Friday , October 18 2019
শেহতীয়া খবৰ
Home / Videos

Videos

কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা বিজেপিৰ

কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা বিজেপিৰ । বাইহাটা চাৰিঅালিৰ পৰা নীলমণি দাস,ফাষ্ট নিউজ ৰিপ’ৰ্ট০৭এপ্ৰিলঃ বাইহাটা চাৰিআলিত দিলীপ শইকীয়াৰ মাৰাথান নিৰ্বাচনী প্ৰচাৰ । নিশালৈকে কমলপুৰ সমষ্টিৰ বিভিন্ন স্থানত নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে প্ৰাৰ্থী গৰাকীয়ে । কমলপুৰ সমষ্টিৰ অন্তৰ্গত আঠগাঁৱত নিশা অনুষ্ঠিত সভাত বিহু গীতেৰে আদৰণি ভাষণ আগবঢ়াই বিধায়ক সত্যব্ৰত কলিতাই । ভাষনত …

Read More »

গুৱাহাটী বিহু সন্মিলনীৰ লাই খুঁটা স্থাপন

গুৱাহাটী বিহু সন্মিলনীৰ লাই খুঁটা স্থাপন কৰিছে সন্মিলনী ৰ জ্যেষ্ঠ সদস্য তথা আভ্যন্তৰীণ হিচাপ পৰীক্ষক পাৱন চন্দ্ৰ বৰুৱাই বসন্ত আগমনৰ লগে লগে প্ৰাণ পাই উঠিছে ৰাজ্যৰ আগশাৰীৰ বিহু মঞ্চ সমুহ। ১৯৫২ চনৰ পৰা পথাৰৰ বিহুই মঞ্চত স্থান লাভ কৰে । লতাশিলৰ খেল পথাৰত একমাত্ৰ “বিহু সম্ৰাগী”প্ৰতিযোগিতা অনুষ্ঠিত হয়।

Read More »

গুৱাহাটি মোমো ঘৰ কেতিয়া স্থাপন হৈছিল? কিয় বিখ্যাত মোমো ঘৰৰ মোমো চাওক এই ভিডিঅ

স্থাপনৰ ২০ বছৰ পিছৰ পৰা “ম’ম ডে” পালন কৰা হয়। এইবাৰ সপ্তম বাৰৰ বাবে ম’ম ডে পালন কৰা হয়। আজি এই উপলক্ষে বিভিন্ন অফাৰ দিয়া হয়।

Read More »

নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি অসম ৰাজ্যিক কমিটিৰ ধৰ্ণা

নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি অসম ৰাজ্যিক কমিটিৰ ধৰ্ণা গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত গৰ্ভৱতী মহিলা কুলচুমা বেগমৰ হত্যাৰ বিচাৰ আৰু বিকল্প সংস্থাপন অবিহনে উচ্ছেদ বন্ধ, চুলাই মদৰ ব্যৱসায় বন্ধ আৰু নাগৰিক সমস্যা সমাধানৰ দাবীত

Read More »

৭০ সংগঠনৰ এক্যমঞ্চৰ পৰা কিয় ওলাই আহিল ঐক্যসেনা অসম? চাওক এই ভিডিঅ

৭০ টা সংগঠনৰ পৰা ওলাই আহিল ঐক্য সেনা অসম। গুৱাহাটী প্ৰেছ ক্লাৱত সাংবাদমেল যোগে ঐক্য সেনা অসমৰ মুখ্য সম্পাদক শ্বহীদুল ইছলামৰ ঘোষণা

Read More »

ঐতিহাসিক ৰাঙলী আইদেউ মৈদামৰ সমীপত সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

২৬ মাৰ্চ গোলাঘাট : হাজাৰোৰ্ধ ৰাইজৰ উপস্থিতিত আজি গোলাঘাটৰ তৰফাট আহোম গাঁৱৰ ঐতিহাসিক ৰাঙলী আইদেউ মৈদামৰ সন্মুখত কলীয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে বৰ্তমানৰ চৰকাৰক বিশ্বাস ঘাটক চৰকাৰ আখ্যা দি নিৰ্বাচনী প্ৰচাৰ চলায়। পদুমনি ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত নিৰ্বাচনী সভাখনিত সাংসদ গৰাকীয়ে ১৬ মে’ৰ পাছত ৰাজ্যত এজনো বিদেশী নাথাকিব বুলি …

Read More »