Wednesday , April 8 2020
শেহতীয়া খবৰ

শেহতীয়া সংবাদ

প্ৰাক্তন বায়ু সেনা জোৱানে চোকা অস্ত্ৰৰে ঘপিয়াই -ঘপিয়াই আহত কৰিলে পশুধনক :

কলাইগাঁৱত সংঘটিত হৈছে এক কৰুন ঘটনা, প্ৰাক্তন বায়ু সেনা জোৱানে চোকা অস্ত্ৰৰে ঘপিয়াই -ঘপিয়াই আহত কৰিলে পশুধনক : অভিযুক্তৰ বিৰুদ্ধে কলাইগাঁও থানাত এজাহাৰ দাখিল ৰৌতা পৰা আব্দুল আৱাল: পশুধন হত্যাৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰ কঠোৰ হোৱাৰ সময়তে এইবাৰ পশুধনক নৃশংসভাৱে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে কলাইগাঁৱত ।ঘটনাৰ বিৱৰণী মতে ওদালগুৰি জিলাৰ …

Read More »

গুৱাহাটীত অসম চেম্বাৰ অৱ কমাৰ্চৰ প্ৰতিবাদ

গুৱাহাটীত অসম চেম্বাৰ অৱ কমাৰ্চৰ প্ৰতিবাদ গুৱাহাটীৰ প্ৰতিবেদক, ২জুলাই, গোলাঘাটত অসম চেম্বাৰচ অৱ কমাৰ্চৰ প্ৰতিবাদী কাৰ্যসূচী। মহানগৰীৰ খ্ৰীষ্টানবস্তিতো অসম চেম্বাৰ অৱ কমাৰ্চৰ ধৰ্ণা সোমাবাৰে ৱালমাৰ্ট আৰু ফ্লিপকাৰ্টৰ একত্ৰিকৰণৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত। জি এছ টি ৰ সৰলীকৰণ, ব্যক্তিগত আয়কৰ বাতিলৰ দাবীৰ লগতে ব্যৱসায়ীৰ পেঞ্চনৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীৰ।

Read More »

সমগ্ৰ ৰাজ্যজুৰি বন মহোৎসৱ পালন

সমগ্ৰ ৰাজ্যজুৰি বন মহোৎসৱ পালন গুৱাহাটীৰ প্ৰতিবেদক, ১ জুলাই।।সমগ্ৰ ৰাজ্যজুৰি দেও বাৰে বন মহোৎসৱপালন কৰা হয়। ইফালে কামৰূপৰ ৰাণীৰ জৰাশাল সংৰক্ষিত বনাঞ্চলতো পালন কৰা হয় বন মহোৎসৱ। বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই শুভাৰম্ভ কৰে বন মহোৎসৱৰ। হোজাইৰ ডবকাতো ৬৯সংখ্যক বন মহোৎসৱ পালন কৰা হয়। ডবকা নগৰৰ ৰাজপথত ৰাইজক গছপুলি বিতৰণ কৰা …

Read More »

Recent Posts

কৰ’নাৰ বিৰুদ্ধে যুঁজত শিশু শিক্ষা সমিতি অসমৰ সাহাৰ্য*

*পৰীক্ষা পৰিষদৰ সভাপতিয়ে দিলে দুই লাখ*

ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল:
সমগ্ৰ বিশ্বতে মানৱ জাতিৰ বাবে ভাবুকি হৈ পৰা কৰ’না মহামাৰীয়ে ভাৰতলৈও সংকট নমাই আনিছে। সম্প্ৰতি দেশত একৈশ দিনীয়া লক ডাউন অব্যাহত আছে যদিও নিতৌ এই ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। এই দুৰ্যোগৰ সময়ত দেশৰ প্ৰধান মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ আহ্বান ক্ৰমে বিভিন্ন চৰকাৰী, বেচৰকাৰী, সামাজিক, ব্যক্তিগত অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ব্যক্তিগত ভাৱেও সকলোৱে যথাসাধ্য সহযোগিতা আগবঢ়াই দেশৰ এই দুৰ্যোগৰ সময়ত ৰাষ্ট্ৰভক্তিৰ উদাহৰণ দাঙি ধৰিছে। বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমে ১৯৭৯ চনৰে পৰা ৰাজ্যখনৰ বিভিন্ন স্থানত মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয় স্থাপন কৰি শিক্ষাৰ ক্ষেত্ৰত সেৱা আগবঢ়াই আহিছে। সমিতিয়ে অসম চৰকাৰৰ আৰোগ্য নিধিলৈ এক লাখ এটকা আৰু প্ৰধান মন্ত্ৰী কেয়াৰ ফাণ্ডলৈ পঞ্চাশ হাজাৰ টকাৰ বৰঙণি আগবঢ়ায়।
উল্লেখ শিশু শিক্ষা সমিতি অসমৰ উপ সমিতি পৰীক্ষা পৰিষদৰ সভাপতি তথা অসম মাধ্যমিক শিক্ষা পৰিষদৰ অৱসৰ প্ৰাপ্ত শৈক্ষিক বিষয়া ডঃ আৰতি ভট্টাচাৰ্যই অসম আৰোগ্য নিধিলৈ ব্যক্তিগতভাৱে দুই লাখ টকাৰ বৰঙণি আগবঢ়ায় বুলি শিশু শিক্ষা সমিতি অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে জনায়।

সাতগাওঁ অঞ্চলত প্ৰশাসনৰ অনুমতি সাপেক্ষে অসম গণ পৰিষদ দলৰ মুখপাত্ৰ তপন দাসৰ খাদ্য সামগ্ৰী বিতৰণ

ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : দিশপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত সাতগাওঁ অঞ্চলত প্ৰশাসনৰ অনুমতি সাপেক্ষে অসম গণ পৰিষদ দলৰ মুখপাত্ৰ তপন দাসে স্থানীয় ৰাইজৰ মাজত মঙলবাৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে। এই কাৰ্যসূচীৰ লগতে ৰাইজৰ মাজত সজাগতাৰ দিশটো আগত ৰাখি ছেনিটাইজাৰ, মাস্ক আদিও বিতৰণ কৰে অগপ নেতা জনে।

শ্ববে-বৰাত” উপলক্ষে নামাজ আৰু কবৰ জিয়াৰত নিজ নিজ ঘৰৰ পৰাই কৰিবলৈ অনুৰোধ গুৱাহাটী কবৰস্থান কমিটিৰ

ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: ৰাজ্য চৰকাৰৰ নিৰ্দেশ নং এইছ এল এ/ ২৪৮/২০২০/২৫/ ২৩/০৩/২০২০ মৰ্মে মছজিদ-মন্দিৰ কবৰস্থান আৰু অন্যান্য ধর্মীয় অনুষ্ঠান বোৰত ২৪ মাৰ্চৰ পৰা ১৪ এপ্ৰিললৈ সমূহীয়া ভাৱে নামাজ, প্ৰাৰ্থনা, কবৰ জিয়াৰত ইত্যাদি সাময়িক ভাৱে বন্ধ ৰখা হৈছে। লগতে গুৱাহাটী কবৰস্থান কমিটিৰ তৰফৰ পৰা অসম চৰকাৰৰ নিৰ্দেশ অনুযায়ী সমূহ ৰাইজক “শ্ববে-বৰাত” উপলক্ষে নামাজ আৰু কবৰ জিয়াৰত নিজ নিজ ঘৰৰ পৰাই ৯ এপ্ৰিলত আদায় কৰাৰ অনুৰোধ কমিটিয়ে এক বিবৃতি যোগে কামনা কৰিছে।

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ পেঞ্চনাৰ সন্থাৰ “অসম আৰোগ্য নিধিলৈ” ৫০ হাজাৰ টকাৰ বৰঙণি

ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ প্ৰতিৰোধ সংগ্রামৰ বাবে অসম চৰকাৰে জনোৱা আহ্বান অনুসৰি অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ পেঞ্চনাৰ সন্থাই অসম আৰোগ্য নিধিলৈ ৫০ হাজাৰ টকাৰ বৰঙণি আগবঢ়ায়। সন্থাৰ সভাপতি টংকেশ্বৰ শর্মা পৰাশৰ আৰু সাধাৰণ সম্পাদক পদ্ম ধৰ ডেকাই কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে সকলো ক্ষেত্ৰতে চৰকাৰক সহায়-সহযোগিতা আগবঢ়াবলৈ সন্থাৰ সমূহ বিষয়ববীয়া আৰু সদস্যক আহ্বান জনায়।

শ্ববে-বৰাত” উপলক্ষে নামাজ আৰু কবৰ জিয়াৰত নিজ নিজ ঘৰৰ পৰাই কৰিবলৈ অনুৰোধ গুৱাহাটী কবৰস্থান কমিটিৰ

ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: ৰাজ্য চৰকাৰৰ নিৰ্দেশ নং এইছ এল এ/ ২৪৮/২০২০/২৫/ ২৩/০৩/২০২০ মৰ্মে মছজিদ-মন্দিৰ কবৰস্থান আৰু অন্যান্য ধর্মীয় অনুষ্ঠান বোৰত ২৪ মাৰ্চৰ পৰা ১৪ এপ্ৰিললৈ সমূহীয়া ভাৱে নামাজ, প্ৰাৰ্থনা, কবৰ জিয়াৰত ইত্যাদি সাময়িক ভাৱে বন্ধ ৰখা হৈছে। লগতে গুৱাহাটী কবৰস্থান কমিটিৰ তৰফৰ পৰা অসম চৰকাৰৰ নিৰ্দেশ অনুযায়ী সমূহ ৰাইজক “শ্ববে-বৰাত” উপলক্ষে নামাজ আৰু কবৰ জিয়াৰত নিজ নিজ ঘৰৰ পৰাই ৯ এপ্ৰিলত আদায় কৰাৰ অনুৰোধ কমিটিয়ে এক বিবৃতি যোগে কামনা কৰিছে।

পাঁচ সহস্ৰাধিক দুখীয়া লোকৰ মাজত খাদ্য সামগ্রী বিতৰণ

ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : বিশিষ্ট সমাজ কৰ্মী ৰানা প্ৰতাপ তালুকদাৰৰ নেতৃত্বত সোমবাৰে
পাঁচ সহস্ৰাধিক লোকৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰা হয়। বকো-ছয়গাৱৰ লগতে গুৱাহাটী মহানগৰীৰ বেলতলা, ভেটাপাৰাৰ বিষ্ণুমন্দিৰ ,গণেশ নগৰ আদি অঞ্চলৰ পাঁচ সহস্ৰাধিক লোকক সাহায্য প্ৰদান কৰে বেলতলা ভেটাপাৰাৰ স্থানীয় নিবাসী তথা বিশিষ্ট সমাজকৰ্মী ৰানা প্ৰতাপ তালুকদাৰে । এই সাহায্যৰ ভিতৰত আছে চাউল,দাইল আলু,তেলকে আদি নি সামগ্ৰী। কৰ’না মহামাৰীয়ে পৃথিৱীত ভয়াবহ ৰূপ ধাৰণ কৰাৰ পিছত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ভাৰতত ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰাৰ পিছতে সমাজকৰ্মী গৰাকীয়ে নিজাববীয়াকৈ আৰ্তজনক সহায় কৰাৰ বাবে ব্যবস্থা গ্ৰহণ কৰে ।ইতিমধ্যে তেওঁ পাঁচ সহস্ৰাধিক লোকক আগবঢ়োৱাৰ উপৰি আগন্তুক সময়তো অনেক দুৰ্গতজনক সহায়ৰ হাত আগবঢ়াব বুলি জানিবলৈ দিয়ে ।

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও দেশ আৰু সমাজৰ স্বাৰ্থত নিজৰ দায়িত্বত নিয়োজিত হৈ থকা কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ অনুৰোধ জনাই মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ই – মেইল যোগে জাৰ্নেলিষ্ট ফেডাৰেচন অৱ আছামে (জাফা) এখন স্মাৰক পত্ৰ খন প্ৰেৰণ কৰে । লগতে বিত্ত, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো স্মাৰক পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰে।

ত্ৰিপুৰাত ধৰা পৰিল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী*

ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : ত্ৰিপুৰাতো ওলাল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী। ইতিমধ্যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে টুইটাৰ যোগে জনাইছে এই কথা। ত্ৰিপুৰাৰ ৪৫ বছৰীয়া এগৰাকী মহিলাৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছৰ অৱস্থিতি। বৰ্তমান কোৰোণাত আক্ৰান্ত মহিলাগৰাকীক আগৰতলা চৰকাৰী চিকিত্‍সা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।

এইচডিএফচি বেংকে পিএম কেয়াৰ্ছ পুঁজিৰ বাবে বৰঙণি সংগ্ৰহ কৰিবলৈ লাভ কৰিছে নিৰ্দেশ

ষ্টাফৰিপৰ্টাৰ,,এপ্ৰিল।।।ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হোৱা যি কোনো জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ তথা আক্ৰান্তসকলক সহায় কৰিবলৈ গঠন কৰা পিএম কেয়াৰ্ছ পুঁজিৰ বাবে বৰঙণি সংগ্ৰহ কৰিবলৈ নিৰ্দেশ লাভ কৰিছে এইচডিএফচি বেংকে। ব্যক্তিবিশেষ তেওঁলোকৰ সুবিধা হোৱাকৈ ঘৰৰ পৰাই ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড আৰু ডিজিটেল বেংকিং চেনেল ব্যৱহাৰ কৰি বৰঙণি আগবঢ়াব পৰিব। ইয়াৰ বাবে তেওঁলোকে (https:.//www.hdfcbank.com/personal/pay/donations/)এই লিংকটোত ক্লিক কৰিব লাগিব।পি এম কেয়াৰ্ছলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অনুচ্ছেদ ৮০(জি)ৰ অধীনত কৰ ৰেহাই দিয়া হ’ব আৰু বৰঙণি আগবঢ়োৱাৰ ১৫-২০ দিনৰ ভিতৰতে পিএম কেয়াৰ্ছ প’ৰ্টেলৰ পৰা প্ৰাপ্তি ৰচিদ ডাউনলোড কৰিব পাৰিব। এই সন্দৰ্ভত এইচডিএফচি বেংকৰ পৰিচালন সঞ্চালক আদিত্য পুৰীয়ে এই সুযোগ লাভ কৰি সন্মানিত অনুভৱ কৰা বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে,এইচডিএফচি গ্রুপে পিএম কেয়াৰ্ছ পুঁজিলৈ ১৫০ কোটি টকা বৰঙণি হিচাবে আগবঢ়াইছে।

এইবাৰ কভিড পজিটিভ হ’ল বাঘ, নিউয়ৰ্কৰ চিৰিয়াখানাত বাঘিনীৰ শৰীৰলৈ কেনেকৈ বিয়পিল কোৰোণা?*

ষ্টাফৰিপোৰ্টাৰ, ৬ এপ্ৰিল :: মানুহৰ পৰা মানুহলৈ নহয়, জন্তুৰ পৰা মানুহলৈ নহয় এইবাৰ মানুহৰ পৰা বাঘলৈ বিয়পিল কোৰোণা ভাইৰাছ! আমেৰিকাৰ নিউ ইয়ৰ্ক চহৰৰ Bronx Zoo ৰ এটা বাঘৰ গাত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে । মানুহৰ পৰা জন্তুলৈ কোৰোণা ভাইৰাছ সংক্ৰমণৰ এইটো প্ৰথম ঘটনা বুলি সদৰি কৰিছে চিৰিয়াখানাৰ কৰ্তৃপক্ষই।
নাদিয়া নামৰ ৪ বছৰীয়া মালায়ন বাঘিনীজনীৰ নমুনা পৰীক্ষা কৰাৰ পাছত কোৰোণাৰ অৱস্থিতি ধৰা পৰিছে। বাঘিনীজনীয়ে শুকান কাহ মাৰি থকা পৰিলক্ষিত হোৱাৰ পাছত কোৰোণাৰ পৰীক্ষা কৰা হয় । চিৰিয়াখানা খনৰ পৰিচালনাৰ দায়িত্বত থকা ৱাইল্ড লাইভ কনজাৰভেচন চছাইটিয়ে (Wildlife Conservation Society) এক প্ৰেছ বিবৃতিত এই কথা উল্লেখ কৰিছে । সংক্ৰমিত হোৱা বাঘিনীৰ পৰা আৰু তিনিটা বাঘ আৰু তিনিটা সিংহলৈ কভিড-১৯ সোঁচৰাৰ আশংকা প্ৰকাশ কৰা হৈছে। নাদিয়াই খাদ্য যোগান ধৰা চিৰিয়াখানাৰ কৰ্মচাৰীৰ পৰা এই বেমাৰ লাভ কৰিলে বুলিও উল্লেখ কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই। কৰ্মচাৰীজনে শৰীৰত ভাইৰাছটো কঢ়িয়াই ফুৰিছিল যদিও কোনো লক্ষণ দেখুওৱা নাছিল। বাঘিনীজনীয়ে আক্রান্ত হোৱাৰ পাছত কিছু পৰিমাণে কমকৈ খাদ্য গ্ৰহণ কৰাৰ বাদে আন কোনো ধৰণৰ অসুস্থতা প্ৰদৰ্শন কৰা নাই । বৰ্তমান অসুস্থ পশুটো পশু চিকিৎসকৰ সম্পূৰ্ণ নিৰীক্ষণত আছে। নভেল কোৰ’না ভাইৰাছ বিভিন্ন জন্তুৰ শৰীৰত কি চৰিত্ৰ প্ৰদৰ্শন কৰিব সেয়া এতিয়াও জ্ঞাত নহয় । কিন্তু এই ঘটনাৰ পাছত United States Department of Agricultural এ কৰ’না আক্রান্ত লোকক পোহনীয়া জন্তুৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ পৰামৰ্শ দিছে।

জি এম ডি এ) ৰ সমূহ বিষয়া আৰু কৰ্মচাৰীৰ এদিনৰ দৰমহা “অসম আৰোগ্য নিধিলৈ”

ষ্টাফৰিপোৰ্টাৰ, ৬ এপ্ৰিল :: সমগ্ৰ বিশ্বজুৰী ক’ৰনা ভাইৰাচে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যতো ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে।ৰাজ্যত হোৱা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জনে “অসম আৰোগ্য নিধিলৈ” অনুদান আগবঢ়াইছে । গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ ( জি এম ডি এ) ৰ সমূহ বিষয়া আৰু কৰ্মচাৰী বৃন্দই এদিনৰ দৰমহা মুঠ ১,৭২৮৪৬..০০ টকা
অসম আৰোগ্য নিধিলৈৰ একাউন্টলৈ আগবঢ়ায়।

আৰ্তজনৰ কাষত চি পি আই এম

ষ্টাফরিপোৰ্টাৰ ৬ এপ্ৰিল ::লক ডাউনৰ ফলত আৱদ্ধ হৈ পৰা অসহায় লোক সকলক সহায়ৰ বাবে চি পি আই (এম) দলে বিশেষ উদ্যোগ লৈছে। সোমবাৰে গুৱাহাটীৰ নাৰেংগীৰ আমগাঁও, পানীখাইতি লাহাপাৰা, পানীখাইতি ৰেল গেট, বীৰকুছি আৰু নাৰেংগীৰ বাবু বষ্টি অঞ্চলত চিপিআই এমৰ কেন্দ্ৰীয় গুৱাহাটী আঞ্চলিক কমিটিৰ উদ্যোগত প্ৰায় ১২০ ঘৰ পৰিয়ালৈ সহায়ৰ হাত আগবঢ়ায়। প্ৰতিটো পৰিয়াললৈ এক টোপোলা (দাইল,চাউল, আলু আৰু চাবোন) খাদ্যবস্তু যোগান ধৰে। খাদ্য বস্তুৰ টোপোলাসমূহ নিয়াৰিকৈ বিতৰণ কৰাত ক্ষেত্ৰত কামৰূপ(মেট্ৰ’) জিলা প্ৰশাসনে সম্পূৰ্ণ সহযোগীতা আগবঢ়ায় বুলি এক বিবৃতি যোগে চিপিআই(এম) কেন্দ্ৰীয় গুৱাহাটী আঞ্চলিক কমিটিৰ
সম্পাদক কাশ্যপ চৌধুৰীয়ে জনায়।

আমিনগাঁও ৰাজহুৱা সাপ্তাহিক বজাৰ সমিতিৰ উদ্যোগত অসম আৰোগ্য নিধি ফাণ্ডলৈ ৫০ হাজাৰ টকাৰ বৰঙণি

ষ্টাফৰিপোৰ্টাৰ, ৬ এপ্ৰিল :: আমিনগাঁও ৰাজহুৱা সাপ্তাহিক বজাৰ সমিতিৰ উদ্যোগত অসম আৰোগ্য নিধি ফাণ্ডলৈ ৫০,০০০.০০ টকাৰ বৰঙণি আগবঢ়োৱা হয়। দেওবাৰে ৰাষ্টীয় স্বাস্থ্য অভিযান, গুৱাহাটী খ্ৰীষ্টান বস্তিস্হিত কাৰ্যলয়ত আমিনগাঁও ৰাজহুৱা সাপ্তাহিক বজাৰ সমিতিৰ সভাপতি সংগ্ৰাম দাস আৰু সাধাৰণ সম্পাদক নিতুল দাসে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হাতত পঞ্চাচ হাজাৰ টকাৰ চেক্ এখন প্ৰদান কৰে।

ৰাজ্যৰ চলচ্চিত্ৰ জগতৰ ১২০ গৰাকী কাৰিকৰী কল-কুশলীলৈ খাদ্য সামগ্ৰী বিতৰণ

ক্ৰীড়া আৰু যুৱ কল্যাণৰ সদস্য সচিব লক্ষ্য কোঁৱৰৰ প্ৰশংসনীয় পদক্ষেপ

ষ্টাফৰিপোৰ্টাৰ, ৬ এপ্ৰিল:- সমগ্ৰ বিশ্বৰ লগতে অসমতো কোৰোণাৰ ভয়াবহতাত জনজীৱন স্তব্ধ হৈ পৰিছে । সমগ্ৰ ভাৰতবৰ্ষ লকডাউন হোৱাৰ পিছত কিছু লোকৰ ক্ষেত্ৰত খাদ্য সংকটে দেখা দিয়া এক আশংকা আহিছে । এনে সময়তে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে জনোৱা আহ্বানৰ প্ৰতি সহাৰি জনাই গুৱাহাটীত থকা ১২০ গৰাকী চলচ্চিত্ৰ জগতৰ লগত জড়িত কলা-কুশলীলৈ এটা সপ্তাহৰ খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে এটাকৈ ছেনিটাইজাৰ বিতৰণ কৰে। এই অনুষ্ঠানত সামাজিক দুৰত্ব বজাই ৰাখি বিশিষ্ট সমাজ সেৱক ফণীন্দ্ৰ নাথ শৰ্মা আৰু বিধায়ীকা আঙুৰলতা ডেকা উপস্থিত থাকে । কলা-কুশলী সকলৰ হৈ অভিনেত্ৰী অমৃতা গগৈ, কৰিঅ’গ্ৰাফাৰ উদয় শংকৰ উপস্থিত থকে। ৰাষ্ট্ৰৰ বিপদৰ সময়ত লক্ষ্য কোঁৱৰে লোৱা এনে পদক্ষেপৰ বাবে বিশিষ্ট সমাজ সেৱী ফণীন্দ্ৰ নাথ শৰ্মাই অভিনন্দন জ্ঞাপন কৰে। ইফালে আনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ীকা ডেকাই সমাজৰ সামৰ্থবান লোক সকলক নূন্যতম সহায় সহযোগিতা কৰিবলৈ আহ্বান জনাই । অভিনেত্ৰী অমৃতা গগৈয়েও কোঁৱৰৰ পদক্ষেপক প্ৰশংসা কৰি ৰাজ্যবাসীক চৰকাৰী নীতি নিদেৰ্শ এশ শতাংশই পালন কৰাৰ বাবে আহ্বান জনায়। মুখ্যমন্ত্ৰীৰ নিদৰ্শত ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণৰ সদস্য সচিব লক্ষ্য কোঁৱৰে প্ৰতি দিনাই অভাৱগ্ৰস্থ ৰাইজৰ নূন্যতম প্ৰয়োজনীয় খিনিৰ পুৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ লগতে ১৪ এপ্ৰিল পৰ্যন্ত সম্পূৰ্ণ ৰূপে লকডাউন পালন কৰিবলৈ আহ্বান জনায়।

Recent Posts

কৰ’নাৰ বিৰুদ্ধে যুঁজত শিশু শিক্ষা সমিতি অসমৰ সাহাৰ্য*

  *পৰীক্ষা পৰিষদৰ সভাপতিয়ে দিলে দুই লাখ* ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল: সমগ্ৰ বিশ্বতে মানৱ জাতিৰ বাবে ভাবুকি হৈ পৰা কৰ’না মহামাৰীয়ে ভাৰতলৈও সংকট নমাই আনিছে। সম্প্ৰতি দেশত একৈশ দিনীয়া লক ডাউন অব্যাহত আছে যদিও নিতৌ এই ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। এই দুৰ্যোগৰ সময়ত দেশৰ প্ৰধান মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ আহ্বান ক্ৰমে …

Read More »

সাতগাওঁ অঞ্চলত প্ৰশাসনৰ অনুমতি সাপেক্ষে অসম গণ পৰিষদ দলৰ মুখপাত্ৰ তপন দাসৰ খাদ্য সামগ্ৰী বিতৰণ

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : দিশপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত সাতগাওঁ অঞ্চলত প্ৰশাসনৰ অনুমতি সাপেক্ষে অসম গণ পৰিষদ দলৰ মুখপাত্ৰ তপন দাসে স্থানীয় ৰাইজৰ মাজত মঙলবাৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে। এই কাৰ্যসূচীৰ লগতে ৰাইজৰ মাজত সজাগতাৰ দিশটো আগত ৰাখি ছেনিটাইজাৰ, মাস্ক আদিও বিতৰণ কৰে অগপ নেতা জনে।

Read More »

শ্ববে-বৰাত” উপলক্ষে নামাজ আৰু কবৰ জিয়াৰত নিজ নিজ ঘৰৰ পৰাই কৰিবলৈ অনুৰোধ গুৱাহাটী কবৰস্থান কমিটিৰ

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: ৰাজ্য চৰকাৰৰ নিৰ্দেশ নং এইছ এল এ/ ২৪৮/২০২০/২৫/ ২৩/০৩/২০২০ মৰ্মে মছজিদ-মন্দিৰ কবৰস্থান আৰু অন্যান্য ধর্মীয় অনুষ্ঠান বোৰত ২৪ মাৰ্চৰ পৰা ১৪ এপ্ৰিললৈ সমূহীয়া ভাৱে নামাজ, প্ৰাৰ্থনা, কবৰ জিয়াৰত ইত্যাদি সাময়িক ভাৱে বন্ধ ৰখা হৈছে। লগতে গুৱাহাটী কবৰস্থান কমিটিৰ তৰফৰ পৰা অসম চৰকাৰৰ নিৰ্দেশ অনুযায়ী সমূহ …

Read More »

শ্ববে-বৰাত” উপলক্ষে নামাজ আৰু কবৰ জিয়াৰত নিজ নিজ ঘৰৰ পৰাই কৰিবলৈ অনুৰোধ গুৱাহাটী কবৰস্থান কমিটিৰ

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: ৰাজ্য চৰকাৰৰ নিৰ্দেশ নং এইছ এল এ/ ২৪৮/২০২০/২৫/ ২৩/০৩/২০২০ মৰ্মে মছজিদ-মন্দিৰ কবৰস্থান আৰু অন্যান্য ধর্মীয় অনুষ্ঠান বোৰত ২৪ মাৰ্চৰ পৰা ১৪ এপ্ৰিললৈ সমূহীয়া ভাৱে নামাজ, প্ৰাৰ্থনা, কবৰ জিয়াৰত ইত্যাদি সাময়িক ভাৱে বন্ধ ৰখা হৈছে। লগতে গুৱাহাটী কবৰস্থান কমিটিৰ তৰফৰ পৰা অসম চৰকাৰৰ নিৰ্দেশ অনুযায়ী সমূহ …

Read More »

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ পেঞ্চনাৰ সন্থাৰ “অসম আৰোগ্য নিধিলৈ” ৫০ হাজাৰ টকাৰ বৰঙণি

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ প্ৰতিৰোধ সংগ্রামৰ বাবে অসম চৰকাৰে জনোৱা আহ্বান অনুসৰি অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ পেঞ্চনাৰ সন্থাই অসম আৰোগ্য নিধিলৈ ৫০ হাজাৰ টকাৰ বৰঙণি আগবঢ়ায়। সন্থাৰ সভাপতি টংকেশ্বৰ শর্মা পৰাশৰ আৰু সাধাৰণ সম্পাদক পদ্ম ধৰ ডেকাই কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে সকলো ক্ষেত্ৰতে চৰকাৰক সহায়-সহযোগিতা আগবঢ়াবলৈ সন্থাৰ …

Read More »

শ্ববে-বৰাত” উপলক্ষে নামাজ আৰু কবৰ জিয়াৰত নিজ নিজ ঘৰৰ পৰাই কৰিবলৈ অনুৰোধ গুৱাহাটী কবৰস্থান কমিটিৰ

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: ৰাজ্য চৰকাৰৰ নিৰ্দেশ নং এইছ এল এ/ ২৪৮/২০২০/২৫/ ২৩/০৩/২০২০ মৰ্মে মছজিদ-মন্দিৰ কবৰস্থান আৰু অন্যান্য ধর্মীয় অনুষ্ঠান বোৰত ২৪ মাৰ্চৰ পৰা ১৪ এপ্ৰিললৈ সমূহীয়া ভাৱে নামাজ, প্ৰাৰ্থনা, কবৰ জিয়াৰত ইত্যাদি সাময়িক ভাৱে বন্ধ ৰখা হৈছে। লগতে গুৱাহাটী কবৰস্থান কমিটিৰ তৰফৰ পৰা অসম চৰকাৰৰ নিৰ্দেশ অনুযায়ী সমূহ …

Read More »

পাঁচ সহস্ৰাধিক দুখীয়া লোকৰ মাজত খাদ্য সামগ্রী বিতৰণ

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : বিশিষ্ট সমাজ কৰ্মী ৰানা প্ৰতাপ তালুকদাৰৰ নেতৃত্বত সোমবাৰে পাঁচ সহস্ৰাধিক লোকৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰা হয়। বকো-ছয়গাৱৰ লগতে গুৱাহাটী মহানগৰীৰ বেলতলা, ভেটাপাৰাৰ বিষ্ণুমন্দিৰ ,গণেশ নগৰ আদি অঞ্চলৰ পাঁচ সহস্ৰাধিক লোকক সাহায্য প্ৰদান কৰে বেলতলা ভেটাপাৰাৰ স্থানীয় নিবাসী তথা বিশিষ্ট সমাজকৰ্মী ৰানা প্ৰতাপ তালুকদাৰে । …

Read More »

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও দেশ আৰু সমাজৰ স্বাৰ্থত নিজৰ দায়িত্বত নিয়োজিত হৈ থকা কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ অনুৰোধ জনাই মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ই – মেইল যোগে জাৰ্নেলিষ্ট ফেডাৰেচন অৱ আছামে (জাফা) এখন স্মাৰক পত্ৰ …

Read More »

ত্ৰিপুৰাত ধৰা পৰিল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী*

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : ত্ৰিপুৰাতো ওলাল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী। ইতিমধ্যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে টুইটাৰ যোগে জনাইছে এই কথা। ত্ৰিপুৰাৰ ৪৫ বছৰীয়া এগৰাকী মহিলাৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছৰ অৱস্থিতি। বৰ্তমান কোৰোণাত আক্ৰান্ত মহিলাগৰাকীক আগৰতলা চৰকাৰী চিকিত্‍সা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।

Read More »

এইচডিএফচি বেংকে পিএম কেয়াৰ্ছ পুঁজিৰ বাবে বৰঙণি সংগ্ৰহ কৰিবলৈ লাভ কৰিছে নিৰ্দেশ

  ষ্টাফৰিপৰ্টাৰ,,এপ্ৰিল।।।ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হোৱা যি কোনো জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ তথা আক্ৰান্তসকলক সহায় কৰিবলৈ গঠন কৰা পিএম কেয়াৰ্ছ পুঁজিৰ বাবে বৰঙণি সংগ্ৰহ কৰিবলৈ নিৰ্দেশ লাভ কৰিছে এইচডিএফচি বেংকে। ব্যক্তিবিশেষ তেওঁলোকৰ সুবিধা হোৱাকৈ ঘৰৰ পৰাই ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড আৰু ডিজিটেল বেংকিং চেনেল ব্যৱহাৰ কৰি বৰঙণি আগবঢ়াব পৰিব। …

Read More »

এইবাৰ কভিড পজিটিভ হ’ল বাঘ, নিউয়ৰ্কৰ চিৰিয়াখানাত বাঘিনীৰ শৰীৰলৈ কেনেকৈ বিয়পিল কোৰোণা?*

  ষ্টাফৰিপোৰ্টাৰ, ৬ এপ্ৰিল :: মানুহৰ পৰা মানুহলৈ নহয়, জন্তুৰ পৰা মানুহলৈ নহয় এইবাৰ মানুহৰ পৰা বাঘলৈ বিয়পিল কোৰোণা ভাইৰাছ! আমেৰিকাৰ নিউ ইয়ৰ্ক চহৰৰ Bronx Zoo ৰ এটা বাঘৰ গাত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে । মানুহৰ পৰা জন্তুলৈ কোৰোণা ভাইৰাছ সংক্ৰমণৰ এইটো প্ৰথম ঘটনা বুলি সদৰি কৰিছে চিৰিয়াখানাৰ কৰ্তৃপক্ষই। …

Read More »

জি এম ডি এ) ৰ সমূহ বিষয়া আৰু কৰ্মচাৰীৰ এদিনৰ দৰমহা “অসম আৰোগ্য নিধিলৈ”

  ষ্টাফৰিপোৰ্টাৰ, ৬ এপ্ৰিল :: সমগ্ৰ বিশ্বজুৰী ক’ৰনা ভাইৰাচে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যতো ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে।ৰাজ্যত হোৱা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জনে “অসম আৰোগ্য নিধিলৈ” অনুদান আগবঢ়াইছে । গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ ( জি এম ডি এ) ৰ সমূহ বিষয়া আৰু কৰ্মচাৰী বৃন্দই এদিনৰ দৰমহা মুঠ ১,৭২৮৪৬..০০ টকা …

Read More »

আৰ্তজনৰ কাষত চি পি আই এম

  ষ্টাফরিপোৰ্টাৰ ৬ এপ্ৰিল ::লক ডাউনৰ ফলত আৱদ্ধ হৈ পৰা অসহায় লোক সকলক সহায়ৰ বাবে চি পি আই (এম) দলে বিশেষ উদ্যোগ লৈছে। সোমবাৰে গুৱাহাটীৰ নাৰেংগীৰ আমগাঁও, পানীখাইতি লাহাপাৰা, পানীখাইতি ৰেল গেট, বীৰকুছি আৰু নাৰেংগীৰ বাবু বষ্টি অঞ্চলত চিপিআই এমৰ কেন্দ্ৰীয় গুৱাহাটী আঞ্চলিক কমিটিৰ উদ্যোগত প্ৰায় ১২০ ঘৰ পৰিয়ালৈ সহায়ৰ …

Read More »

আমিনগাঁও ৰাজহুৱা সাপ্তাহিক বজাৰ সমিতিৰ উদ্যোগত অসম আৰোগ্য নিধি ফাণ্ডলৈ ৫০ হাজাৰ টকাৰ বৰঙণি

  ষ্টাফৰিপোৰ্টাৰ, ৬ এপ্ৰিল :: আমিনগাঁও ৰাজহুৱা সাপ্তাহিক বজাৰ সমিতিৰ উদ্যোগত অসম আৰোগ্য নিধি ফাণ্ডলৈ ৫০,০০০.০০ টকাৰ বৰঙণি আগবঢ়োৱা হয়। দেওবাৰে ৰাষ্টীয় স্বাস্থ্য অভিযান, গুৱাহাটী খ্ৰীষ্টান বস্তিস্হিত কাৰ্যলয়ত আমিনগাঁও ৰাজহুৱা সাপ্তাহিক বজাৰ সমিতিৰ সভাপতি সংগ্ৰাম দাস আৰু সাধাৰণ সম্পাদক নিতুল দাসে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ …

Read More »

ৰাজ্যৰ চলচ্চিত্ৰ জগতৰ ১২০ গৰাকী কাৰিকৰী কল-কুশলীলৈ খাদ্য সামগ্ৰী বিতৰণ

  ক্ৰীড়া আৰু যুৱ কল্যাণৰ সদস্য সচিব লক্ষ্য কোঁৱৰৰ প্ৰশংসনীয় পদক্ষেপ ষ্টাফৰিপোৰ্টাৰ, ৬ এপ্ৰিল:- সমগ্ৰ বিশ্বৰ লগতে অসমতো কোৰোণাৰ ভয়াবহতাত জনজীৱন স্তব্ধ হৈ পৰিছে । সমগ্ৰ ভাৰতবৰ্ষ লকডাউন হোৱাৰ পিছত কিছু লোকৰ ক্ষেত্ৰত খাদ্য সংকটে দেখা দিয়া এক আশংকা আহিছে । এনে সময়তে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ …

Read More »