Monday , November 19 2018
শেহতীয়া খবৰ

শেহতীয়া সংবাদ

সাংসদ বিজয়া চক্ৰৱৰ্তীৰ স্বামীৰ দেহাৱসান।

# সাংসদ বিজয়া চক্ৰৱৰ্তীৰ স্বামীৰ দেহাৱসান। গুৱাহাটীৰ প্ৰতিবেদক, 18 জুন।।।সাংসদ বিজয়া চক্ৰৱৰ্তীৰ স্বামীৰ সোমবাৰে দেহাৱসান ঘতে। বিয়লি ৪.৩০ বজাত দিছপুৰৰ GNRC হাস্পতালত মৃত্যু হয় জিতেন চক্ৰৱৰ্তীৰ। হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল চক্ৰৱৰ্তী। মৃত্যুৰ সময়ত চক্ৰৱৰ্তীৰ বয়স আছিল ৮২ বছৰ। তেঁওৰ মৃত্যুত মুখ্যমন্ত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰে।

Read More »

কৃষি বিভাগৰ বিৰুদ্ধে মহানগৰীৰ দীঘলীপুখুৰীপাৰত ব্যতিক্ৰমী প্ৰতিবাদ।

## কৃষি বিভাগৰ বিৰুদ্ধে মহানগৰীৰ দীঘলীপুখুৰীপাৰত ব্যতিক্ৰমী প্ৰতিবাদ। গুৱাহাটীৰ প্ৰতিবেদক 18 জুন।।।।কৃষি বিভাগৰ বিৰুদ্ধে মহানগৰীৰ দীঘলীপুখুৰীপাৰত ব্যতিক্ৰমী প্ৰতিবাদ কৰিলে অসম ৰাজ্যিক কৃষক সভাই । হাতত ধানৰ থোক লৈ সভাই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্যসূচীত সভাৰ সম্পাদক টিকেন দাসে ৰাজ্যৰ বিয়াগোম কৃষি বিভাগটোৱে কৃষকক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে। উল্লেখযোগ্য ভেজাল …

Read More »

মাণিকপুৰ খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ "তলাবন্ধ" কাৰ্যসূচী —-

মাণিকপুৰ খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ “তলাবন্ধ” কাৰ্যসূচী —- ফাৰ্ষ্ট নিউজ ৰিপৰ্ট , মাণিকপুৰৰ পৰা জ্যোতিষ দাস: মাণিকপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত তলাবন্ধ কাৰ্যসূচী। মাণিকপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত এই কাৰ্যসূচী। আসোৱাহ নিৰাময় সমিতিৰ প্ৰতিবেদনে সৃষ্টি কৰা বৈষম্য দূৰ কৰা আৰু সপ্তম দৰমহা বিধি মতে প্ৰাপ্য আদায়ৰ লগতে ছাত্ৰ …

Read More »