Wednesday , January 23 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া (পৃষ্ঠা 2)

ক্ৰীড়া

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম টেষ্টত ভাৰতৰ জয়

  ষ্টাফৰিপৰ্টাৰ, ১০ ডিচেম্বৰ, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম টেষ্টত ভাৰতৰ জয় লাভ কৰিছে। এডিলেইড টেষ্টত ৩১ ৰানত জয়ী টীম ইণ্ডিয়া। ৪খনীয়া শৃংখলাৰ প্ৰথম টেষ্টত ভাৰতৰ জয়লাভ। এই জয়েৰে ইতিহাস ৰচিলে ভাৰতীয় ক্ৰিকেট দলটোৱে। ১০ বছৰৰ মূৰত অষ্ট্ৰেলিয়াত টেষ্ট মেচত জয়ী ভাৰত। ২০০৮ চনতে জিকিছিল অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা টেষ্ট মেচ।

Read More »

মহাৰাণাৰ ১১১ বছৰীয়া বৰ্ষপূতি অনুষ্ঠান সফল ভাবে উদযাপন

ষ্টাফৰিপৰ্টাৰ, ৯ ডিচেম্বৰ, ১৯০৭ চনত জন্ম লাভ কৰি অসমৰ ফুটবল জগতখনক বহিঃ ৰাজ্যত বলিষ্ঠভাবে পৰিচয় কৰাই দিয়াত অগ্রণী ভূমিকা গ্ৰহণ কৰা মহানগৰীৰ পানবজাৰস্থিত মহাৰণা এথলেটিকিছ ক্লাৱে ২০১৮ বর্ষৰ ৮ ডিচেম্বৰত ১১১ বছৰ সম্পূৰ্ণ কৰে।অসমৰ লগতে স্বৰাজোত্তৰ উত্তৰ পূৱৰ ক্ৰীড়া ক্ষেত্ৰখনত মহাৰণা ক্লাৱৰ অগ্রনী ভূমিকা আছে।ক্ৰীড়া ৰ বিভিন্ন বিভাগত এই ক্লাৱৰ …

Read More »

মহাৰাণা এথলেটিক ক্লাবে গৰকিলে ১১১ টা বসন্ত

  ষ্টাফৰিপৰ্টাৰ, ৮ ডিচেম্বৰ, “মহাৰাণা এথলেটিক ক্লাৱে শনিবাৰে ১১১ টা বসন্ত গৰকিলে। আজি ১১১সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনা পুৱাই মহানগৰীৰ ৰাজপথত উলিওৱা হয় এক চাইকেল ৰেলী। মহিলা সবলীকৰণৰ উদ্দেশ্যে ৱাও চাইক্লথন শীৰ্ষক এই ৰেলীত শতাধিক মহিলাৰ লগতে অংশগ্ৰহণ কৰে পুৰুষেও।

Read More »

বেংগালুৰু আৰু এন ই ইউ এফ চিৰ মাজৰ মেচ ড্ৰ

  ষ্টাফৰিপৰ্টাৰ, ৫ ডিচেম্বৰ, বেংগালুৰু আৰু এন ই ইউ এফ চিৰ মাজৰ মেচ ড্ৰ হৈছে। সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত আই এছ এলৰ গুৰুত্বপূৰ্ণ মেচখন ১-১ গ’লৰ ব্যৱধানত ড্ৰ হয়। এন ই ইউ এফ চি ৰ হৈ গ’ল দিয়ে ফেদাৰিকো গালেগ’ৱে। চেংক গিলছেনে দিয়ে বেংগালুৰুৰ হৈ গ’লটো। মেচখনত ড্ৰ’ৰে দুয়োটা দলে ১ …

Read More »

কাইলৈ গুৱাহাটীত আই এছ এল ৰ গুৰুত্বপূৰ্ণ মেচ

    ষ্টাফৰিপৰ্টাৰ, ৪ ডিচেম্বৰ, বুধবাৰে গুৱাহাটীত আই এছ এল ৰ গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হ’ব। বেংগালুৰু এফ চিৰ মুখামুখি হ’ব নৰ্থ ইষ্ট ইউনাইটেড। বেংগালুৰু দলত আছে জাতীয় দলৰ অধিনায়ক সুনীল ছেত্ৰী। ২২ পইণ্টেৰে তালিকাৰ শীৰ্ষত আছে বেংগালুৰু দল।

Read More »

ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত এম চি মেৰিকম

  ষ্টাফৰিপৰ্টাৰ, ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত এম চি মেৰিকম। উত্তৰ কোৰিয়াৰ বক্সাৰক হৰুৱাই ফাইনেলত প্ৰৱেশ কৰিছে বক্সাৰগৰাকীয়ে। প্ৰতিদ্বন্দ্বী কিম হিয়াঙক পৰাস্ত কৰিলে এম চি মেৰিকমে।

Read More »

অসমৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফীত ওড়িশাৰ অগ্ৰগতি

  ষ্টাফৰিপৰ্টাৰ, ২১ নৱেম্বৰ, ৰঞ্জী ট্ৰফীত ওড়িশাৰ বিৰুদ্ধে অসমৰ ৰঞ্জিত মালিৰ দুৰ্দান্ত বলিং। ৮০ ৰানৰ বিনিময়ত মালিয়ে লাভ কৰে ৬টা উইকেট। অসমৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফীত ওড়িশাৰ অগ্ৰগতি। ১১৯ ৰানৰ অগ্ৰগতি লাভ কৰিছে ওড়িশা দলটোৱে। ২৪০ ৰানত প্ৰথম ইনিংছ সামৰিলে আলহী দলটোৱে।

Read More »

অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে আন এক সুখবৰ

  ষ্টাফৰিপৰ্টাৰ, অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে আন এক সুখবৰ কঢ়িয়াই আনিছে। TOPS আঁচনিত অন্তৰ্ভুক্ত উৰন্ত হৈছে পৰী হিমা দাস। টাৰ্গেট অলিম্পিক পডিয়াম আঁচনিত অন্তৰ্ভুক্ত হিমা দাস। ৪০০ মিটাৰ দৌৰৰ প্ৰস্তুতিৰ ব্যয় বহন কৰিব কেন্দ্ৰই। আজি প্ৰকাশিত হ’ল শেহতীয়া সংশোধিত তালিকা। তালিকাত জেভলিন থ্ৰ’ত নীৰজ চোপ্ৰা, ষ্টিপলছেজত অবিনাশ চেবলে, পুৰুষৰ শ্বটপুটত তেজিন্দৰ …

Read More »

দেশৰ সন্মানীয় ৬৫ সংখ্যক বৰদলৈ ট্ৰফীত কলকাতাৰ মহমেদান স্পৰ্টিং ক্লাৱ চেম্পিয়ন

  ষ্টাফৰিপৰ্টাৰ, ৮ নৱেম্বৰ,দেশৰ সন্মানীয় ৬৫ সংখ্যক বৰদলৈ ট্ৰফীত কলকাতাৰ মহমেদান স্পৰ্টিং ক্লাৱ চেম্পিয়ন হৈছে। মহমেদানে অইল দলক ৩-১ গ’লত পৰাস্ত কৰে। দুটাকৈ গলস্কৰ কৰা ফিলিপ এডজাহে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ সম্মান লাভ কৰে।

Read More »

২১ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল

  ষ্টাফৰিপৰ্টাৰ: ২১ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল গুৱাহাটীৰ খেলত অংশগ্ৰহণৰ বাবে আলহী দলটোৰ আঠগৰাকী ক্ৰিকেটাৰ ক্ৰমে এছলে নাৰ্চ, মাৰ্লো ছেমুৱেল, চন্দৰপল হেনৰাজ, এভিন লুইছ, ফেবিয়েন এলেন, অশ্বানে ছমাছ, ৰ’ভমান প’ৱেল আৰু অ’বেড মেকক’য় আজি গুৱাহাটীত আহি উপস্থিত হ’য়। ৱেষ্ট …

Read More »