Tuesday , December 11 2018
শেহতীয়া খবৰ

শেহতীয়া সংবাদ

ছহিদ কুশল  ত্যাগক সোঁৱৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

  গোলাঘাটঃ দেশৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী যোদ্ধা তথা শ্বহীদ কুশল কোঁৱৰৰ গৃহভূমি সৰুপথাৰ আজি দিনজোৰা কায্যসূচীৰে তেঁওৰ ৭৫ সংখ্যক মৃত্যু বাৰ্ষিকী পালন কৰা হয়। ধনশিৰি মহকুমা প্রশাসনৰ উদ্যোগত অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ সহযোগত অনুষ্ঠিত কুশল কোৱঁৰৰ মৃত্যু তিথিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অংশগ্ৰহণ কৰে । ছহিদ জনৰ গৃহত মুখ্যমন্ত্ৰী …

Read More »

সোপাধৰা কি?

অন্ধবিশ্বাসৰ বাবেই অভিজিত-নীলোৎপল হত্যাকাণ্ড সমাজৰ বাবে লজ্জা  দীপজ্যোতি ডেকাঃ আমি যেতিয়া সৰু আছিলো তেতিয়া ঘৰৰ বাধা নেওচি ৰ’দে বতাহে সমনীয়াৰ লগত ঘূৰি ফুৰিছিলো। কেতিয়াবা পথাৰত ক্ৰিকেটৰ বেটখন লৈ, কেতিয়াবা যতে ততে ঘৰৰ মানুহক লুকাই ঔটেঙা চকলিয়াই খোৱা , আম-বগৰী বিচাৰি ঘূৰি ফুৰা ইত্যাদি দুষ্টামিবোৰ যেন আমাৰ বাবে আছিল নিচা। আমাৰ …

Read More »

পূব ৰঙিয়া ঈদগাহত ঈদৰ নামাজ আৰম্ভ হব ৰাতিপুৱা ৮.৩০ বজাত

পূব ৰঙিয়া ঈদগাহত ঈদৰ নামাজ আৰম্ভ হব ৰাতিপুৱা ৮.৩০ বজাত : বিশ্ব শান্তি তথা মাতৃভূমিৰ ঐক্য সংহতি আৰু প্ৰগতিৰ হকে ৰঙিয়াৰপৰা তুলতুল আহমেদ ৰ ৰিপ’ৰ্ট: ইছলামিক পবিত্ৰ ৰমজান মাহৰ ৰোজা পালনৰ পিছতে শাওয়াল মাহৰ প্ৰথম তাৰিখে কাঁচি জোনটিয়ে পশ্চিম আকাশত ভূমুকি মৰাৰ লগে লগে সমগ্ৰ বিশ্বৰ মুছলিম লোক সকলে খুশীৰ …

Read More »