Wednesday , January 29 2020
Home / আঞ্চলিক (পৃষ্ঠা 286)

আঞ্চলিক

ডিব্ৰুগড়ৰ পৰা বেংককলৈ বিমানসেৱা

ষ্টাফৰিপোৰ্টাৰ, ২১ আগষ্ট, অসমৰ বিমান যাত্ৰীৰ বাবে সুখবৰ । ডিব্ৰুগড়ৰ পৰা বেংককলৈ চলিব বিমান। পহিলা ছেপ্টেম্বৰৰ পৰা স্পাইছ জেটে আৰম্ভ কৰিব এই সেৱা। পোনপ্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ বিদেশলৈ বিমান সেৱা উপলব্ধ হ’ব। মোহনবাৰীৰ পৰা সুৱৰ্ণভূমি বিমান বন্দৰলৈ চলিব এই বিমান আৰু ডিব্ৰুগড়ৰ পৰা কলকাতা হৈ বেংককলৈ উৰা মাৰিব।

Read More »

২২ আগষ্টত অসমলৈ অনা হ’ব বাজপেয়ীৰ চিতা ভস্ম

ষ্টাফৰিপোৰ্টাৰ, ২০ আগষ্ট,২২ আগষ্টত অসমলৈ অনা হ’ব বাজপেয়ীৰ চিতা ভস্ম। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীত বিসৰ্জন দিয়া হ’ব বাজপেয়ীৰ চিতা ভস্ম। দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত চিতা ভস্ম গ্ৰহণ কৰিব ৰঞ্জিত দাসে। – গুৱাহাটীৰ বিমানবন্দৰত মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিব চিতা ভস্ম।

Read More »

আই আই টী গুৱাহাটীৰ উদ্যোগত টেকনিছৰ ২০ সংখ্যক সংস্কৰণ

ষ্টাফ ৰিপোৰ্টাৰ,,, ২০, আগষ্ট।।।।  আই আই টী গুৱাহাটীৰ উদ্যোগত টেকনিছৰ ২০ সংখ্যক সংস্কৰণ অনুষ্ঠিত হব ৩০আগষ্টৰ পৰা ২ ছেপ্টেম্বৰলৈ।  টেকনিছ ২০১৮ ত  সামৰি লোৱা হব প্ৰযুক্তি, মেনেজমেণ্ট আৰু মনোৰঞ্জনৰ দিশ। টেকনিছৰ লগত সংগতি ৰাখি  গুৱাহাটীত ২৬ আগষ্টত আয়োজন কৰা হব দশম সংখ্যক হাফ মাৰাথন। আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা …

Read More »

মিছেছ  টুৰিজিম কুইন ইন্টাৰনেচনেল পেজেণ্ট ২০১৮ লৈ  অসমৰ ছ’নিয়া সাৰদা

ষ্টাফ ৰিপোৰ্টাৰ,,,২০ আগষ্ট।।।।।বিবাহিতা মহিলা সকলৰ নিজৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ বাবে মিছেছ  টুৰিজিম কুইন ইন্টাৰনেচনেল পেজেণ্ট ২০১৮ ৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাত অসমৰ হৈ ভাৰতক প্ৰতিনিধিত্ব কৰিব অসমৰ বোৱাৰী  ছনিয়া সাৰদা ই। সোমাবাৰে  গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত এখন সংবাদমেলত উপস্থিত থাকি  মিছেছ ইণ্ডিয়া এন চি আৰ …

Read More »

 গুৱাহাটী প্ৰেছ ক্লাৱত বিশ্ব আলোক চিত্ৰ দিৱস পালন

ষ্টাফৰিপোৰ্টাৰ, ১৯ আগষ্ট, আজি বিশ্ব আলোক চিত্ৰ দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে  গুৱাহাটী প্ৰেছ ক্লাৱত অসম ফটো সাংবাদিক সন্থাৰ উদ্যোগত অনুষ্টিত সভাত জ্যেষ্ঠ ফটো সাংবাদিক কিৰণ মুখাৰ্জী ক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত জেষ্ট সাংবাদিক মুনিন মহন্তৰ, নাৰেশ কলিতা, ডি জী পি কুল শইকীয়া,ফটো সাংবাদিক চিন্ময় ৰয়, ৰাজীৱ …

Read More »

অসম সন্তান আদিল হুছেইনলৈ নৰৱে’ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

ষ্টাফৰিপোৰ্টাৰ,১৯ আগষ্ট, অসম সন্তান আদিল হুছেইনলৈ নৰৱে’ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হয়।নৰৱে’ৰ অস্কাৰ বিবেচিত ৰাষ্ট্ৰীয় বঁটা আমান্দাৰে সন্মানীত হ’ল আদিল হুছেইন। ‘হোৱাট উইল পিপুল ছে’ নামৰ ছবিত কৰা অভিনয়ৰ বাবে অসম সন্তান আদিল হুছেইনক প্ৰদান কৰা হয় শ্ৰেষ্ঠ অভিনেতাৰ সন্মান। নৰৱে’ৰ অস্কাৰ বিবেচিত আমান্দা বঁটা লাভে কেৱল অসমৰে নহয়, …

Read More »

প্ৰচণ্ড গৰমে দহিব ৰাজ্যবাসীক

২৪ ঘণ্টাত ৰাজ্যত বৰষুণৰ সম্ভাৱনা নাই ষ্টাফৰিপোৰ্টাৰ, ১৯আগষ্ট, উৎকট গৰমত দহিছে ৰাজ্য। কাইলৈ ৰাজ্যত অধিক বৃদ্ধি পাব গৰমৰ মাত্ৰা। ২১ আগষ্টৰ পৰাহে বৰষুণ অহাৰ সম্ভাৱনা আছে। উত্তৰ-পূৰ্বাঞ্চলৰ আকাশ মেঘাচ্ছন্ন হোৱা নাই।যাৰ বাবে সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ পৰিছে।আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনালে এই কথা। আজি ২০১৮ চনৰ সকলোতকৈ গৰম দিন। প্ৰথম বাৰৰ …

Read More »

সোণাৰিত ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান কংগ্ৰেছৰ

তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি  চৰাইদেউ, ১৮ আগষ্ট : ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী তথা ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত শোকস্তব্ধ হৈ আছে সমগ্ৰ দেশ। দেশৰ আন ৰাজ্যৰ লগতে অসমতো অনুষ্ঠিত হৈছে শ্ৰদ্ধাঞ্জলি তথা শোকসভা। সমগ্ৰ দেশতে পালন কৰা হৈছে ৰাষ্ট্ৰীয় শোক দিৱস। কিন্তু এই শোক দিৱসৰ সময়তে সোণাৰিত অঘটন। ৰাষ্ট্ৰীয় পতাকা উলোটাকৈ …

Read More »

সোণাৰিত ছাত্ৰ সংগঠনৰ নামত টিঘলঘিলনি উদণ্ড যুৱকৰ

চৰাইদেউ ,১৮ আগষ্ট : সোণাৰিত বৃদ্ধি পাইছে উদণ্ড যুৱকৰ টিঘলঘিলনি। জাতীয় সংগঠনৰ নাম লৈ একপ্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰিছে এইসকল উদণ্ড যুৱকে। বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান তথা চাকৰিয়াল লোকক সংগঠনৰ নামত ধন দাবী কৰি হাৰাশাস্তি কৰাৰ তথ্যও পোহৰলৈ আহিছে শেহতীয়াকৈ। ইফালে সদৌ অসম ছাত্ৰ সন্থাৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত পৰিছে …

Read More »

চাকৰি প্ৰাৰ্থীলৈ সুখৱৰঃ উত্তৰ-পূৱৰ নিবনুৱাৰ বাবে বৰঝাৰত বায়ুসেনাৰ বিশাল নিয়োগ সমাৱেশ

  বৰঝাৰ এয়াৰ ফৰ্চ ষ্টেচনত ১-৪ ছেপ্তেম্বৰত অবিবাহিত পুৰষ প্ৰাৰ্থীৰ বাবে মকৰল সমাবেশ(PPPhhPPPPPP সমাবেশ সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনৰ সভা।   গুৱাহাটী, ১৮ আগষ্টঃ ভাৰতীয় বায়ু সেনাই এয়াৰ মেন  “ৱাই” (অ-কাৰিকৰী); অট’মবাইল টেকনিচিয়ান(অ’ট’টেক) আৰু ভাৰতীয় বায়ু সেনা/ আৰক্ষী/  আইএএফ-পি পদৰ বাবে অহা এক ছেপ্তেম্বৰৰ পৰা ০৪ ছেপ্টেম্বৰলৈএয়াৰফৰ্চ ষ্টেচন বৰঝাৰত এক মকৰল সমহাবেশৰ আয়োজন কৰিছে। অসম, মেঘালয়, অৰুনাচল প্ৰদেশ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু মণিপুৰৰ অবিবাহিত পুৰুষ প্ৰাৰ্থীৰ বাবেআয়োজন কৰা এই মকৰল সমাবেশত অংশগ্ৰহণ কৰিব বিচৰা প্ৰাৰ্থী সকলৰ বাবে কেতবোৰ আৰ্হতা নিৰ্দ্ধাৰণ কৰিদিয়া হৈছে। সেই অনুসৰি প্ৰাৰ্থী ১৪ জুলাই ১৯৯৮ ৰ পৰা ২৬ জুন ২০০২ ৰ ভিতৰত জন্ম হোৱা হ’ব লাগিব। প্ৰাৰ্থী সকলেন্যূনতম গড়ে ৫০% নম্বৰ আৰু ইংৰাজীত ৫০% নম্বৰলৈ দ্বাদশ শ্ৰেণী উত্তীৰ্ন হোৱা হ’ব লাগিব। অট’টেক ৰ বাবে প্ৰাৰ্থীৰ উচ্চতা ১৬২.৫ ছেঃমিঃ হোৱাৰ লগতে ভৰিৰ দৈৰ্ঘ্য ন্যূনতম ৯৯ ছেঃমিঃ হ’বলাগিব। তেনেদৰে আইএএফ(পি) ৰ বাবে উচ্চতা ১৭৫ ছেঃমিঃ হ’ব লাগিব। অট’টেক আৰু আইএএফ(পি) ৰ বাবে এক, দুই, তিনি আৰু চাৰি ছেপ্তেম্বৰত দুটা ভাগত ক্ৰমে শাৰীৰিকসক্ষমতা, লিখিত পৰীক্ষা, একাত্মতা ১ আৰু ২ ৰ পৰীক্ষা অনুষ্ঠিত হ’ব। অট’টেক আৰু আইএএফ(পি) পদৰ বাবে এক, দুই, তিনি আৰু চাৰি ছেপ্তেম্বৰত দুটা ভাগত ক্ৰমে শাৰীৰিকসক্ষমতা, লিখিত পীক্ষা, একাত্মতা – ১ আৰু ২ ৰ পৰীক্ষা অনুষ্ঠিত হ’ব। এই ক্ষেত্ৰত ৱেবছাইট www.airmenselection.cdac.in ত চাব পাৰিব। প্ৰাৰ্থীয়ে মকৰল সমাৱেশত দিনৰ ১০বজাৰ পূৰ্বে এয়াৰফৰ্চ ষ্টেচনত উপস্থিত হ’ব লাগিব। অসম তথা উত্তৰ-পূবৰ ৰাজ্য সমূহৰ নিবনুৱা যুৱক সকলৰ বাবে অনুষ্ঠিত কৰিবলৈ লোৱা এই মকৰলসমাবেশ শৃংখলাবদ্ধ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে আজি কামৰূপ মহানগৰ জিলা অতিৰিক্ত উপায়ুক্ত পুলকমহন্তৰ সভাপতিত্বত তেওঁৰ কক্ষত এখন সভা অনুষ্ঠিত হয়। আজাৰা ৰাজহ চক্ৰ বিষযা মহৰ্ষি কাশ্যপ, আৰক্ষীৰ অতিৰিক্ত উপ আয়ুক্ত বিবেকান্দ দাস, আজাৰাৰচিকিৎসা বিষয়া ড়া° ডি দাস, গড়কাপ্তানি বিভাগৰ সহঃকাৰ্যবাহী অভিযন্তা পি পি বৰুৱা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰসহঃঅভিযন্তা প্ৰদিপ কলিতা, সহঃআয়ুক্ত জিতুৰাজ গগৈ, আজাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আশোক দত্ত, বায়ুসেনাৰ বিষয়া এমচি জয়ছোৱাল, আৰ এছ ওলখিত উপস্থিতিত অনুষ্ঠিত সভাখনত এই মকৰল সমাবেশ সুকলমেঅনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় চিকিৎসা সেৱা, খোৱা পানী, শৌচালয়ৰ ব্যৱস্থাৰ লগতে আৰক্ষীৰ পহৰাৰ ব্যৱস্থাকৰাৰ সিদ্ধান্ত গ্ৰহন কৰা হয়।  

Read More »