Tuesday , November 20 2018
Home / আঞ্চলিক (পৃষ্ঠা 4)

আঞ্চলিক

বিমুদ্ৰাকৰণে ধ্বংস কৰিলে ভাৰতীয় অৰ্থনীতি –পি চিদাম্বৰম

বিমুদ্ৰাকৰণে ধ্বংস কৰিলে ভাৰতীয় অৰ্থনীতি –পি চিদাম্বৰম       ষ্টাফৰিপৰ্টাৰ, বিমুদ্ৰাকৰণে ধ্বংস কৰিলে। ভাৰতীয় অৰ্থনীতি গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেলত মন্তব্য জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমৰ। বিজেপি চৰকাৰলৈ চিদাম্বৰমৰ প্ৰশ্ন – বিজেপিৰ প্ৰতিশ্ৰুতিসমূহ ক’ত গ’ল? প্ৰত্যেক বছৰে ২ কোটি চাকৰি সৃষ্টি কৰিম বুলি বিজেপি চৰকাৰে …

Read More »

পঞ্চায়ত নিৰ্বাচনক লৈ তত্‍পৰ ৰাজ্যিক বিজেপি

পঞ্চায়ত নিৰ্বাচনক লৈ তত্‍পৰ ৰাজ্যিক বিজেপি       ষ্টাফৰিপৰ্টাৰ, পঞ্চায়ত নিৰ্বাচনক লৈ তত্‍পৰ ৰাজ্যিক বিজেপি।গড়কাপ্তানী প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হৈছে ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াৰ বৈঠক। নিৰ্বাচনী ৰণকৌশল আৰু মিত্ৰতা সন্দৰ্ভত আলোচনা এই বৈঠকত। জিলা সভাপতিসকলৰ সৈতেও আন বৈঠকত মিলিত ৰাজ্যিক নেতৃত্ব।   পঞ্চায়ত নিৰ্বাচনত আমি জিকিমেই। মিত্ৰতা নহ’লেও আমিয়েই জিকিম। মন্তব্য …

Read More »

বিশিষ্ট লেখক কৰ্ণেল মনোৰঞ্জন গোস্বামীৰ দেহাৱসান

বিশিষ্ট লেখক কৰ্ণেল মনোৰঞ্জন গোস্বামীৰ দেহাৱসান       ষ্টাফৰিপৰ্টাৰ, বিশিষ্ট লেখক কৰ্ণেল মনোৰঞ্জন গোস্বামীৰ দেহাৱসান। মুম্বাইত চিকিত্‍সাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে গোস্বামীয়ে। নিশা ১২.৪৫ বজাত দেহাৱসান ঘটে গোস্বামীৰ। শনিবাৰে গুৱাহাটীত সম্পন্ন কৰা হ’ব শেষকৃত্য। কৰ্ণেল গোস্বামী জ্যেষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামীৰ পিতৃ।   বিশিষ্ট লেখক কৰ্ণেল মনোৰঞ্জন গোস্বামীৰ বিয়োগত …

Read More »

জয়জিৎ ডেকাই “হাতখনি আই”ৰ উন্মোচন

জয়জিৎ ডেকাই “হাতখনি আই”ৰ উন্মোচন     ষ্টাফৰিপৰ্টাৰ, ৯ নৱেম্বৰ, শুক্ৰবাৰে পূৰ্বায়ণ প্ৰকাশনৰ নৱতম গ্ৰন্থ জয়জিৎ ডেকাৰ “হাতখনি আইৰ” শীৰ্ষক কবিতাপুথিখন গুৱাহাটী হাতীগাঁওস্থিত “মাদাৰ বৃদ্ধাৱাস”ত উন্মোচন কৰা হয় ৷ নিউজ১৮ অসমৰ “শিপা-এক সন্ধান” অনুষ্ঠানটিৰ সৈতে সংগতি ৰাখি “হাতখনি আইৰ” পুথিখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট কবি নীলিম কুমাৰে ৷ অনুষ্ঠানটোত বিশেষ …

Read More »

ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ সহযোগত গ্ৰাম বিকাশ কৃষক সন্মিলন

ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ সহযোগত গ্ৰাম বিকাশ কৃষক সন্মিলন   ষ্টাফ ৰিপোৰ্টাৰ। “সম্প্রতি ভেজাল খাদ্য গ্ৰহণ কৰাৰ ফলত বহু লোক জটিল ৰোগত আক্ৰান্ত হৈছে। দ্ৰুত জনসংখ্যা বৃদ্ধিৰ ফলত অধিক খাদ্য উৎপাদনৰ হেতু মাটিৰ উৰ্বৰা শক্তি কমি যোৱাৰ ফলত খাদ্যত নানা ধৰণৰ ৰাসায়নিক আৰু কীটনাশক দ্ৰব্য প্ৰয়োগ কৰা হয় যি স্বাস্থ্যৰ বাবে …

Read More »

*বটদ্ৰৱাত অকলেই পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ’ব অগপ*

*বটদ্ৰৱাত অকলেই পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ’ব অগপ*       জাজৰি,১০ নবেম্বৰ::: ৰাজ্যৰ নিৰ্বাচন আয়োগে পঞ্চায়তীৰাজ ব্যৱস্থাৰ গাঁও সভাৰ সদস্য ,পঞ্চায়তৰ সভাপতি ,আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্য পদৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰাৰ পিছত প্ৰতিটো ৰাজনৈতিক দলেই ব্যাপক তৎপৰতা অৱলম্বন কৰাৰ সময়তে শাসকীয় বিজেপিৰ মিত্ৰ দল অগপই ৮৪ …

Read More »

বকোৰ চুকুনীয়াপাৰাত ভয়াংকৰ পথ দুৰ্ঘটনা :: ইণ্ডিকা আৰু ৱেগেনাৰৰ মাজত হোৱা মুখামুখী সংঘৰ্ষত থিতাতে নিহত ৩ আৰু সাতজন আহত

বকো, ৯ নৱেম্বৰ:: কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত চুকুনীয়াপাৰাত আজি সংঘটিত হয় এক ভয়াংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত তিনিজন লোক থিতাতে নিহত হোৱাৰ লগতে আহত হয় আন কেবাজনো লোক ৷ প্ৰাপ্ত বাতৰি মতে, এ এচ ০১ এ কিউ ১৩৪০ নম্বৰৰ টাটা ইণ্ডিকা আৰু এ এচ ০১ জি চি ৮৬৫০ …

Read More »

কেন্দ্ৰীয় মন্ত্ৰীৰ নাৰী কেলেংকাৰীয়ে পঞ্চায়ত নিৰ্বাচনত প্ৰভাৱ পেলাব

##     কংগ্ৰেছত  মুখ্যমন্ত্ৰী হ’বলৈ মানুহ বিজেপিত হ’লগৈ আদা বেপাৰী -ৰকিবুল হুছেইন### নগাঁও , ৯ নবেম্বৰ ঃঃ  পঞ্চায়ত নিৰ্বাচিনলৈ মাজত মাথো এটা মাহ থকা অৱস্হাত পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া ৰাজনৈতিক দল সমুহ তৎপৰ হৈ পৰাৰ  লগতে বিভিন্ন দলৰ নেতাৰ মাজত আৰম্ভ হৈছে মুখচুপতি। আজি নগাঁৱত প্ৰাক্তন মন্ত্ৰী, কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইনে  …

Read More »

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বৰ্ট্ৰদ্ৰৱা সমষ্টিত আধাৰশিলা স্হাপনৰে চমক সৃষ্টি কৰা আঙুৰলতা ডেকাৰ কামক লৈ প্ৰতিক্ৰিয়া স্হানীয় ৰাইজ##

ডেৰ – দুই  বছৰ পূৰ্বে বিধায়িকা গৰাকীয়ে সমষ্টিত   আধাৰশিলা স্হাপন কৰা কেইবাটাও পথত আজিকোপতি নপৰিল এটাও শিলগুটি## নগাঁও/বেবেজীয়া:৯ নবেম্বৰ:পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আধাৰশিলা ৰাজনীতিৰে বট্টদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই চমক সৃষ্টি কৰাৰ প্ৰয়াস কৰিলেও বিধায়িকা গৰাকীৰ চমক সৃষ্টিৰ প্ৰয়াসে সমষ্টিত প্ৰতিক্ৰিয়াৰহে সৃষ্টি কৰিছে।কিয়নো ২০১৬ চনত অভিনয় জগত এৰি একে কোবে ৰাজনীতিৰ …

Read More »

আজিৰ পৰা সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাৰ উদ্যোগত ২০ সংখ্যক উত্তৰ পূব গ্ৰন্থমেলা

  ষ্টাফ ৰিপোৰ্টাৰ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাৰ উদ্যোগত ২০ সংখ্যক উত্তৰ পূব গ্ৰন্থমেলা ৯ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰ লৈ চানমাৰীস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজন কৰা হৈছে। এই বছৰৰ গ্ৰন্থমেলাখন সাহিত্যিক চৈয়দ আব্দুল মালিক, ভবানন্দ দত্ত আৰু ডo প্ৰফুল্ল দত্ত গোস্বামীৰ জন্ম শতবাৰ্ষিকীৰ সোঁৱৰণত উচৰ্গা কৰা হৈছে …

Read More »