Monday , June 17 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া (পৃষ্ঠা 4)

ক্ৰীড়া

দ্বিতীয় এদিনীয়াতো জয়লাভ টীম ইণ্ডিয়াৰ

  ষ্টাফৰিপৰ্টাৰ, ২৬ জানুৱাৰী, ভাৰত আৰু নিউজিলেণ্ডৰ মাজত দ্বিতীয় এদিনীয়া মেচ। টছত জিকি প্ৰথমে বেটিং আৰম্ভ কৰে আলহী দল টীম ইণ্ডিয়াই। ৫খনীয়া শৃংখলাৰ প্ৰথমখন মেচত জয়ী হৈছে ভাৰত। নিউজিলেণ্ডৰ বে অভেল ষ্টেডিয়ামত হৈছিল খেলখন। ৯০ ৰানত পৰাস্ত ঘৰুৱা দল নিউজিলেণ্ড। প্ৰথমে বেটিং কৰি ৩২৪ ৰান সংগ্ৰহ ভাৰতৰ। ৫০ অভাৰত ৪টা …

Read More »

মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰে উন্নয়নৰ প্ৰয়াস

  ষ্টাফৰিপৰ্টাৰ, ১৮ জানুৱাৰী, মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰে উন্নয়নৰ প্ৰয়াস। আঁচনিযোগে হাতত লোৱা হৈছে খেলপথাৰ উন্নয়নৰ পদক্ষেপ। বিশ্বদৰবাৰত অসমৰ খেলুৱৈৰ সাফল্যৰ বাবে প্ৰয়াস। বিশ্বক্ৰীড়াত সাফল্য অৰ্জন কৰাসকলক নিয়োগৰ ব্যৱস্থা কৰিব চৰকাৰে। গ্ৰাম্যাঞ্চলৰ ৫০০ খেলপথাৰ উন্নয়নৰ বাবে পুঁজি হস্তান্তৰ, শিক্ষানুষ্ঠান, ক্লাব আৰু ক্ৰীড়া সংগঠনলৈ আগবঢ়োৱা হ’ব ধন। শিক্ষকসকলৰ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক …

Read More »

ভাৰতীয় ফুটবল দলৰ প্ৰশিক্ষক ষ্টিফেন কনছটেণ্টিনৰ পদত্যাগ

  ষ্টাফৰিপৰ্টাৰ, ১৫ জানুৱাৰী,ভাৰতীয় ফুটবল দলৰ প্ৰশিক্ষক ষ্টিফেন কনছটেণ্টিনৰ পদত্যাগ। এ এফ চি এছিয়ান কাপত লীগ পৰ্যায়ত পৰাজয়ৰ পিছতে পদত্যাগ প্ৰশিক্ষকগৰাকীৰ। ভাৰতে অন্তিমখন গ্ৰুপ মেচত বাহৰেইনৰ হাতত ১-০ গ’লত পৰাস্ত হোৱাৰ পিছতে প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছিল। প্ৰথমখন মেচত থাইলেণ্ডক ৪-১ গ’লত হৰুৱাই সুন্দৰ আৰম্ভণি কৰিছিল যদিও পৰৱৰ্তী দুখন খেলত পৰাভূত …

Read More »

অষ্ট্ৰেলিয়ান অপেনৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ আমেৰিকাৰ ছেৰেনা উইলিয়ামছ আৰু মেদিছন কীজৰ

      ষ্টাফৰিপৰ্টাৰ, ১৫ জানুৱাৰী, অষ্ট্ৰেলিয়ান অপেনৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ আমেৰিকাৰ ছেৰেনা উইলিয়ামছ আৰু মেদিছন কীজৰ। প্ৰথম ৰাউণ্ডত ছেৰেনাই তাতজানা মাৰিয়াক ৬-০, ৬-২ ছেটত পৰাস্ত কৰে। একেদৰে মেদিছন কীজে আনাস্তাছিয়া পোতাপোৱাক ৬-৪, ৭-৫ ছেটত পৰাস্ত কৰি প্ৰৱেশ কৰে দ্বিতীয় ৰাউণ্ডত।

Read More »

ৰমেন দত্ত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰূপে নিৰ্বাচিত

  ষ্টাফৰিপৰ্টাৰ, ১২ জানুৱাৰী, ৰমেন দত্ত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰূপে নিৰ্বাচিত হৈছে। ২১টা ভোট লাভ কৰি সভাপতি ৰূপে নিৰ্বাচিত হ’ল ৰমেন দত্ত। অসম ক্ৰিকেট সন্থাৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পৰাস্ত হ’ল বৰ্তমানৰ সাধাৰণ সম্পাদক প্ৰদীপ বুঢ়াগোহাঁই। মাত্ৰ ৯টা ভোটহে লাভ কৰে প্ৰদীপ বুঢ়াগোহাঁয়ে। ২৪টা ভোট লাভেৰে উপ–সভাপতি ৰূপে …

Read More »

গুৱাহাটীলৈ একক প্ৰতিবাদী দৌৰ

  ষ্টাফৰিপৰ্টাৰ, ২৬ ডিচেম্বৰ, অসমৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত সোণাৰিৰ লংপতীয়াৰ জুটুলনিৰ যুৱক উমেশ বুঢ়াগোহাঁইৰ গুৱাহাটীলৈ একক প্ৰতিবাদী দৌৰ। সোণাৰিৰ পৰা দৌৰি ৬ জানুৱাৰীত গুৱাহাটীত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি কেইবাটাও দাবীসম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰিব যুৱকজনে।

Read More »

“ৰান ফৰ স্বচ্ছ” শীৰ্ষক দৌৰ

  ষ্টাফৰিপৰ্টাৰ, ২৩ ডিচেম্বৰ, গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ পৰা খানাপাৰালৈ আজি পুৱাই উলিওৱা হয় “ৰান ফৰ স্বচ্ছ” শীৰ্ষক দৌৰ। টিপকাই নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত অনুষ্ঠিত এই দৌৰত ৫০০ৰো অধিক যুৱক-যুৱতীৰ অংশগ্ৰহণ। বিশেষভাৱে সক্ষম যুৱকেও অংশগ্ৰহণ কৰে এই দৌৰত। গুৱাহাটীৰ উপৰিও ৰাজ্যৰ আন ঠাইত হ’ব এই দৌৰ।

Read More »

ৰাজস্থান ৰয়েল্ছৰ সৈতে চুক্তিবদ্ধ অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

  ষ্টাফৰিপৰ্টাৰ, ১৮ ডিচেম্বৰ,ৰাজস্থান ৰয়েল্ছৰ সৈতে চুক্তিবদ্ধ হৈছে অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগ। আই পি এল ৰ দ্বাদশ সংস্কৰণৰ বাবে চুক্তিবদ্ধ হ’ল অসমৰ প্ৰতিভাশালী ক্ৰিকেটাৰগৰাকী। ২০ লাখ টকাত ৰাজস্থান ৰয়েল্ছৰ সৈতে চুক্তিবদ্ধ ৰিয়ান। আবু নেচিম আহমেদৰ পিছত আই পি এল ত স্থান পোৱা অসমৰ দ্বিতীয়গৰাকী ক্ৰিকেটাৰ হৈছে ৰিয়ান পৰাগ। আনহাতে, সৰ্বাধিক …

Read More »

অসমৰ ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ

  ষ্টাফৰিপৰ্টাৰ, ১৬ ডিচেম্বৰ, অসমৰ ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ। বর্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মহিলাৰ আন্তঃৰাষ্ট্ৰীয় মেচ। অসমলৈ ২১ দিনৰ বাবে আহিব ভাৰত আৰু ইংলেণ্ডৰ দল দুটা। দুয়োটা দলে ভাগ ল’ব এদিনীয়া আৰু টি-20 মেচত। ৩খন এদিনীয়া আৰু ৩খন টি-20 মেচ অনুষ্ঠিত হ’ব ষ্টেডিয়ামখনত। ফেব্ৰুৱাৰীৰ পৰা মাৰ্চলৈ অনুষ্ঠিত হ’ব এই খেলসমূহ।

Read More »

ৰাষ্ট্ৰীয় পৰ্যায়ত অসম কন্যা অস্মিতা চলিহাৰ সাফল্য

  ষ্টাফৰিপৰ্টাৰ, ১৬ ডিচেম্বৰ, ৰাষ্ট্ৰীয় পৰ্যায়ত অসম কন্যা অস্মিতা চলিহাৰ সাফল্য লাভ কৰিছে। অল ইণ্ডিয়া ছিনিয়ৰ ৰেংকিং বেডমেণ্টিনৰ ছিংগল্ছ শাখাত চেম্পিয়ন অস্মিতা। এয়াৰ ইণ্ডিয়াৰ আক্ৰশি কাশ্যপক ২১-১৪, ২১-১০ ছেটত হৰুৱালে অস্মিতাই। বাংগালুৰুত অনুষ্ঠিত হৈছে বেডমিণ্টন প্ৰতিযোগিতাখন।

Read More »