Wednesday , January 23 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক (পৃষ্ঠা 5)

আঞ্চলিক

গ্ৰন্থ উন্মোচনী আৰু আলোচনা সভা

  ষ্টাফ ৰিপোৰ্টাৰ,,,, ১২ জানুৱাৰী।।। শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত কাস্তুৰী প্ৰকাশনৰ দ্বাৰা এখন আলোচনা সভা আৰু গ্ৰন্থ উন্মোচন সভাৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ আৰম্ভনিতে বেনাৰসৰ সাহিত্য সংস্থা, “মাতৃভাষা” বোলি সংগম”ৰ ৰাষ্ট্ৰীয় অধ্যক্ষ বিশিষ্ট লেখক জ্ঞানপ্ৰকাশ যাদৱে বৰ্তমান সময়ৰ সাহিত্যৰ মান সম্পৰ্কে আলোচনা কৰে। উক্ত সভাৰ লগত সংগতি ৰাখি তিনিখন গ্ৰন্থ …

Read More »

ষ্টুডিঅ’ জিৰছঙত অভিনয়ৰ বিভিন্ন পাঠ্যক্ৰম

  ষ্টাফৰিপৰ্টাৰ, ১২ জানুৱাৰী ,গুৱাহাটী মহানগৰৰ অগ্ৰণী নাট্য শিল্পী ৰবিজিতা গগৈয়ে ষ্টুডিঅ’ জিৰছঙত আৰম্ভ কৰিছে  অভিনয়ৰ বিভিন্ন পাঠ্যক্ৰম ।  প্ৰতি সোমবাৰৰ পৰা শুক্ৰবাৰলৈ   চলিব অভিনয়ৰ চাৰিমহীয়া  বিশেষ চাৰ্টিফিকেট পাঠ্যক্ৰম। , এই পাঠ্যক্ৰমত থাকিব  বাস্তৱবাদী অভিনয়ৰ  বিভিন্ন প্ৰক্ৰিয়া ,অসমীয়া ভাষাৰ সংলাপ  প্ৰক্ষেপণৰ বিভিন্ন কৌশল ,শৰীৰ চৰ্চাৰ লগতে  নৃত্যৰ বিশেষ এঘন্টা। তদুপৰি ন-শিকাৰুৰ …

Read More »

দিছপুৰ থানাত হাজিৰ আলফা নেতা অনুপ চেতিয়া আৰু মৃণাল হাজৰিকা

      ষ্টাফৰিপৰ্টাৰ, ১২ জানুৱাৰী, দিছপুৰ থানাত হাজিৰ আলফা নেতা অনুপ চেতিয়া আৰু মৃণাল হাজৰিকা। বিজেপিৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচীত আলোচনাপন্থী আলফা জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে তলব কৰিছিল আলফা নেতা দুজনক। ঘটনাত আলফা জড়িত থকাৰ কথা অস্বীকাৰ অনুপ চেতিয়াৰ। এই ঘটনাক চৰকাৰৰ ষড়যন্ত্ৰ আখ্যা। প্ৰদীপ দত্ত ৰয়কো মুখ চম্ভালি কথা …

Read More »

২৬ জানুৱাৰীৰ পূৰ্বে উজনি অসমত কূটাঘাতৰ পৰিকল্পনা আলফা (স্বাঃ)ৰ

  ষ্টাফৰিপৰ্টাৰ, ১১ জানুৱাৰী,২৬ জানুৱাৰীৰ পূৰ্বে উজনি অসমত কূটাঘাতৰ পৰিকল্পনা আলফা (স্বাধীন)ৰ। তিনিচুকীয়া জিলাৰ সীমান্তৱৰ্তী অঞ্চলত বাহৰ পাতিছে উগ্ৰপন্থী সংগঠনটোৰ দলে। এই সন্দৰ্ভত লাভ কৰা তথ্যৰ ভিত্তিত বৃহস্পতি আৰু শুকুৰবাৰে অভিযান চলায় আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনীয়ে।

Read More »

দেশদ্ৰোহিতাৰ গোচৰত হীৰেন গোহাঁইলৈ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ

  ষ্টাফৰিপৰ্টাৰ, ১১ জানুৱাৰী, দেশদ্ৰোহিতাৰ গোচৰত হীৰেন গোহাঁইলৈ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে বিশিষ্ট বুদ্ধিজীৱীগৰাকীৰ অন্তৱৰ্তীকালীন জামিন। ২২ জানুৱাৰীত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য ন্যায়ালয়ৰ। লগতে অখিল গগৈয়েও অন্তৱৰ্তীকালীন জামিন পোৱাৰ বিপৰীতে পূৰ্ণাংগ জামিন পালে মনজিত মহন্তই। বৃহস্পতিবাৰে লতাশিল আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছিল দেশদ্ৰোহিতাৰ গোচৰ।ফটাশীল থানাৰ …

Read More »

অসম আৰক্ষীত ব্যাপক সালসলনি

  ষ্টাফৰিপৰ্টাৰ, ১১ জানুৱাৰী, অসম আৰক্ষীত ব্যাপক সালসলনি কৰা হৈছে। ৪৯গৰাকী আৰক্ষী অধীক্ষকক ৰদবদল-পদোন্নতি। কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক ভিএছপি গাঞ্জাৱালাক অসম আৰক্ষীৰ পূব মণ্ডলৰ DIGলৈ পদোন্নতি। শোণিতপুৰৰ আৰক্ষী অধীক্ষক পৃথ্বীপাল সিঙক পদোন্নতিসহ DIG(নিৰাপত্তা) পদলৈ বদলি। সত্যজিত হাজৰিকাক BTADৰ DIG পদলৈ পদোন্নতি। ,শ্যামলপ্ৰসাদ শইকীয়াক গৃহৰক্ষী বিভাগৰ DIG পদলৈ, লুইছ আইন্দক DIG(NER) …

Read More »

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা শিৱসেনাৰ

  ষ্টাফৰিপৰ্টাৰ, ৭ জানুৱাৰী,নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা শিৱসেনাৰ। সংসদত জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰিব দলটোৱে। এক বিবৃতিযোগে নিজৰ স্থিতি স্পষ্ট কৰিলে শিৱসেনাই। খিলঞ্জীয়াৰ স্বাৰ্থত বিধেয়কৰ বিৰোধিতা কৰিছে অসমে, অসম চুক্তিক নস্যাত্‍ কৰিব খুজিছে বিধেয়কখনৰ দ্বাৰা, এই বিধেয়কখন গৃহীত হ’লে এন আৰ চি অৰ্থহীন হ’ব বুলি বিবৃতিত উল্লেখ কৰিছে দলটোৱে। নাগৰিকত্ব সংশোধনী …

Read More »

ৰাজ্যজুৰি অচল হৈ পৰিছে ফেৰী সেৱা

  ষ্টাফৰিপৰ্টাৰ, ৭ জানুৱাৰী, ৰাজ্যজুৰি অচল হৈ পৰিছে ফেৰী সেৱা। ৬টাকৈ দাবীৰ সমৰ্থনত আভ্যন্তৰীণ জলপৰিবহণ কৰ্মচাৰীৰ প্ৰতিবাদ। সকলো পাৰঘাটতে বন্ধ থাকিব ফেৰী সেৱা। আজি পুৱা ৫ বজাৰ পৰা কাইলৈ পুৱা ৫ বজালৈকে প্ৰতিবাদ অব্যাহত থাকিব কৰ্মচাৰীসকলৰ। গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত অচল ফেৰী সেৱা। উত্তৰ গুৱাহাটীৰ পাৰঘাটত হাহাকাৰ পৰিস্থিতি। ফেৰী নচলাত হাহাকাৰ …

Read More »

অসম বন্ধলৈ নৈতিক সমৰ্থন আগবঢ়াইছে এ আই ইউ ডি এফ দলে

  ষ্টাফৰিপৰ্টাৰ, ৭ জানুৱাৰী, অসমৰ জনসাধাৰনৰ ওপৰত জাপি দিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্হাই অহা কালি আহ্বান জনোৱা অসম বন্ধলৈ নৈতিক সমৰ্থন আগবঢ়াইছে এ আই ইউ ডি এফ দলে ৷ এই মন্তব্য কৰি দলৰ সাধাৰন সম্পাদক চম্পক কলিতাই সংবাদ মাধ্যমলৈ প্ৰেৰন কৰা বিবৃতিত জানিবলৈ দিয়ে …

Read More »

অভি–নীল হত্যাকাণ্ডৰ গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য

  ষ্টাফৰিপৰ্টাৰ, ৫ জানুৱাৰী, অভি–নীল হত্যাকাণ্ডৰ গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে।আজি নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতে গ্ৰহণ কৰিলে ৬জনৰ সাক্ষ্য। অভিজিৎ নাথৰ পিতৃয়ে আজি আদালতত প্ৰদান কৰিলে নিজৰ সাক্ষ্য। ২ ফেব্ৰুৱাৰীত পুনৰ নগাঁও আদালতে গ্ৰহণ কৰিব গোচৰটোৰ শুনানি। এতিয়াৰে পৰা খৰতকীয়া হ’ব বিচাৰ প্ৰক্ৰিয়া।‍

Read More »