Saturday , March 23 2019
Home / ক্ৰীড়া

ক্ৰীড়া

গুৱাহাটীত কাৰাটেৰ দুদিনীয়া চেমিনাৰ

  ষ্টাফৰিপৰ্টাৰ, ২৩ মাৰ্চ, অল ষ্টাইল কাৰাটে-ডো এচোচিয়েছন(আছকা)ৰ উদ্যোগত মহানগৰীত আজি আৰু ২৪ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে ১৩ সংখ্যক অল আছাম উডো কাই (Wodo Kai) কাৰাটে চেমিনাৰৰ আয়োজন কৰা হৈছে৷ মহানগৰীৰ উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা এই কৰ্মশালাত মুখ্য পৰিচালক তথা ৰূপে উপস্থিত থাকিব চেন্নাইৰ চেনচাই এচ্ ডনাল্ড টাইছনে(ষষ্ঠ ডান …

Read More »

থাইলেণ্ডত ব্ৰঞ্জৰ পদক জিকিলে জামুগুৰিহাটৰ প্ৰাচুৰ্য্যকল্পই

জামুগুৰিহাটৰ পৰা জোন বৰা,১৯ মাৰ্চ:থাইলেণ্ডৰ ৰাজধানী বেংককত যোৱা ৮ মাৰ্চৰপৰা ১৭ মাৰ্চলৈ অনুষ্ঠিত হোৱা আন্ত:ৰাষ্ট্ৰীয় মাৰ্চিয়েল আৰ্টচ প্ৰতিযোগীতাত জামুগুৰিহাটৰ যুৱক প্ৰাচুৰ্য্যকল্প বৰুৱাই ব্ৰঞ্জৰ পদক অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ওৱৰ্ল্ড মুই থাই অৰ্গেনাইজেচন আৰু ওৱৰ্ল্ড মুই বৰাণ ফেডাৰেচনৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগীতাখনত বিশ্বৰ ৬৯ খন দেশৰ খেলুৱৈৱে অংশগ্ৰহণ …

Read More »

গোলাঘাট ত দিবা -নৈশ গ্ৰাম্য ফুটবল

গোলাঘাট ত দিবা -নৈশ গ্ৰাম্য ফুটবল : গোলাঘাট,১৯ মাৰ্চ : গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত সন্থাৰ খেল পথাৰত ২০ মাৰ্চৰ পৰা ৩ এপ্ৰিলৰ লৈকে অনুষ্ঠিত হ’ব চন্দ্ৰ সিং আৰু তাৰাপ্ৰসাদ শইকীয়া সোঁৱৰণী গোলাঘাট জিলা গ্ৰাম্য ফুটবল প্ৰতিযোগিতা। ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠা প্ৰতিযোগিতা খনিত আজিলৈকে ২৭ টাকৈ দলে অংশগ্ৰহণ …

Read More »

নিউজিলেণ্ডৰ মছজিদলৈ গুলীবৰ্ষণ

  ষ্টাফৰিপৰ্টাৰ, ১৫ মাৰ্চ, নিউজিলেণ্ডৰ খ্ৰাইষ্টচাৰ্চস্থিত এটা মছজিদলৈ লক্ষ্য কৰি আজি ধাৰাসাৰ গুলীবৰ্ষণ কৰে দুৰ্বৃত্তই। এই গুলীচালনাত ২৭জন লোক নিহত হোৱাৰ আশংকা কৰা হৈছে। আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় এই গুলীচালনাৰ ঘটনাত। মছজিদটোত প্ৰায় ৫০ জাঁই গুলীবৰ্ষণ কৰে দুৰ্বৃত্তই। আশ্বৰ্যজনকভাৱে এই ঘটনাৰ ১৭ মিনিটজোৰা ফেচবুক লাইভ কৰে আক্ৰমণকাৰীয়ে। ইফালে …

Read More »

কামাখ্যা মন্দিৰ দৰ্শন ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

  ষ্টাফৰিপৰ্টাৰ, ৮ মাৰ্চ, কামাখ্যা মন্দিৰ দৰ্শন কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে। মা কামাখ্যাৰ আশিস ল’লে ভাৰতীয় দলটোৱে। অধিনায়ক স্মৃতি মান্ধানাসহ আটাইকেইগৰাকী ক্ৰিকেটাৰ পুৱাই উপস্থিত হয় কামাখ্যাত। শনিবাৰে বৰ্ষাপাৰা ষ্টেডিয়ামত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব শৃংখলাৰ অন্তিমখন T-20 খেল।

Read More »

টি-২০ (T-20) মেচত জয়লাভ ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ

  ষ্টাফৰিপৰ্টাৰ, ৭ মাৰ্চ, গুৱাহাটীত অনুষ্ঠিত দ্বিতীয়খন টি-২০ (T-20) মেচত জয়লাভ ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ। ২–০ ব্যৱধানেৰে শৃংখলা দখল কৰিলে ইংলেণ্ডে। দ্বিতীয়খন খেলত ৫ উইকেটত জয়লাভ কৰে আলহী দলটোৱে। প্ৰথমে বেটিং কৰি ভাৰতে ৮ উইকেটত সংগ্ৰহ কৰে ১১১ ৰান। প্ৰত্যুত্তৰত ৫টা উইকেট হেৰুৱাই ইংলেণ্ডে সংগ্ৰহ কৰে ১১৪ ৰান।

Read More »

ৰজাৰ ফেডাৰাৰে ৰেকৰ্ড

  ষ্টাফৰিপৰ্টাৰ, ৩ মাৰ্চ, ছুইজাৰলেণ্ডৰ টেনিচ তাৰকা ৰজাৰ ফেডাৰাৰে কেৰিয়াৰৰ শততম এ টি পি খিতাপ দখল কৰিছে। আজি ফেডাৰেৰে দখল কৰে ডুবাই টেনিচ চেম্পিয়নশ্বিপ। ফাইনেলত ষ্টিফেন’ছ চিটচিপাছক ৬-৪, ৬-৪ ছেটত হৰুৱাই চূড়ান্ত বিজয়ী হয় ৰজাৰ ফেডাৰাৰ।

Read More »

অভিনন্দন বৰ্থমানক প্ৰশংসা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

  ষ্টাফৰিপৰ্টাৰ, ৩ মাৰ্চ, বায়ুসেনাৰ উইং কমাণ্ডাৰ অভিনন্দন বৰ্থমানক প্ৰশংসা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ জ্যেষ্ঠ খেলুৱৈ শিখা পাণ্ডেৰ। গুৱাহাটীত খেলুৱৈগৰাকীয়ে কয় – “অভিনন্দনে যি কৰিলে সেয়া সঁচাকৈ প্ৰশংসাৰ যোগ্য।” ভাৰতীয় হিচাপে গৌৰৱ অনুভৱ কৰিছো বুলিও মন্তব্য বায়ুসেনাত কৰ্মৰত খেলুৱৈগৰাকীয়ে। ইংলেণ্ডৰ সৈতে হ’বলগীয়া খেলৰ বাবে আমাৰ প্ৰস্তুতি সুন্দৰভাৱে চলিছে বুলিও ক’লে …

Read More »

গুৱাহাটীত উপস্থিত ইংলেণ্ডৰ মহিলা ক্ৰিকেট দল

  ষ্টাফৰিপৰ্টাৰ, ১ মাৰ্চ গুৱাহাটীত উপস্থিত ইংলেণ্ডৰ মহিলা ক্ৰিকেট দল। ৪, ৭ আৰু ৯ মাৰ্চত গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু ইংলেণ্ডৰ খেল। বৰঝাৰ বিমানবন্দৰৰ পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে দলটো পোনে পোনে মহানগৰীৰ নভাতেল হোটেললৈ ৰাওনা হয়। আজি দিনৰ ১২.৫৫ বজাত ভাৰতীয় মহিলা ক্ৰিকেট দলটোও উপস্থিত হ’ব গুৱাহাটীত।

Read More »

বিশ্ব ক্ৰীড়াত পুনৰ উজলিল অসম সন্তান

  ষ্টাফৰিপৰ্টাৰ, ২৬ ফেব্ৰুৱাৰী, বিশ্ব ক্ৰীড়াত পুনৰ উজলিল অসম সন্তান। বাংলাদেশৰ ৰাজধানী ঢাকাত ২২ ফেব্ৰুৱাৰীৰ পৰা চলি থকা বিশ্ব ৰেংকিং আর্চাৰী প্রতিযোগিতাত স্বৰ্ণপদক অৰ্জন কৰিলে অসম সন্তান বিশাল চাংমায়ে। দলীয় শাখা ৰিকাৰ্ভত ভাৰতীয় দলটোৱে শীৰ্ষস্থান দখল কৰে, য’ত অসমৰ বিশাল চাংমায়ো আছিল। প্ৰতিযোগিতাখনত এয়া বিশালৰ দ্বিতীয়টো পদক। বাংলাদেশক পিছ পেলাই …

Read More »