Wednesday , March 20 2019
Home / আঞ্চলিক (পৃষ্ঠা 60)

আঞ্চলিক

এছিয়ান গেম্ছত স্বৰ্ণ পদক জয়ী অসম কন্যা হিমা দাসৰ সংবাদমেল

  ষ্টাফৰিপোৰ্টাৰ, ৮ছেপ্টেম্বৰ, এছিয়ান গেম্ছত স্বৰ্ণ পদক জয়ী অসম কন্যা হিমা দাসে শনিবাৰে সৰুসজাই ষ্টেডিয়ামত সংবাদ মাধ্যমক সম্বোধন কৰে। ধিং এক্সপ্ৰেছ হিমা দাসে কয় ” মোক উত্‍‍সাহ যুগুৱাৰ বাবে অসমবাসীৰ লগতে সংবাদ মাধ্যমকো ধন্যবাদ জ্ঞাপন কৰিলোঁ। সংবাদমেল সম্বোধন কৰি ইণ্ডোনেছিয়াত হোৱা এছিয়ান গেম্ছৰ অভিজ্ঞতা বৰ্ণনা কৰিলে হিমাই। ক্ৰীড়া ৰাজধানী হ’ব …

Read More »

৯২ সংখ্যক ওপজা দিন উপলক্ষে সংগীত সূৰ্য ড০ ভূপেন হাজৰিকাক স্মৰণ

  ষ্টাফৰিপোৰ্টাৰ , ৮ ছেপ্টেম্বৰ, ৰাজ্যৰ লগতে মুম্বাই, কলকাতা তথা বিদেশতো শনিবাৰে স্মৰণ কৰা হ’ল বিশ্ববিশ্ৰুত শিল্পী ভূপেন হাজৰিকাক। সুধাকণ্ঠৰ ৯২ সংখ্যক ওপজা দিন উপলক্ষে জালুকবাৰীস্থিত শিল্পীগৰাকীৰ সমাধিক্ষেত্ৰত ৰাজ্য চৰকাৰৰ উদ্যোগত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। বিভিন্নজনৰ লগতে মুখ্যমন্ত্ৰী সোণোৱালে শ্ৰদ্ধা জনালে ভূপেন হাজৰিকাক। অসমীয়া জাতীয় জীৱনক গানেৰে, সুৰেৰে …

Read More »

১০৮, ১০২জৰুৰীকালীন সেৱাৰ কৰ্মচাৰীৰ প্ৰতিবাদক অবৈধ আখ্যা জি ভি কে ই এম আৰ আই ৰ।

  ষ্টাফৰিপোৰ্টাৰ, ৬ছেপ্টেম্বৰ, ১০৮, ১০২জৰুৰীকালীন সেৱাৰ কৰ্মচাৰীৰ প্ৰতিবাদক অবৈধ আখ্যা জি ভি কে ই এম আৰ আই ৰ।কৰ্মবিৰতিক লৈ কঠোৰ স্থিতি জি ভি কে ই এম আৰ আই ৰ কৰ্তৃপক্ষৰ। ২৪ ঘণ্টাৰ ভিতৰত কৰ্মচাৰীসকলক নিজৰ কৰ্তব্যত যোগদান কৰিবলৈ সংবাদমেলযোগে আহ্বান। আজিৰ ভিতৰত কৰ্তব্যত যোগদান নকৰিলে বহিষ্কাৰ কৰাৰ হুংকাৰ। কোনো কাৰণতে …

Read More »

ঈৰ্ষাপৰায়ণভাৱে বহিষ্কাৰ কৰা কাৰ্যক মানি ল’ব নোৱাৰো—অভিযোগ বিজেপি নেত্ৰী মীৰা

  ষ্টাফৰিপোৰ্টাৰ, ৬ ছেপ্টেম্বৰ, “কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে কোৱাৰ বাবেই মোক বিজেপিৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰিছে। দলৰ সংবিধান অমান্য কৰি উদ্দেশ্যপ্ৰণোদিতভাৱে মহিলা মৰ্চাই এনে পদক্ষেপ গ্ৰহণ কৰিছে। সংবাদমেলত অভিযোগ বিজেপি নেত্ৰী মীৰা বৰঠাকুৰৰ। মোক ঈৰ্ষাপৰায়ণভাৱে বহিষ্কাৰ কৰা কাৰ্যক মানি ল’ব নোৱাৰো। কেইজনমান লোকৰ বাবে দলটোক বেয়া পাব নোৱাৰো …

Read More »

গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ভটভটী চলাচলত নিষেধাজ্ঞা প্ৰশাসনৰ

গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ভটভটী চলাচলত নিষেধাজ্ঞা প্ৰশাসনৰ ষ্টাফৰিপোৰ্টাৰ,,:গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ভটভটী চলাচলত নিষেধাজ্ঞা প্ৰশাসনৰ। বাৰিষা কালছোৱাত বন্ধ থাকিব ভটভটীৰ চলাচল। ইয়াৰ বিপৰীতে চলিব ৩খন নতুন ফেৰী। চলিত মাহৰ পৰাই আৰম্ভ হ’ব এই ফেৰী সেৱা। প্ৰশাসনে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব ভটভটীৰ চলাচল। আজি উত্তৰ গুৱাহাটী …

Read More »

পূৰ্বৰ নিৰ্ধাৰিত স্থানতে অনুষ্ঠিত হ’ব উত্তৰ-পূব গ্ৰন্থমেলা

  ষ্টাফৰিপোৰ্টাৰ, ৭ ছেপ্টেম্বৰ,পূৰ্বৰ নিৰ্ধাৰিত স্থানতে অনুষ্ঠিত হ’ব উত্তৰ-পূব গ্ৰন্থমেলা । আজি গুৱাহাটী প্ৰেছ ক্লাব ত অনুষ্ঠিত এখন সাংবাদমেল যোগে এই কথা সদৰী কৰে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে। তেঁও কয়” সময়মতে অনুষ্ঠিত হ’ব ২০ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলা। চানমাৰিৰ এ আই ই খেলপথাৰতে ৯ …

Read More »

বটদ্ৰৱাৰ জঘন্য বলাত্‍কাৰৰ মূল অভিযুক্ত জাকিৰ হুছেইনক মৃত্যুদণ্ডৰ ৰায়

ষ্টাফৰিপোৰ্টাৰ, ৭ছেপ্টেম্বৰ, বটদ্ৰৱাৰ জঘন্য বলাত্‍কাৰৰ মূল অভিযুক্ত জাকিৰ হুছেইনক মৃত্যুদণ্ডৰ ৰায়। নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতে ঘোষণা কৰিলে শাস্তি। এগৰাকী ১৩ বছৰীয়া কিশোৰীক বলাত্‍কাৰ কৰি কেৰাচিন ঢালি জ্বলাই দিছিল জাকিৰে। ২৩ মাৰ্চত দুই নাবালকৰ সহযোগত এই জঘন্য কাণ্ড সংঘটিত কৰিছিল লম্পট জাকিৰে। ধনীয়াভেটি লালুংগাঁৱত সংঘটিত হৈছিল এই ঘটনা। মঙলবাৰে আদালতে দোষী …

Read More »

স্বৰ্ণকন্যা হিমাক আদৰণি

  ষ্টাফৰিপোৰ্টাৰ, ৭ছেপ্টেম্বৰ, স্বৰ্ণকন্যা হিমাক আদৰণি জনাবলৈ আজি বিমানবন্দৰত ট্ৰেকৰ আৰ্হিত কাৰ্পেটিং দিয়া হয়। দিনৰ ১ বজাত স্পাইচজেটৰ বিমানেৰে বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’য় হিমা। বিমানবন্দৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আদৰণি জনালে হিমাক।বৰঝাৰ বিমানবন্দৰৰ পৰা সুধাকণ্ঠৰ সমাধিক্ষেত্ৰলৈ হিমাক লৈ বিশাল শোভাযাত্ৰা। সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে সৰুসজাইলৈ ৰাওনা স্বৰ্ণকন্যা হিমা। বিমানবন্দৰৰ বাহিৰত হিমাক …

Read More »

গুৱাহাটীত মিছ আৰু মিছেছ টুৰিজিম ইন্টাৰনেচেনেল সৌন্দৰ্য প্ৰতিযোগিতা

ষ্টাফ ৰিপৰ্টাৰ:    মহিলা সৱলীকৰণৰ তথা নাৰীসকলৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যে  এম. ডব্লিউ গ্ৰুপে প্রতি বছৰৰ দৰে এইবাৰো  আয়োজন কৰিছে মিছ আৰু মিছেছ টুৰিজিম ইন্টাৰনেচেনেল সৌন্দৰ্য প্ৰতিযোগিতা। এই বছৰৰ আঞ্চলিক প্ৰতিযোগিতা খন হোটেল নভোটেলত আয়োজন কৰা হৈছিল যত  ইণ্টাৰনেচনেল গ্লোবেল শাখাত দিল্লীৰ পৰুল বাৰ্মা বিজয়ী হয়। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা …

Read More »

গুৱাহাটীত বলিউডৰ অভিনেত্ৰী পদ্মিনী কোলহাপুৰী

দীপাঞ্জলি ডেকা : গুৱাহাটীত শনিবাৰে উপস্থিত হল বলিউডৰ অভিনেত্ৰী পদ্মিনী কোলহাপুৰী। আশীৰ দশকৰ জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে শনিবাৰে প্ৰাগজ্যোতি সংস্কৃতিক প্ৰকল্পত ড্ৰীম প্ৰডাকচনএ আয়োজন কৰা প্ৰডাকচনএ আয়োজন কৰা মিছ ড্ৰীম গার্ল ২০১৮ (এক সপোন সুন্দৰীৰ সন্ধানত) ৰ চূড়ান্ত প্ৰতিযোগিতা খনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্যিক ভিত্তিত অনুষ্ঠিত এই প্ৰতিযোগিতা খনত …

Read More »