Wednesday , July 17 2019
শেহতীয়া খবৰ

শেহতীয়া সংবাদ

লখিমপুৰৰ সু-সন্তান তথা গহপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া দণ্ডী ৰাম বৰালৈ মানৱীয়তা সন্মান

গহপুৰ,১০জুলাই:-গহপুৰ মহকুমাৰ অন্তৰ্গত ঐতিহাসিক গহপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দণ্ডী ৰাম বৰাই গহপুৰত দেখুৱালে মানৱীয়তাৰ এক সুন্দৰ নিদৰ্শন।তেখেতে নিজা কৰ্তব্যৰ লগতে একাংশ দুখীয়া অথবা ভিক্ষা কৰি খোৱা লোকক নিজ উপাৰ্জনৰ টকাৰে কিছু পৰিমাণে সহায়ৰ হাত আগবঢ়াই আহিছে । যোৱা ৬ তাৰিখে গহপুৰ মাজমজিয়াত গহপুৰৰ একমাত্ৰ জনপ্ৰিয় সামাজিক মাধ্যম নিৰপেক্ষ …

Read More »

টিংখাঙত জনজাতিকৰণৰ দাবীত আটাছুৰ অৱস্হান ধৰ্মঘট

টিংখাং – ১০ জুলাই । নেৰা-নেপেৰা বৰষুনৰ মাজতে টিংখাঙত সদৌ তাই আহোম ছাত্র সন্থা ( আটাছু ) ৰ প্ৰতিবাদী কাৰ্যসূচী। তাই আহোম জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ প্ৰদান কৰাৰ দাবীত টিংখাঙৰ ৰাজগড়ত আটাছুৰ এই ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট। আটাছুৰ ডিব্রুগড় জিলা সমিতিৰ আহ্বান ক্ৰমে ৰাজগড় আঞ্চলিক সমিতিয়ে ৰূপায়ন কৰিলে এই প্ৰতিবাদী কাৰ্যসূচী। …

Read More »

কাজিৰঙাত উপস্থিত বিশেষ গঁড় সুৰক্ষা বাহিনীৰ দল

গভীৰ অৰণ্যৰ মাজত চোৰাং চিকাৰীৰ বিৰুদ্ধে এম্বুছ   কাজিৰঙা,৯ জুলাই:সম্প্ৰতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কূটাঘাতমূলক কামত সিদ্ধহস্ত চোৰাং চিকাৰীৰ মাজত  সন্ত্ৰাসৰ বতৰা বিয়পিছে ৷ চাৰিওফালে সাৱধান বাণীত চেঁপা  উত্তেজনা ৷ কাৰণ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এতিয়াৰে পৰা থাকিব প্ৰতিটো মুহূৰ্ততে  অত্যাধুনিক মাৰণাস্ত্ৰৰে সু-সজ্জিত হৈ  বিশেষ গঁড় সুৰক্ষা বাহিনীৰ দল ৷ ইতিমধ্যে, …

Read More »