Tuesday , January 22 2019
শেহতীয়া খবৰ

শেহতীয়া সংবাদ

মিতব্যয়ী যাত্রাৰ সুবিধাৰ্থে গুৱাহাটীত আৰম্ভ হ’ল ৱাইফী কেবৰ

  ষ্টাফ ৰিূপোৰ্টাৰ,,,,,,।।।। ২১ জানুৱাৰী,,, গুৱাহাটী মহানগৰীত “জানুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰা হৈছে ষ্টাৰ্ট-আপ ৱাইফী কেৱে পৰীক্ষা মূলক যাত্রা আৰম্ভ কৰিছে। এতিয়াৰে পৰা যাত্ৰী সকলে গুৱাহাটীৰ ভিতৰত কম সময় ভিতৰত অধিক সুবিধা থকা ৱাইফী কেৱত ভ্ৰমণ কৰিব পাৰিব। গ্ৰাহক সকলে গুগল প্লেষ্টৰৰ পৰা ৱাইফী কেব এপ ডাউনলোড কৰিব পাৰিব আৰু বুকিঙৰ …

Read More »

কল্পৰ উদ্যোগত “কল্পবৃক্ষ”

  ষ্টাফ ৰিপোৰ্টাৰ।।। ২১ জানুৱাৰী।।। সাহিত্য, কলা- সংস্কৃতি আৰু সামাজিক সংহতিৰ প্ৰসাৰৰ অনুষ্ঠান কল্পই গুৱাহাটীত মুকলি কৰে “কল্পবৃক্ষ”। গুৱাহাটীৰ বেলতলাস্থিত সৌৰভ নগৰ কেতেকী পথত প্ৰতিষ্ঠা হোৱা কল্পবৃক্ষত বিদ্যাৰ্থী সকলে শিকিব পাৰিব সত্ৰীয়া, সংগীত, থিয়েটাৰ আৰু অন্য সংলগ্ন পৰম্পৰা সমুহ। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদমেল যোগে কল্পৰ সহকাৰী সম্পাদক …

Read More »

আমিও ভূমিপুত্ৰ হিচাপে জাতিটোৰ দায়িত্ব লৈছোঁ, শেষপৰ্যন্ত জাতিৰ স্বাৰ্থত কাম কৰি যাম — সৰ্বানন্দ সোণোৱাল

  ষ্টাফৰিপৰ্টাৰ, ২০ জানুৱাৰী, “আমিও ভূমিপুত্ৰ হিচাপে জাতিটোৰ দায়িত্ব লৈছোঁ, শেষপৰ্যন্ত জাতিৰ স্বাৰ্থত কাম কৰি যাম – লখিমপুৰত আউনীআটী সত্ৰৰ নতুন শাখা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়– “নাগৰিকত্ব সংশোধনী বিধেয়ক এটা ৰাষ্ট্ৰীয় প্ৰক্ৰিয়া, ১৯৫০ চনৰ পৰাই আৰম্ভ হৈছে ইয়াৰ পৰিকল্পনা।”

Read More »