Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক (পৃষ্ঠা 30)

আঞ্চলিক

কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীক বিজেপিত যোগদানৰ বিৰোধীতা ৰাজেন গোঁহাইৰ 

বিজেপিৰ ভাল দিনত ন বিজেপিয়ে মালিকীস্বত্ব লৈ পুৰণি বিজেপি কৰ্মীক গুৰুত্বহীন কৰিছে-ৰাজেন গোহাঁই নগাঁও,৫ জুলাইঃ কংগ্ৰেছৰ বহুবল্কী বিধায়ক , মৰিয়নী বিধান সভা সমষ্টিক একেৰাহে তেৰ বছৰ ধৰি প্ৰতিনিধিত্ব কৰা ৰূপজ্যোতি কুৰ্মীয়ে শেহতীয়াকৈ বিজেপিত যোগদানৰ বাবে মন মেলাৰ খবৰে যোৱা কেইবাদিনো ধৰি ৰাজ্যৰ ৰাজনৈতিক বতাহ গৰম কৰি ৰাখিছে ৷ ইয়াৰ মাজতে …

Read More »

৯ জুলাইত আক্ৰাছুৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা আহ্বান

বঙাইগাঁওঃ ৫ জুলাইঃ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ এখন বৰ্দ্বিত কাৰ্যনিৰ্বাহক সভা অহা ৯ জুলাইত অনুষ্ঠিত হ’ব ৷ বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত সংগঠনটোৰ মুখ্য কাৰ্যালয়ত পুৱা ১১ বজাত আহ্বান কৰা বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাত আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ লগতে সদৌ কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া …

Read More »

গুৱাহাটী আই আই টিত নৱনিযুুক্ত সঞ্চালক টি জি সীথাৰামৰ সাংবাদিকৰে মত বিনিময় অনুষ্ঠান

অনুস্থানত আই আই টিৰ শৈক্ষিক উত্তৰণ আৰু উত্তৰ পূৰ্ব্বাঞ্চলৰ মৌলিক সমস্যা সমাধানৰ প্ৰসংগ। পঙ্কজ নাথ, চাংসাৰি, ৫ জুলাই : উত্তৰ পূৰ্বাঞ্চলৰ এখন আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান আই আই টি, গুৱাহাটীৰ যোৱা ১ জুলাইত নৱ নিযুক্ত সঞ্চালক টি জি সীথাৰামে দায়িত্ব গ্ৰহণ কৰে। অভিজ্ঞ আৰু দক্ষ ব্যক্তি প্ৰফেচাৰ টি জি সীথাৰামে আগশাৰীৰ …

Read More »

টিংখাং বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়ত চাৰি ঘণ্টা ধৰি তলা লগালে স্থানীয় ৰাইজে

সঘনাই বিদ্যুৎ কৰ্তন কৰাৰ প্ৰতিবাদত এই কাৰ্যসূচী । টিংখাং— ৫ জুলাই । এফালে উৎকত গৰম । আনফালে সঘনাই বিদ্যুৎ কৰ্তন । ২৪ ঘণ্টাই ঘৰে ঘৰে বিজুলী দিয়াৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন বিজেপি চৰকাৰৰ । অনিয়মীয়া বিদ্যুৎ যোগান আৰু সঘনাই বিদ্যুৎ কৰ্তন কৰাত অৱশেষত অতিষ্ঠ হৈ ৰাইজে শুক্ৰবাৰে ঘেৰাও কৰিলে টিংখাঙৰ বিদ্যুৎ …

Read More »

বাগছাৰ অমৰ চ’কত আৰক্ষীৰ : অভিযান অবৈধ সুৰা জব্দ

নাওকাটা,৫ জুলাইঃ-বাগছা জিলাৰ গোৰেশ্বৰ থানাৰ অধীনৰ সুৱাগপুৰ আৰক্ষী চকীৰ অন্তৰ্গত অমৰ চ’কত যোৱা নিশা (৪জুলাই) অাৰক্ষীয়ে এক অভিযান চলাই এখন গেলামালৰ দোকানৰ পৰা অবৈধ ভাবে জমা ৰখা বুজন পৰিমানৰ বিলাতি সুৰা,পেট্ৰ’ল,ডিজেল আৰু কেৰাচিন তেল জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষী সূত্ৰে প্ৰাপ্ত তথ্য অনুসৰি অঞ্চলটোৰ ৰাইজৰ অভিযোগৰ ভিত্তিত তামুলপুৰ মহকুমা …

Read More »

মঙলদৈ ইয়ুথ ক্লাৱত আৰ জি ভি এন -আইটিচি কৃষি কৰ্মশালা 

মঙলদৈ, ৪ জুলাই:- নীতি আয়োগৰ আকাংক্ষিত জিলা দৰং জিলাত কৃষি বিষয়ক এখনি কৰ্মশালা আজি অনুস্থিত হৈ যায়।শতাধিক কৃষকৰ উপস্থিতিত মঙলদৈৰ ইয়ুথ ক্লাৱত অনুষ্ঠিত হোৱা এই কৃষি কৰ্মশালাখন উদ্বোধন কৰে জিলা কৃষি বিষয়া ভাৰত দেউৰীয়ে। আৰ জি ভি এন -আই টি চিৰ দ্বাৰা আয়োজিত কৰ্মশালাখনত বিশিষ্ট অতিথি হিচাপে মঙলদৈ বিধানসভা সমষ্টিৰ …

Read More »

মহানগৰীত প্ৰয়াসৰ অনুষ্ঠান সম্পন্ন

        ষ্টাফ ৰিপোৰ্টাৰ,,,, ৪ জুলাই।।। তবলা পণ্ডিত চতুৰলাল মেম’ৰিয়েল ছ’চাইটিৰ উদ্যোগত মহানগৰীত আয়োজিত হৈ যায় “প্ৰয়াস” শীৰ্ষক এটি শাস্ত্ৰীয় সংগীতানুষ্ঠান। অস্কাৰ মনোনীত আৰু বাফটা পুৰস্কাৰপ্ৰাপ্ত বিশ্ব বিখ্যাত তবলাবাদক পণ্ডিত চতুৰলালৰ ৯৩ সংখ্যক জন্মজয়ন্তী উপলক্ষে উক্ত অনুষ্ঠানৰ আয়োজন কৰা হয়। গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা …

Read More »

তেজপুৰত সংকল্প অসমৰ উদ্যোগত ১৯৬০ চনৰ ভাষা শ্বহীদক স্মৰণ

          ষ্টাফৰিপৰ্টাৰ, ৪ জুলাই :     অসমীয়া ভাষাৰ স্বাৰ্থত অসমৰ জনসাধাৰণৰ স্বাৰ্থত  ১৯৬০চনত অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে মৰ্যাদা দিয়াৰ আহ্বান জনায়  যি ভাষা আন্দোলন অসমত গঢ়ি উঠিছিল সেই আন্দোলনৰ শ্বহীদসকলক সুৱৰি আজি তেজপুৰৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান সংকল্প অসমৰ উদ্যোগত তেজপুৰৰ  শ্বহীদ উদ্যান প্ৰাংগণত অনুষ্ঠিত …

Read More »

চিত্ৰনাট্যকাৰ বিপুল বশিষ্ট গোস্বামীৰ মৃত্যু

        ষ্টাফৰিপোৰ্টাৰ, ৪ জুলাই :    বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা বৰলা কাই ধাৰাবাহিকখনৰ চিত্ৰনাট্যকাৰ বিপুল বশিষ্ঠ গোস্বামীৰ আজি পুৱা হায়াত হাস্পতালত মৃত্যু হয়। তেওঁৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে শিল্পী সমাজে গভীৰ শোক প্ৰকাশ কৰে।

Read More »

ৰূপহীত বিজেপিৰ নিৰ্বাচনী তৎপৰতা-ভেটি গঢ়াত তৎপৰ যুৱ নেতা

এম আবু হানিফা,  ৰূপহীহাট, ৩ জুলাই- বিগত বিধান সভা নিৰ্বাচনত নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিত বিজেপিৰ পৰা প্ৰতিদ্বন্ধিতা কৰা প্ৰাৰ্থীয়ে তেনে নগন্য সংখ্যক ভোট লাভ কৰি পৰাজয় বৰণ কৰিলেও সমষ্টিখনৰ একাংশ কৰ্মীৰ মনোবল ভাগি পৰা নাই । সমষ্টিখনৰ একাংশ কৰ্মীয়ে সংখ্যালঘু ৰাইজক বিজেপিৰ ফলীয়া কৰিবলৈ অহৰহ চেষ্টা কৰি থকা পৰিলক্ষিত হৈছে …

Read More »