Friday , February 28 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক (পৃষ্ঠা 40)

আঞ্চলিক

জনজাতিকৰণ আগত, কেব পিছত : কোচ ৰাজবংশী জাতীয় মহাসভা

বঙাইগাঁও ৩০ নৱেম্বৰঃ ভুমিপুত্ৰ কোচ ৰাজবংশী সকলে নাগৰিকত্ব সংশোধনী বিধেয়ক গ্ৰহণ কৰিব নে নাই সেই সম্পৰ্কে কেন্দ্ৰ আৰু অসমত শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰে মতামত গ্ৰহন নকৰি কেইটামান বচা বচা সংগঠনৰে নতুন দিল্লীত আলোচনা কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক আমাৰ ওপৰত জাপি দিব বিচৰাতো অগণতান্ত্ৰিক আৰু এয়া কোনো কাৰণতি গ্ৰহণযোগ্য নহয় বুলি …

Read More »

শিক্ষামন্ত্ৰী সলনিৰ দাবী উঠিল জামুগুৰিহাটত

#শিক্ষামন্ত্ৰী সলনিৰ দাবী উঠিল জামুগুৰিহাটত৷ #শিক্ষামন্ত্ৰী বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ উঠিল নদুৱাৰ শিক্ষা বিষয়াৰ কাৰ্য্যালয়৷ ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট, ৩০ নবেম্বৰ : শিক্ষক সমাজক চোৰ,ড্ৰাইভাৰ লগত তুলনা কৰি লজ্জানত কৰা ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য আচলতে এগৰাকী নিজেই লাজ নাইকিয়া অদক্ষ মন্ত্ৰী৷বাৰে বাৰে শিক্ষক সমাজত হেয় প্ৰতিপন্ন কৰিব বিচৰা এইগৰাকী শিক্ষামন্ত্ৰীৰ ওচৰত অসমৰ …

Read More »

আকাশলংঘী মূল্যবৃদ্ধি,অৰ্থনৈতিক মন্দাৱস্থাত বিজেপি চৰকাৰৰ বিৰোধিতা

*আকাশলংঘী মূল্যবৃদ্ধি,অৰ্থনৈতিক মন্দাৱস্থাত বিজেপি চৰকাৰৰ বিৰোধিতা* *ৰঙিয়াত কংগ্ৰেছ দলৰ প্ৰতিবাদ* প্ৰতিবেদক, ৰঙিয়া, ৩০ নৱেম্বৰ : ভাৰতীয় জাতীয় কংগ্ৰেছ কমিটীৰ নিৰ্দেশ মৰ্ম্মে ভাৰতবৰ্ষৰ অৰ্থনৈতিক মন্দাৱস্থা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি কামৰূপ জিলাৰ ৰঙিয়া ব্লক কংগ্ৰেছৰ উদ্যোগত ৰঙিয়া ৰাজীৱ ভৱনৰ পৰা প্ৰতিবাদী সমদল উলিয়াই ৰঙিয়া ৰাজহ চক্ৰ কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদী …

Read More »

কেবৰ বিৰুদ্ধে চিচিবৰ গাঁৱত আছুৰ চাইকেল ৰেলী

**নাগৰিকত্ব* *সংশোধনী* *বিধেয়কৰ* *বিৰুদ্ধে* **সদৌ* *ধেমাজি* *জিলা* * * *ছাত্ৰ *সন্থাৰ* *আৰু* **৩০** *জনগোষ্ঠীয়* *সংগঠনৰ* *আহ্বানত* *চিচি* *বৰ* *গাঁও* *আঞ্চলিক* *ছাত্ৰ* **সন্থাৰ* *কেব* *বিৰুদ্ধে* *চাইকেল* *ৰেলি* ফাষ্ট নিউজ ৰিপৰ্টাৰ সমুজ্জ্বল শইকীয়া,চিচি বৰ গাঁও ,৩০নবেম্বৰ: কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বক ভাৱে জাপি দিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদৰ বাবে ১০:০০ বজাত ধেমাজি জিলা …

Read More »

নলবাৰীত নিয়োগ মেলা’ ২০১৯ সম্পন্ন

নলবাৰীত নিয়োগ মেলা’ ২০১৯ সম্পন্ন ৰূপক বৈশ্য, নলবাৰী, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, ২৯ নবেম্বৰঃ অসম দক্ষতা বিকাশ মিচন আৰু অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ অধীনত সাদবা(SADBA) ইনষ্টিটিউট অৱ টেকন’ল’জি এণ্ড মেনেজমেণ্ট(SITM)ৰ উদ্যোগত আজি নলবাৰীৰ বৰমা ৰোডস্থিত অসম ৰাজ্যিক পৰিবহন নিগম লিমিটেড, নলবাৰীৰ সমীপত সাদবা(SADBA) ইনষ্টিটিউট অৱ টেকন’ল’জি এণ্ড মেনেজমেণ্ট(SITM)ত এখনি নিয়োগ …

Read More »

গৰিকত্ব ( সংশোধনী) বিধেয়কৰ বিৰোদ্ধে উত্তাল কৰিলে শিৱসাগৰ চহৰ

নাগৰিকত্ব ( সংশোধনী) বিধেয়কৰ বিৰোদ্ধে উত্তাল কৰিলে শিৱসাগৰ চহৰঃ প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্র প্ৰেৰণ ফাৰ্ষ্ট নিউজ , শিৱসাগৰ , ২৯ নৱেম্বৰ : শিৱসাগৰ জিলা সদৰত প্ৰস্তাৱিত নাগৰিকত্ব ( সংশোধনী) বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীৰে শিৱসাগৰ চহৰ উত্তাল কৰি তোলে ঐক্য সেনা অসমে | জয়সাগৰৰ পৰা বেনাৰ ফ্লেগ প্লেকাৰ্ড লৈ সংগঠনটোৰ কেইবাশ …

Read More »

জাফাৰ সভাপতি লংচিং টেৰণলৈ স্বৰ্গীয় মাণিক দেউৰী বঁটা

নিউজ ডেস্ক: আজি তেজপুৰত অনুষ্ঠিত সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজুৰ বঁটা প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানতে অসমৰ ৰাজ্যপাল জগদ্বীশ মুখীৰ পৰা “আজু “ৰ স্বৰ্গীয় মাণিক দেউৰী সাংবাদিকতা বঁটা গ্ৰহণ কৰে ৰাজ্যৰ অন্যতম পুৰণি সাংবাদিক সংগঠন জাৰ্ণেলিষ্ট এছছিয়েশ্বন চমুকৈ জাফাৰ সভাপতি লংসিং টেৰণে । অনুষ্ঠানত কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Read More »

শিৱসাগৰত দুৰ্ঘটনাত এজন ছাত্র নিহত

শিৱসাগৰত দুৰ্ঘটনাত এজন ছাত্র নিহতঃ আদিত্য নাৰ্চিং হোমৰ চিকি$সাৰ হেমাহিৰ অভিযোগ ঐক্য সেনাৰ অভিযোগ ফাৰ্ষ্ট নিউজ , শিৱসাগৰ , ২৯ নেৱেম্বৰ : শিৱসাগৰ চহৰত আজি পুৱা ৮.৪৫ মান বজাত দিখৌ দলংৰ সমীপত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হয় শিৱসাগৰ মহাবিদ্যালয়ত এজন ছাত্র | আদিত্য নাৰ্চিং হোমৰ সন্মুখত সংঘটিত হোৱা …

Read More »

বঙাইগাঁৱত মিছন ইন্দ্ৰধনুষ সন্দৰ্ভত টাস্ক ফৰ্চৰ সভা

বঙাইগাঁৱত মিছন ইন্দ্ৰধনুষ সন্দৰ্ভত টাস্ক ফৰ্চৰ সভা বঙাইগাঁওঃ ২৮ নৱেম্বঃ বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা উপায়ুক্ত ডাঃসদনেক সিঙৰ সভাপতিত্বত ২ ডিচেম্বৰৰ পৰা মিছন ইন্দ্ৰধনুষ ২.০ ৰ অধীনত আৰম্ভ হ’বলগীয়া টীকাকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত জিলা টাস্ক ফৰ্চৰ এখন সভা অনুষ্ঠিত হয় । এই সভাত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰত্ন …

Read More »

বিজনীত ড্ৰাগছসহ সৰবৰাহকাৰী আটক

চিৰাং জিলাৰ বিজনীত ড্ৰাগছসহ সৰবৰাহকাৰী আটক বঙাইগাঁওঃ ২৭ নৱেম্বৰঃ চিৰাং জিলাৰ বিজনীত ড্ৰাগছৰ বেহা অব্যাহত থকাৰ বাতৰি সঘনে প্ৰকাশ পাই থকাৰ পিছতো ড্ৰাগছ ব্যৱসায়ী সকলে এই বেহা অব্যাহত ৰাখিছে । আনহাতে ইয়াৰ সমান্তৰালকৈ বিজনী আৰক্ষীয়ে ড্ৰাগছৰ বেহাৰ বিৰুদ্ধে অভিযানো চলাই আছে । এই অভিযানৰ মাজতে আজি নিশা বঙাইগাওঁ জিলাৰ ১নং …

Read More »