Tuesday , November 20 2018
Home / Uncategorized

Uncategorized

ৰিপুৰাক বাদ দি উত্তৰ-পূবৰ আন ৰাজ্যত কোনো প্ৰয়োজন নাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী

  ষ্টাফৰিপৰ্টাৰ: ত্ৰিপুৰাক বাদ দি উত্তৰ-পূবৰ আন ৰাজ্যত কোনো প্ৰয়োজন নাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ। নৰ্থ ইষ্ট ষ্টুডেন্টছ অৰ্গেনাইজেচনৰ দাবী অমূলক আখ্যা দি নতুন দিল্লীত এই মন্তব্য জ্যেষ্ঠ অধিবক্তা উপমন্যু। হাজৰিকাৰ। লগতে অসমৰ এন আৰ চি বিসংগতিপূৰ্ণ, ৮০ লাখৰ ঠাইত ৪০ লাখ লোকহে ওলাল, এই সংখ্যা আৰু কমিব বুলিও ক’লে জ্যেষ্ঠ …

Read More »

পেঞ্চন পাব প্ৰাক্তন সেনা বিষয়াই

ষ্টাফৰিপোৰ্টাৰ:  ২০০৫ চনৰ পৰা ৰাজ্য চৰকাৰৰ অধীনত কৰ্মৰত প্ৰাক্তন সেনা বিষয়াক পেঞ্চন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰাক্তন সেনাসকলৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি ৰাজ্য চৰকাৰৰ। গড়কাপ্তানী বিভাগৰ বিভিন্ন কাম-কাজৰ বাবে প্ৰয়োজনীয় শিল-বালিৰ অভাৱ দূৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। সাধাৰণ …

Read More »

শিল্পী কিশোৰ গিৰিৰ মৃত্যু* ইলোৰা বিজ্ঞান মঞ্চৰ শোক আৰু শ্ৰদ্ধাঞ্জলি

* ভূতনাথ শ্মশানত শেষ কৃত্য সম্পন্ন ষ্টাফৰিপোৰ্টাৰ,বিশিষ্ট শিল্পী কিশোৰ গিৰিৰ সোমাবৰে ভূতনাথ শ্মশানত শেষ কৃত্য সম্পন্ন কৰা হয়। শিল্পী গৰাকীৰ জ্যেষ্ঠ কন্যা হৈময়ন্তী গিৰীয়ে মুখাগ্নী কৰে। বিশিষ্ট সংগীত শিল্পী তথা সংগীত পৰিচালক, মানৱতাবাদী আৰু বিজ্ঞানমনস্ক সমাজকৰ্মী কিশোৰ গিৰিৰ আকস্মিক বিয়োগত ইলোৰা বিজ্ঞান মঞ্চই গভীৰ শোক প্ৰকাশ কৰিছে আৰু প্ৰয়াত শিল্পী …

Read More »

কাইলৈৰ পৰা বৃদ্ধি হ’ব চিটী বাছৰ ভাড়া

  ষ্টাফৰিপোৰ্টাৰ, কাইলৈৰ পৰা বৃদ্ধি হ’ব চিটী বাছৰ ভাড়া। চিটী বাছৰ ন্যূনতম ভাড়া হ’ব ৭ টকা। ৩ কিঃমিঃ পৰ্যন্ত ভাড়া হ’‍ব ৭ টকা। ৩ৰ পৰা ৫ কিঃমিঃ পৰ্যন্ত ভাড়া হ’ব ৮ টকা। ৫ৰ পৰা ৯ কিঃমিঃ পৰ্যন্ত ভাড়া হ’ব ১২ টকা। ৯ৰ পৰা ১৩ কিঃমিঃ পৰ্যন্ত ভাড়া হ’ব ১৫ টকা। …

Read More »

হোৱাইট নাইট ইনষ্টিটিউট মুকলি কৰিলে গৰিমা শইকীয়া গাৰ্গে

  হোৱাইট নাইট ইনষ্টিটিউটে লৈ আনিছে এমহীয়া, তিনি মহীয়া আৰু ছয়মহীয়া পাঠ্যক্ৰম ষ্টাফ ৰিপোৰ্টাৰ: ফটোগ্ৰাফী, মেকআপ, ষ্টাইলিং তথা মডেলিংৰ প্ৰতি আগ্ৰহী সকলৰ বাবে হোৱাইট নাইট ইনষ্টিটিউটে লৈ আনিছে এমহীয়া, তিনি মহীয়া আৰু ছয়মহীয়া পাঠ্যক্ৰম। গুৱাহাটীৰ মহানগৰীৰ ৰাধা গোবিন্দ বৰুৱা পথত থকা ৰাজধানী নাৰ্ছাৰী সংলগ্ন মাণিক নগৰৰ চাৰি নং উপ পথৰ …

Read More »

বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱালৈ হৰিপদ চেতিয়া বঁটা

  ষ্টাফৰিপোৰ্টাৰ: গোলাঘাটত এমেছাৰ থিয়েটাৰ ছচাইটীৰ ২০১৮ বৰ্ষৰ বঁটা ঘোষণা কৰা হৈছে। বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱালৈ হৰিপদ চেতিয়া বঁটা আগবঢ়োৱা হৈছে। ছচাইটীৰ সৰ্বোচ্চ এমেছাৰ বঁটা বিশিষ্ট অভিনেতা দীনেশ গগৈ আৰু সৰ্বানন্দ বৰবৰালৈ আৰু উদীয়মান বঁটা সুব্ৰত কাকতিলৈ। ২৫ নৱেম্বৰত এমেছাৰ থিয়েটাৰ ছচাইটীৰ ১২৪সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰদান কৰা হ’ব এই সন্মান।

Read More »

দুৰ্গোৎসৱত অসমত কূটাঘাতৰ আশংকা

  ষ্টাফৰিপোৰ্টাৰ: দুৰ্গোৎসৱত অসমত কূটাঘাতৰ আশংকা কৰিছে অসম আৰক্ষীয়ে। অসম আৰক্ষীৰ হাতত আহি পৰিছে কূটাঘাত সংঘটিত কৰাৰ তথ্য। পূজাৰ সময়ত কূটাঘাতৰ আশংকাত বিশেষ প্ৰশিক্ষিত আৰক্ষী জোৱান নিয়োগ কৰা হৈছে জিলাসমূহত৷ আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্যই জনালে এই কথা। প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰা হৈছে জৰুৰী নিৰ্দেশনা। সকলো …

Read More »

বিশিষ্ট গান্ধীবাদী নটৱৰ থক্কৰৰ দেহাৱসান

  ষ্টাফৰিপোৰ্টাৰ: বিশিষ্ট গান্ধীবাদী নটৱৰ থক্কৰৰ দেহাৱসান। আজি পুৱা মহানগৰীৰ এপল’ ইন্টাৰনেচনেল হাস্পতালত চিকিৎসাধীন অৱস্থাত ৮৬ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰ আৰু দুই কন্যাক এৰি গৈছে।

Read More »

বিশিষ্ট শিল্পী তথা সংগীত পৰিচালক কিশোৰ গিৰিৰ দেহাৱসান

  ষ্টাফৰিপোৰ্টাৰ: বিশিষ্ট শিল্পী তথা সংগীত পৰিচালক কিশোৰ গিৰিৰ দেহাৱসান। গুৱাহাটীৰ খাৰঘূলিস্থিত নিজ বাসগৃহত ৬৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ। বহু অসমীয়া ছবি আৰু ধাৰাবাহিকত সংগীত পৰিচালক আছিল কিশোৰ গিৰি। তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় “হাতত গীটাৰ লৈ বিভিন্ন সামাজিক বিষয়ত সঘনাই মাত মাতি …

Read More »