Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক (পৃষ্ঠা 21)

আঞ্চলিক

বালিঘাট শিৱ মন্দিৰৰ মুল প্ৰবেশদ্ধাৰৰ মেৰামতিৰ দায়িত্ব ললে যুৱনেতা ময়ুৰ বৰগোঁহাইয়ে

বালিঘাট শিৱ মন্দিৰৰ মুল প্ৰবেশদ্ধাৰৰ মেৰামতিৰ দায়িত্ব ললে যুৱনেতা ময়ুৰ বৰগোঁহাইয়ে ফাষ্টনিউজ ৰিপৰ্ট, নাজিৰা, ২৯ আগষ্ট আহোম যুগৰ ঐতিহ্যমন্দিত বালিঘাট শিৱমন্দিৰৰ মহিমা অপাৰ । লোকবিস্বাস আছে ইয়াত চাকি বন্তি দিলে সেৱকীৰ মনো কামনা পুৰন হয় । সেয়েহে অসমৰ দুৰ দুৰনিৰ পৰা ভক্তসকল ইয়ালৈ ধাপলি মেলে মুৰদোৱাবলৈ । সেই মহিমামন্দিত শিৱমন্দিৰৰ …

Read More »

শিৱসাগৰত ফিট ইণ্ডিয়া ম’ভমেণ্টৰ শুভাৰম্ভ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ

শিৱসাগৰত ফিট ইণ্ডিয়া ম’ভমেণ্টৰ শুভাৰম্ভ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ জিলাস্তৰীয় কাৰ্যসূচীত সুস্থতাৰ শপতবাক্য পাঠ কৰোৱায় অৰ্জুন ভোগেশ্বৰ বৰুৱাই ঃ ফাৰ্ষ্ট নিউজ ,শিৱসাগৰ, ২৯ আগষ্ট: এখন শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ সক্রিয় অংশীদাৰ হোৱাৰ বাবে সকলো দেশবাসীক সুস্থ-সবল আৰু সামৰ্থবান কৰি তোলাৰ হকে উদ্বুদ্ধ কৰাৰ লক্ষ্যৰে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী মহোদয়ে নতুন দিল্লীৰ …

Read More »

NRC : দিল্লীৰ পৰা অজিত দোভালৰ তীক্ষ্ণ দৃষ্টিত অসমৰ আইন শৃংখলাজনিত পৰিস্থিতি

দিল্লীৰ পৰা অজিত দোভালৰ তীক্ষ্ণ দৃষ্টিত অসমৰ আইন শৃংখলাজনিত পৰিস্থিতি ৰাজ্যৰ ৩১৪ খন থানাত সষ্টম অৰ্ধসামৰিক বাহিনী সক্ৰিয় হৈ আছে চাইবাৰ চেল-অাইবি মুখ্যমন্ত্ৰীৰে সঘন বাৰ্তালাপত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা দীপজ্যোতি ডেকাৰ প্ৰতিবেদন : অহা ৩১ আগষ্টত প্ৰকাশ হব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এনআৰচি। অতিকৈ স্পৰ্শকাতৰ বিষয় NRC ক কেন্দ্ৰ কৰি ৰাজ্যত …

Read More »

কেৱল নামঘৰতেই চোৰ কৰা ৰিজুক গ্ৰেপ্তাৰ : ১৬ টাকৈ নামঘৰত কৰিছিল চোৰ

এটা – দুটা নহয় ১৬ টাকৈ নামঘৰত চোৰ কৰা গভাইট চোৰ ৰিজু বুঢ়াগোহাঁইক গ্ৰেপ্তা ঃ নিজ মুখে স্বীকাৰ কৰিলে কেৱল নামঘৰতেই চোৰ কৰে ৰিজু নামৰ চোৰটোৱে ফাৰ্ষ্ট নিউজ , শিৱসাগৰ , ২৯ আগষ্ট : শিৱসাগৰত ষোলটাকৈ নামঘৰত চুৰি কাৰ্যৰে আৰক্ষীৰ নিদ্ৰাহৰণ কৰা গভাইট চোৰ ৰিজু বুঢ়াগোহাঁইক শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ …

Read More »

অসম চৰকাৰৰ দ্বায়িত্বশীল ভাৱমূৰ্তিৰ বাবে থানা সমূহৰ সৰ্বাঙ্গীন উন্নয়ন অত্যন্ত জৰুৰী – মুখ্যমন্ত্ৰী 

অসম চৰকাৰৰ দ্বায়িত্বশীল ভাৱমূৰ্তিৰ বাবে থানা সমূহৰ সৰ্বাঙ্গীন উন্নয়ন অত্যন্ত জৰুৰী – মুখ্যমন্ত্ৰী *ৰঙিয়াৰ নৱনিৰ্মিত আৰক্ষী থানা উদ্বোধনঃ* প্ৰতিবেদক, ৰঙিয়া ২৮ আগষ্টঃ অসম চৰকাৰৰ দ্বায়িত্বশীল ভাৱমূৰ্তিৰ বাবে থানা সমূহৰ সৰ্বাঙ্গীন উন্নয়ন অত্যন্ত জৰুৰী। আৰক্ষী যিমান সৎ, কৰ্তব্য পৰায়ন, কৰ্মদক্ষতা, নিষ্ঠাবান আৰু ৰাইজৰ প্ৰতি সমৰ্পিত তথা শ্ৰদ্ধাশীল হব ৰাইজে সিমানেই অধিক …

Read More »

অতি জৰুৰী : জানি লওক যান–বাহন আইনৰ ১৯টা নতুন নিয়ম

এতিয়া হেলমেট পৰিধান নকৰিলে বাতিল হ’ব লাইচেঞ্চঃ জানি লওক যান–বাহন আইনৰ ১৯টা নতুন নিয়মঃ চাবুৱাঃ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে Motor Vehicles Amendment Bill 2019ত চলিত মাহৰ আৰম্ভণিতে অনুমোদন জনায়। এই বিধেয়কখনত যান–বাহন আইন উলংঘা কৰিলে পূৰ্বতকৈ ৫ গুণ অধিক জৰিমনাৰ প্ৰস্তাৱ ৰখা হৈছে। এক চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে যে এই বিধেয়কখনত …

Read More »

স্বচ্ছতা পষেকৰ নামত নাজিৰা অএনজিছিৰ মিথাচাৰ

স্বচ্ছতা পষেকৰ নামত নাজিৰা অএনজিছিৰ মিথাচাৰ ফষ্টনিউজ ৰিপৰ্ট নাজিৰা, ২৮ আগষ্ট ভাৰতৰ মহাৰত্ন প্ৰতিষ্ঠান সমুহৰ অন্যতম অএনজিছিয়ে স্বচ্ছতা পষেকৰ নামত লাখ লাখ টকা অপব্যয় কৰি কেৱল ঠিকাদাৰৰ লগতে বিষয়া কৰ্মচাৰীৰ জেপ গৰম কৰিছে । এই বৃহৎ তেল প্ৰতিষ্ঠানটোৱে কিমান মিছা মাতিব পাৰে ইযাৰ জলন্ত প্ৰমান নিমগৰ ৫ নং ৱাৰ্ডত থকা …

Read More »

শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ ১০০ ঘণ্টীয়া অএনজিছি বন্ধ আৰম্ভ

শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ ১০০ ঘণ্টীয়া অএনজিছি বন্ধ আৰম্ভ ফাষ্টনিউজ ৰিপৰ্ট, নাজিৰা, ২৮ আগষ্ট তৈলক্ষেত্ৰ ব্যক্তিগত কৰণ আৰু তেল উৎপাদন, খনন এলেকাৰ নিবনুৱা যুৱক-যুৱতীক চাকৰিত নিযুক্তি দিয়াৰ দাবীত আজিৰে পৰা আৰম্ভ হৈছে শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ ১০০ ঘণ্টীয়া অএনজিছি বন্ধ । ইয়াৰ ফলত স্থবিৰ হৈ পৰিছে নিগমৰ সকলো কাম কাজ …

Read More »

বিদেশী মুক্ত চুড়ান্ত এন আৰ চি তালিকা প্ৰকাশৰ দাবী নেমছুৰ

বিদেশী মুক্ত চুড়ান্ত এন আৰ চি তালিকা প্ৰকাশৰ দাবী নেমছুৰ আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলি ,২৮ আগষ্ট: – উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰ্দেশত চলি থকা বহু চৰ্চিত , বহু আকাংক্ষিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুড়ান্ত তালিকা প্ৰকাশৰ মাজত মাথোঁ কেইটামান ঘন্টা বাকী। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুড়ান্ত তালিকাপ্ৰকাশৰ প্ৰাক মহূৰ্তত উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘূ ছাত্ৰ …

Read More »

বোকাখাত মহকুমাধিপতি কাৰ্যালয়ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সংক্রান্তত গুৰুত্বপূৰ্ণ সভা

বোকাখাত মহকুমাধিপতি কাৰ্যালয়ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সংক্রান্তত গুৰুত্বপূৰ্ণ সভাঃ কাজিৰঙাৰ পৰা পলিমা চেতিয়া বসুমতাৰী ,২৭ আগষ্টঃ আগন্তুক ৩১ আগষ্ট তাৰিখে প্রকাশ পাব লগীয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা সম্পর্কে আলোচনা কৰিবৰ বাবে আজি বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। মহকুমাধিপতি বিবেক শ্যামৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত বোকাখাতৰ …

Read More »