Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক (পৃষ্ঠা 50)

আঞ্চলিক

নলবাৰীৰ শোলমাৰাত আছু , কামাখ্যা মন্দিৰ নিবাসী ৰাইজৰ সাহাৰ্য্য ও চিকিৎসা শিবিৰ

*নলবাৰীৰ শোলমাৰাত আছু , কামাখ্যা মন্দিৰ নিবাসী ৰাইজৰ সাহাৰ্য্য ও চিকিৎসা শিবিৰ*। *৭ শ পৰিয়ালক খাদ্য সামগ্ৰী , এহেজাৰ পৰিয়ালক চিকিৎসা সাহাৰ্য্য প্ৰদান*। প্ৰণৱজ্যোতি কলিতা / নলবাৰী :: ২২ জুলাই :– প্ৰলয়ংকাৰী বানত নলবাৰীৰ শোলমাৰাত ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল সমুহক আজি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত সাহাৰ্য্য সামগ্ৰী বিতৰণ কৰা হয় …

Read More »

মাজুলীৰ বানাক্ৰান্ত এলেকাত পৰিবহন আয়ুক্ত বীৰেন্দ্ৰ মিট্টালৰ শিশুখাদ্য বিতৰণ

মাজুলীৰ বানাক্ৰান্ত এলেকাত পৰিবহন আয়ুক্ত বীৰেন্দ্ৰ মিট্টালৰ শিশুখাদ্য বিতৰণ পৰাণজ্যোতি বৰা,মাজুলী, ২২ জুলাই : ৰাজ্যৰ পৰিবহন আয়ুক্ত বীৰেন্দ্ৰ মিট্টালে শেহতীয়া বানত জুৰুলা হোৱা মাজুলীৰ দক্ষিণপাট কুমাৰগাঁৱত আজি শিশুখাদ্য বিতৰণ কৰে। আভ্যন্তৰীণ জলপৰিবহন সেৱা বিষয়ক এখন বিভাগীয় কৰ্মশালাত অংগ্ৰহণৰ বাবে সোমবাৰে এদিনীয়া ভ্ৰমণসূচীৰে মাজুলীলৈ অহা পৰিবহন আয়ুক্ত মিট্টালে বিয়লি গাঁওখনলৈ গৈ …

Read More »

মাজুলীত হস্তী আক্ৰমণত আহতলৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূঁজিৰ চেক বিতৰণ উপায়ুক্তৰ

মাজুলীত হস্তী আক্ৰমণত আহতলৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূঁজিৰ চেক বিতৰণ উপায়ুক্তৰ : পৰাণজ্যোতি বৰা,মাজুলী, ২২ জুলাই : মাজুলীৰ দক্ষিণপাট কুমাৰগাঁৱত যোৱা ১৬ জুলাইৰ মাজনিশা বান-ভগনীয়া বনৰীয়া হাতীৰ আক্ৰমণত আহত হোৱা পাঁচগৰাকী লোকক মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূঁজিৰ পৰা আগবঢ়োৱা এককালীন সাহাৰ্যৰ চেক আজি মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই প্ৰদান কৰে। সোমবাৰে বিয়লি গড়মূৰত থকা …

Read More »

অসম আভ্যন্তৰীণ জলপৰিবহন প্ৰকল্পক আদৰণি মাজুলীৰ নাগৰিক সমাজৰ

অসম আভ্যন্তৰীণ জলপৰিবহন প্ৰকল্পক আদৰণি মাজুলীৰ নাগৰিক সমাজৰ, পৰিবহন আয়ুক্ত বীৰেন্দ্ৰ মিট্টালৰ উপস্থিতিত মাজুলীত হিতধাৰকৰ কৰ্মশালাত, প্ৰকল্পৰ পাৰিপাৰ্শ্বিক-সামাজিক প্ৰভাৱক লৈ আলোচনা পৰাণজ্যোতি বৰা,মাজুলী, ২২ জুলাই : ৰাজ্যৰ বৰ্তমানৰ জলপৰিবহন ব্যৱস্থাটোক পৰ্যায়ক্ৰমে অত্যাধুনিক আৰু যাত্ৰীৰ বাবে নিৰাপদ তথা সুসংহত আভ্যন্তৰীণ জল পৰিবহন ব্যৱস্থালৈ উন্নীত কৰাৰ অৰ্থে অসম চৰকাৰে বিশ্ববেংকৰ অৰ্থ-সাহাৰ্যৰে হাতত …

Read More »

সৰুপেটাৰ দল-সংগঠনৰ উদ্যোগত বান সাহায্য প্ৰদান

সৰুপেটাৰ দল-সংগঠনৰ উদ্যোগত বান সাহায্য প্ৰদান সঞ্জীৱ সাগৰ দাস ভৱানীপুৰ, ২২ জুলাইঃ ৰাজ্যত এসপ্তাহতকৈও অধিক দিন ধৰি হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত উজনি-নামনি অসমকে ধৰি বিভিন্ন অঞ্চলত বাঢ়নী পানীয়ে এতিয়া বিভীষিকাৰ সৃষ্টি কৰিছে। এতিয়াও বহু অঞ্চলৰ বানাক্ৰান্ত ৰাইজে বান সাহায্যৰ খুব প্ৰয়োজনবোধ স্বীকাৰ কৰিছে। সেই অনুক্ৰমে কালি আৰু আজি সৰুপেটা অঞ্চলৰ …

Read More »

বানাক্ৰান্তক গোলাঘাট জিলা অধিবিদ্যা পৰিষদৰ বানাক্ৰান্তক বান সাহাৰ্য প্ৰদান

বানাক্ৰান্তক গোলাঘাট জিলা অধিবিদ্যা পৰিষদৰ বানাক্ৰান্তক বান সাহাৰ্য প্ৰদানঃ স্থানীয় ৰাইজৰ শলাগ কাজিৰঙা, ২২ জুলাইঃ বানাক্ৰান্তৰ কাষত গোলাঘাট জিলাৰ অধিবিদ্যা পৰিষদ ৷ চলিত বানত ৰাজ্যৰ লগতে বোকাখাত মহকুমা বিস্তৰ ক্ষতি সাধন হয় ৷ বহুতৰ ঘৰ-দুৱাৰ, আঁচবাৱ আদি বানে উটুৱাই নিয়াৰ লগতে ভঁৰালত থকা ধানো নষ্ট কৰি অধিক ক্ষতি সাধন কৰে …

Read More »

বিধায়ক মৃণাল শইকীয়াৰ দাবী স্বত্বেও আজিলৈকে দৰমহা বৃদ্ধি নহল কাজিৰঙাৰ অস্থায়ী বনকৰ্মী, গৃহৰক্ষীৰ

বিধায়ক মৃণাল শইকীয়াৰ দাবী স্বত্বেও আজিলৈকে দৰমহা বৃদ্ধি নহল কাজিৰঙাৰ অস্থায়ী বনকৰ্মী, গৃহৰক্ষীৰ কাজিৰঙা, ২২ জুলাই : বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত ৬ শতাধিক বনকৰ্মী আৰু গৃহৰক্ষী জোৱানৰ দৰমহা বৃদ্ধিৰ ব্যৱস্থা আজিকোপতি ন’ললে ৰাজ্য চৰকাৰে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ১৯৯ টা বনশিবিৰতে ফ্ৰন্ট লাইন স্থান হিচাবে অস্থায়ী বনকৰ্মী …

Read More »

বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতিৰ প্ৰশিক্ষণ বৰ্গ কাৰ্য্যসূচী সম্পন্ন

বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতিৰ প্ৰশিক্ষণ বৰ্গ কাৰ্য্যসূচী সম্পন্ন। পঙ্কজ নাথ, চাংসাৰি, ২২ জুলাই : বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতিৰ আচাৰ্য প্ৰশিক্ষণ বৰ্গ ২০১৯ ৰ কাৰ্যসূচী ৬ জুলাইত আৰম্ভ হৈ আজি ২২ জুলাইত অন্ত পৰে। সামৰণি অনুষ্ঠানত শিশু শিক্ষা সমিতি, …

Read More »

শিশু শিক্ষা সমিতিৰ আচাৰ্য প্ৰশিক্ষণ বৰ্গ ২০১৯ৰ সামৰণি

  ষ্টাফৰিপৰ্টাৰ, ২১ জুলাই :বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতিৰ আচাৰ্য প্ৰশিক্ষণ বৰ্গ ২০১৯ৰ কাৰ্যসূচীৰ ৬ জুলাইত আৰম্ভ হৈ আজি ২২ জুলাইত অন্ত পৰে। সামৰণি অনুষ্ঠানত শিশু শিক্ষা সমিতি,অসমৰ সাংগঠনিক সম্পাদক হেমন্তধিং মজুমদাৰে নির্দিষ্ট বক্তা হিচাপে অংশ লয়। এই সভাত মুখ্য অতিথি হিচাপে কটন কলেজৰ ৰসায়ন …

Read More »

বিশাল জনসমাবেশেৰে অনুষ্ঠিত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন ( আমছু) গোলাঘাট জিলাৰ ষষ্ঠ বাৰ্ষিক সাধাৰণ সভা

বিশাল জনসমাবেশেৰে অনুষ্ঠিত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন ( আমছু) গোলাঘাট জিলাৰ ষষ্ঠ বাৰ্ষিক সাধাৰণ সভা : গোলাঘাট ,২১ জুলাই : আজি গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বিদ্যাপুৰত অনুষ্ঠিত হ’য় সদৌ অসম সংখ্যালঘু ছাত্ৰ সংগঠন গোলাঘাট জিলা সমিতিৰ ষষ্ঠ বাৰ্ষিক সাধাৰণ সভা। হাজাৰোৰ্ধ দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সাধাৰণ সভাখনি দুদিনীয়া কাৰ্যসূচীৰে …

Read More »