে যুৱ বিদ্যাৰ্থী  সকলক উদ্যোগীক জ্ঞান দিয়াৰ ক্ষেত্ৰত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত আয়োজন কৰে খাদ্য আৰু শিক্ষাৰ এক বিশেষ  অনুষ্ঠান  ইটুকেচনৰ দ্বিতীয় ডঃ সংস্কৰন। এই অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী ফুডীৰ এডমিন শিশিৰ কুমাৰ, অটম’টিভ প্ৰশিক্ষণ আৰু গৱেষণাৰ প্ৰতিষ্ঠাপক দৰ্শনা সেনগুপ্ত, গাঁও কা খানা …

Read More »

মহানগৰীৰ উলুবাৰীত বিধ্বংসী অগ্নিকাণ্ড

ষ্টাফৰিপোৰ্টাৰ, ৩০আগষ্ট মহানগৰীৰ উলুবাৰীত বিধ্বংসী অগ্নিকাণ্ড আজি হয়। এইছ ডি এফ চি বেংকৰ সমীপত এই অগ্নিকাণ্ড সংঘটিত হয়। জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে কেইবাটাও ঘৰ। অগ্নিকাণ্ডৰ ফলত বিস্ফোৰণ কেইবাটাও চিলিণ্ডাৰ।৪ খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰ জুই নিৰ্বাপনৰ চেষ্টা। অগ্নিকাণ্ডত ভস্মীভূত ৩ ব্যৱসায়িক প্ৰতিষ্ঠান, ৪টা ঘৰ অগ্নিকাণ্ডক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ …

Read More »

ডিচেম্বৰৰ ভিতৰত সলনি কৰিব লাগিব আপোনাৰ এটি এম কাৰ্ড।

বিমুদ্ৰাকৰণৰ দৰে আকৌ বেংকত শাৰী পাতিবলৈ সাজু হঁওক ডিজিটেল ডেস্কঃ বিমুদ্ৰাকৰণৰ সময়ত ৫০০-১০০০ টকীয়া সলাবলৈ বেংকত শাৰী পতাৰ দৰেকৈ এইবাৰ শাৰী পাতিব লাগিব এটিএম কাৰ্ডৰ বাবে। ৰিজাৰ্ভ বেংকৰ এক নিৰ্দেশৰ পিছতে এতিয়া বেংকসমূহে গ্ৰাহকসকলক অহা ৩১ ডিচেম্বৰৰ ভিতৰত মেগনেটিক ষ্ট্ৰীপযুক্ত এটিএম তথা ডেবিট কাৰ্ড সলনি কৰি ইএমভি চিপ আৰু পিনযুক্ত …

Read More »

এছিয়ান গেম্ছৰ ফাইনেলত ৰূপৰ পদক জয় হিমা দাসৰ

ক্ৰীড়া প্ৰতিবেদকঃ ৫০.৭৯ ছেকেণ্ডতে ৪০০ মিটাৰ দৌৰ অতিক্ৰম কৰিলে হিমাই। এছিয়ান গেমছৰ ৪০০ মিটাৰ দৌৰত ৰূপৰ পদক অর্জন কৰি হিমাই সমগ্ৰ দেশকে গৌৰৱান্বিত কৰি তুলিছে। এছিয়ান গেম্ছৰ ফাইনেলত ৰূপ জয়ৰ পিছত হাতত ত্ৰিৰংগা আৰু গলত গামোচা লৈ গৰ্বিত অসম কন্যাগৰাকী। এছিয়ান গেমছত পদক অৰ্জন কৰা অসমীয়া।এছিয়ান গেমছত পদক অৰ্জন কৰা …

Read More »