Monday , March 30 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক (পৃষ্ঠা 200)

আঞ্চলিক

গুৱাহাটীত শীৰ্ষ আৰক্ষী বিষয়াৰে জৰুৰী বৈঠক আৰক্ষী সঞ্চালকৰল প্ৰধানৰ

  ষ্টাফৰিপৰ্টাৰ,২২ মে’ : গুৱাহাটীত শীৰ্ষ আৰক্ষী বিষয়াৰে জৰুৰী বৈঠক আৰক্ষী সঞ্চালক প্ৰধানৰ।অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এই বৈঠক । বিজয় অসমৰ গ্ৰেপ্তাৰৰ পিছতে গোপন তথ্য পাইছে আৰক্ষীয়ে। ‘জেৰা-তদন্ত অব্যাহত, গতিকে এতিয়াই অধিক নকওঁ’। অভিযানত প্ৰতিখন জিলাৰ আৰক্ষীয়ে সহযোগ কৰিছে’। সকলোৰে সহযোগত কূটাঘাতকাৰী কৰায়ত্ত হ’ল’। অৰুণাচল, নাগালেণ্ডৰ সীমাত কটকটীয়া …

Read More »

অক্ষয়ছমাৰ্ক মিষ্টাৰ ইণ্ডিয়া মডেল অৱ দ্য ৱৰ্ল্ড ২০১৯ খিতাপ দখল শুভম দাসৰ

  ষ্টাফ ৰিপোৰ্টাৰ,,,,,২২ মে।।। হায়দৰাবাদত শেহতীয়াকৈ অনুষ্ঠিত হোৱা অক্ষয়ছমাৰ্ক মিষ্টাৰ ইণ্ডিয়া মডেল অৱ দ্য ইয়েৰ (২০১৯) খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে গুৱাহাটীৰ যুৱক শুভম দাসে। ইয়াৰ লগে লগে শুভম দাসে ২২-২৫ আগষ্টত থাইলেণ্ডত হবলগীয়া মিষ্টাৰ মডেল অফ দ্য ৱৰ্ল্ড প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেলত উপস্থিত …

Read More »

দ্বিতীয় সংখ্যক বিমল চন্দ্ৰ গোস্বামী স্মাৰক উত্তৰ-পূব মুকলি “স্প’ৰ্ট ক্লাইম্বিং প্ৰতিযোগিতা

ষ্টাফ ৰিপোৰ্টাৰ,,,,২২ মে।। বিগত বছৰৰ দৰে এইবাৰো ২৫ আৰু ২৬ মে’ত ভাৰতৰ পৰ্বতাৰোহণ ফাউণ্ডেচনৰ সহযোগত ইণ্ডিয়ান ইনষ্টিটিউট অৱ এট্ৰিপিন’ৰশ্বিপ,অসম স্প’ৰ্ট ক্লাইম্বিং এছ’চিয়েচন আৰু অসম পূৰ্বতাৰোহণ সংস্থাৰ যৌথ উদ্যোগত দ্বিতীয় সংখ্যক বিমল চন্দ্ৰ গোস্বামী স্মাৰক উত্তৰ-পূব মুকলি “স্প’ৰ্ট ক্লাইম্বিং প্ৰতিযোগিতা খন গুৱাহাটীৰ লালমাটি স্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ এনট্ৰিপিন’ৰশ্বিপৰ চৌহদত আয়োজন কৰা …

Read More »

গুৱাহাটী আই আই টিৰ ডিজাইন ডিপাৰ্টমেণ্টৰ উদ্যোগত আয়োজিত কৰ্মশালা “অভিলাষা” সম্পন্ন

গুৱাহাটী আই আই টিৰ ডিজাইন ডিপাৰ্টমেণ্টৰ উদ্যোগত আয়োজিত কৰ্মশালা “অভিলাষা” সম্পন্ন। পঙ্কজ নাথ, চাংসাৰি, ২২ মে : উত্তৰ পূৰ্বাঞ্চল তথা দেশৰ আগশাৰীৰ প্ৰযুক্তি বিদ্যাৰ শৈক্ষিক প্ৰতিষ্ঠান গুৱাহাটী আই আই টিত কালি মঙ্গলবাৰে প্ৰতিষ্ঠান খনৰ ডিজাইন ডিপাৰ্টমেন্টৰ উদ্যোগত এখনি অভিলাষা নামৰ কৰ্মশালা সম্পন্ন হৈ যায়। গুৱাহাটী আই আই টি য়ে প্ৰতিষ্ঠা …

Read More »

বঙাইগাঁৱত ভোট গণনা সম্পৰ্কত কাউন্টিং অৱজাৰভাৰৰ সভা

  বঙাইগাঁওঃ ২২ মেঃ সমগ্ৰ দেশৰ লগতে কাইলৈ ৬ নং বৰপেটা লোক সভা সমষ্টিৰ অন্তৰ্গত ৩২নং বঙাইগাঁও বিধান সভা সমষ্টিটো ২৩ এপ্ৰিলত হৈ যোৱা লোক সভা নিৰ্বাচনৰ ভোট গণনা পুৱা আঠ বজাৰ পৰা আৰম্ভ হ’ব । এই ভোট গণনা কাৰ্যৰ প্ৰাকক্ষণত গণনা কাৰ্যৰ দায়িত্বত থকা কাউন্টিং অবজাৰভাৰ জোৰাম্মুনা ( ZORAMMUANA …

Read More »

হিমগ্লবিনৰ পৰিমাণ কম ২০% সাংবাদিকৰ

  ষ্টাফৰিপৰ্টাৰ, ২১ মে’ : মহানগৰীৰ অগ্ৰণী চিকিৎসা প্ৰতিষ্ঠান ডাউন টাউন হস্পিটেলৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত শনিবাৰে আয়োজিত ৰক্ত পৰীক্ষা শিবিৰৰ পৰা এই কথা স্পষ্ট হৈছে যে ২০% সাংবাদিকৰ তেজত থকা হিমগ্লবিনৰ পৰিমাণ স্বভাবিতকৈ কম। আন্তৰ্জাতিক তথ্য অনুসৰি এজন সুস্থ পুৰুষৰ দেহত হিমগ্লবিনৰ পৰিমাণ হব লাগে ১৩-১৭ গ্ৰাম/দেচি লিটাৰ ,আনহাতে …

Read More »

এক্সিত পলক (EXIT POLL) ক লৈ ড০ হীৰেণ গোহাঁইৰ গুৰুত্বপূৰ্ণ মন্তব্য

  ষ্টাফৰিপৰ্টাৰ, ২১ মে’ : এক্সিত পলক (EXIT POLL) ক লৈ বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁই মঙলবাৰে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় ‘মই এক্সিত পলক (EXIT POLL) বিশ্বাস নকৰো’। মানুহক ভয় খুৱাবলৈ দিয়া হৈছে এক্সিত পল ,(EXIT POLL) । পুনৰ বিজেপি চৰকাৰলৈ আহিলে আমি আগৰ দৰে যুঁজি যাম।” বিস্ফোৰণৰ …

Read More »

ভোটগণনাক লৈ কামৰূপ(ম)ৰ উপায়ুক্তৰ সংবাদমেল

  ষ্টাফৰিপৰ্টাৰ, ২০ মে’ : ভোটগণনাক লৈ কামৰূপ(ম)ৰ উপায়ুক্তই সোম বাৰে এখন সংবাদমেলৰ আয়োজন কৰে। সাংবাদিকলৈ নীতি নিৰ্দেশ উপাযুক্ত বিশ্বজিত্‍ পেগুৰ। কাউণ্টিং হলৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। নিৰ্বাচন আয়োগৰ নিযুক্ত কেমেৰাৰ পৰা ভিজুৱেল ল’ব পাৰিব। ভোট গণণা সময়ৰ পোনপটীয়াকৈ ৰেকৰ্ড কৰিব নোৱাৰিব। কোনে কিমান ভোট পাইছে পোনপটীয়াকৈ দেখুৱাব নোৱাৰিব। …

Read More »

হোজাইৰ চাহাৰা ইণ্ডিয়া কাৰ্যালয়ত উত্তেজনা

  ষ্টাফৰিপৰ্টাৰ, ২০ মে’ : হোজাইৰ চাহাৰা ইণ্ডিয়া কাৰ্যালয়ত উত্তেজনাৰ সৃষ্টিৰ হয়। গ্ৰাহকৰ বীমাৰ ধন মোকলাই নিদিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এজেণ্টে কাৰ্যালয়ত তলা লগোৱাত ক্ষুব্ধ হৈ পৰে গ্ৰাহক। গ্ৰাহকৰ ধন মোকলাই দিয়াৰ দাবীত প্ৰতিবাদ কৰে গ্ৰাহক সকলে। ৩০ লাখপৰ্যন্ত মেচ্যৰিটীৰ ধন নিদিয়াৰ অভিযোগ কৰে। কেইবা বছৰ ধৰি গ্ৰাহকৰ ধন …

Read More »