Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক (পৃষ্ঠা 22)

আঞ্চলিক

বঙাইগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গণ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণত প্ৰশাসনৰ বাধা

বঙাইগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গণ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণত প্ৰশাসনৰ বাধা প্ৰদান ৰাজহুৱা খেলপথাৰতে সাব্যস্ত কৰিলে প্ৰতিবাদ বঙাইগাঁওঃ ২৭ আগষ্টঃ বড়ো আন্দোলনত সৰ্বস্বান্ত হৈ শিবিৰত বসবাস কৰা পৰিয়ালসমূহৰ লগতে আই নৈৰ বান আৰু গৰাখহনীয়াত ভেটি মাটি হেৰুৱাই নিঠৰুৱা হোৱা পৰিয়ালসমূহক স্থায়ী সংস্থাপন, ক্ষতিপূৰণ আৰু ভূমিপট্টা প্ৰদানৰ দাবীত আজি বঙাইগাঁও জিলা …

Read More »

আঢ়ৈ লক্ষাধিক শিশুক পেলুমুক্ত কৰাৰ লক্ষেৰে বঙাইগাঁৱত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস পালন

আঢ়ৈ লক্ষাধিক শিশুক পেলুমুক্ত কৰাৰ লক্ষেৰে বঙাইগাঁৱত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস পালন বঙাইগাঁওঃ২৭ আগষ্টঃ আজিৰে পৰা বঙাইগাঁও জিলাত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস পালন কৰা হৈছে । জিলাখনৰ শিশুক পেলুমুক্ত কৰাৰ লক্ষ্যেৰে এই দিৱস পালন কৰা হৈছে ৷ এই উপলক্ষে বঙাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনৰ বঙাইগাঁও বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ত স্বস্থ্য …

Read More »

বৃহত্তৰ জামুগুৰিহাটত প্ৰখৰ ৰ’দত চিৰাল ফাট দিছে কৃষি পথাৰ

বৃহত্তৰ জামুগুৰিহাটত প্ৰখৰ ৰ’দত চিৰাল ফাট দিছে কৃষি পথাৰ৷ পানী যোগান ধৰাত ব্যৰ্থ বৰদিকৰাই জলসিঞ্চন প্ৰকল্প৷ গৰু ছাগলীৰ চৰণীয়া পথাৰলৈ পৰ্য্যবসিত হৈছে জলসিঞ্চনৰ নলা ফাৰ্ষ্ট নিউজ, জামুগুৰিহাট,২৭ আগষ্ট:খৰাংৰ কবলত পৰিছে ৰাজ্যৰ একাংশ অঞ্চল৷প্ৰখৰ ৰ’দ তথা তীব্ৰ গৰমে সকলোকে জ্বলাকলা খুওৱাৰ সমান্তৰালকৈ জামুগুৰিহাটৰ কৃষকৰ পথাৰত মেলিছে চিৰাল ফাঁট৷সপোনৰ সোণগুটি পোৱাৰ আঁশাত …

Read More »

নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ ৭ গৰাকী শিক্ষকৰ এদিনৰ দৰমহা কৰ্তন

কৰ্ত্তব্যত অৱহেলা । নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ ৭ গৰাকী শিক্ষকৰ এদিনৰ দৰমহা কৰ্তন ফাষ্টনিউজ ৰিপৰ্ট: নাজিৰা : ২৭ আগষ্ট : — নিজ কৰ্তব্যক অৱহেলা কৰাৰ লগতে বিনা পৰিশ্ৰমে চৰকাৰৰ ধন হস্তগত কৰাৰ অভিযোগ বিভিন্ন সময়ত উথাপন হৈ আহিছে । এই অভিযোগৰ সত্য প্ৰমানিত হল কালি নাজিৰাত । শিৱসাগৰ জিলা …

Read More »

শিৱসাগৰত ডঃনিৰ্মল প্ৰভা বৰদলৈ-দিপালী বৰঠাকুৰৰ গীতৰ প্ৰতিযোগিতা

শিৱসাগৰত উজনি অসম প্ৰাইজমাণী গীতিকাৰ-সুৰকাৰ,কণ্ঠশিল্পী ডঃনিৰ্মল প্ৰভা বৰদলৈ আৰু কোকিলকণ্ঠী গায়িকা,পদ্মশ্ৰী দিপালী বৰঠাকুৰৰ গীতৰ প্ৰতিযোগিতা ফাৰ্ষ্ট নিউজ , শিৱসাগৰ ২৭ আগষ্ট ঃ শিল্পী সমাজ-অসম, শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত, স্বেচ্ছাসেৱী অনুষ্ঠান *সমন্বয় সাংস্কৃতিক গোষ্ঠী আৰু গৌৰীসাগৰ মেজাংকৰী সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ সহযোগত *ৰংপুৰত নীলা দিপালীৰে এদিন ( এক সংগীতৰ ৰ’দ কাঁচলি)* শীৰ্ষক …

Read More »

ৰঙিয়া সামুহিক স্বাস্থ্য কেন্দ্ৰত চুৰি

ৰঙিয়া সামুহিক স্বাস্থ্য কেন্দ্ৰত চুৰি প্ৰতিবেদক,ৰঙিয়া,২৭ আগষ্টঃ ৰঙিয়া বনগাঁৱস্থিত  সামুহিক স্বাস্থ্য কেন্দ্ৰত যোৱা নিশা  দুৰ্বৃত্তই তিনিটাকৈ চ’লাৰ লাইটৰ বেটাৰী চুৰি কৰাত চিকিৎসালয়খনৰ অধিকাংশ অঞ্চল অন্ধকাৰ হৈ পৰে । প্ৰাপ্ত খবৰ অনসৰি ৰঙিয়া বনগাঁৱস্থিত সামুহিক চিকিৎসালয় খনৰ পাছফালে থকা চিকিৎসকৰ অবাস গৃহৰ  সন্মুখত থকা চ’লাৰ লাইট সমুহ উক্ত ঘটনাৰ ফলত নিস্ক্ৰিয় …

Read More »

ৰঙিয়া ষ্টেচনত হোটেলৰ কোঠাত ছিপ লোৱা অৱস্থাত কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ 

ৰঙিয়া ষ্টেচনত হোটেলৰ কোঠাত ছিপ লোৱা অৱস্থাত কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ প্ৰতিবেদক, ৰঙিয়া, ২৭ আগষ্ট : ৰঙিয়া ৰেল স্টেচনৰ সমীপৰ গনেশ হোটেলত অঘটন। আজি দিনৰ ভাগত  হোটেলৰ কোঠাত গামোছাৰে ছিপ লোৱা অৱস্থাত কৰ্মচাৰী এগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় । কৰ্মচাৰী গৰাকী  ৰাঙাপাৰাৰ বিশাল মালাকাৰ (২২) বুলি চিনাক্ত কৰা হৈছে ।  ঘটনা সম্পৰ্কত …

Read More »

ওদালগুৰিত ৰাষ্ট্ৰীয় পেলু নিৰ্মুলকৰণ দিৱস উদযাপন

ওদালগুৰিত ৰাষ্ট্ৰীয় পেলু নিৰ্মুলকৰণ দিৱস উদযাপ ষ্টাফ ৰিপৰ্টাৰ : ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাতো ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস উদযাপন কৰা হয়। জিলাখনৰ ১নং আমজুলি প্ৰাথমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত এক অনুষ্ঠানত জিলা স্বাস্থ্য সমিতিৰ যুটীয়া সঞ্চালক ডা. টয়বুৰ ৰহমানে এই দিৱসৰ শুভাৰম্ভ কৰে। অনুষ্ঠানটোত কণ …

Read More »

অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ কোটি টকা দান কৰিলে মৰ্টিন গ্ৰুপে

  ষ্টাফ ৰিপোৰ্টাৰ,,,,,২৭আগষ্ট।। মাৰ্টিন গ্রুপ অফ কোম্পানীজে অসমৰ বান-বিধ্বস্ত ঠাইবোৰত পুনঃ স্থাপন কাৰ্য্যত সহায় কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ সহাৰ্য্য পুঁজিলৈ ১ কোটি টকাৰ বৰঙনি আগবঢ়াইছে। ১ কোটি টকা মূল্যৰ চেকখন অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অৰ্পণ কৰে মার্টিন গ্ৰুপ অফ কোম্পানীজৰ পৰিচালন সঞ্চালক জ’চ চাৰ্লছ মার্টিনে। সেয়ে এই সন্দৰ্ভত মার্টিন …

Read More »

যোৰহাটত মুকলি হ’ল ৰিলায়েন্স জুৱেলছৰ প্ৰথম শ্ব’ৰুম

  ষ্টাফ ৰিপোৰ্টাৰ,,,,২৬ আগষ্ট।।।। ভাৰতৰ অন্যতম সৰ্বাধিক বিশ্বস্ত জুৱেলাৰী ব্ৰেণ্ড ৰিলায়েন্স জুৱেলছে ইয়াৰ যোৰহাট শ্ব’ৰুমটো মুকলি কৰে কে বি ৰোডৰ অৱস্থিত চি এম প্লাজাত। ৰিলায়েন্স জুৱেলছৰ ১২ সংখ্যক প্ৰতিষ্ঠা দিৱসত আৰু যোৰহাটত নতুন শ্ব’ৰুম মুকলি উপলক্ষে গ্ৰাহকসকলে সুবিধা লাভ কৰিব “আভাৰ কালেকশ্যনৰ যি প্ৰস্তুত কৰা হৈছে ময়ূৰৰ আৰ্হিত। তদুপৰি এই …

Read More »