Saturday , March 23 2019

শেহতীয়া সংবাদ

আজি কেইবাটাও পঞ্চায়তত পুনৰ ভোটগ্ৰহণ

  ষ্টাফৰিপৰ্টাৰ, ৭ ডিচেম্বৰ, আজি কেইবাটাও পঞ্চায়তত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। ৪৩টা ভোটকেন্দ্ৰত অনুষ্ঠিত হয় পুনৰ ভোটগ্ৰহণ। বিভিন্ন বিসংগতিৰ বাবে এই কেন্দ্ৰসমূহত বুধবাৰে স্থগিত ৰখা হৈছিল ভোটগ্ৰহণ। লখিমপুৰৰ ২৭টা, কামৰূপ মহানগৰৰ ৩টা, ধেমাজিৰ ৪টা, ঢকুৱাখনাৰ দুটা, শিৱসাগৰৰ দুটা, চৰাইদেউৰ এটা, বিশ্বনাথৰ এটা, তিতাবৰৰ এটা আৰু গহপুৰৰ দুটা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ। …

Read More »

বড়ো সাহিত্য সভাৰ ৫৮সংখ্যক বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন

ষ্টাফৰিপৰ্টাৰ, ৭ ডিচেম্বৰ, বড়ো সাহিত্য সভাৰ ৫৮সংখ্যক বাৰ্ষিক অধিৱেশনৰ লাইখুটা শুকুৰবাৰে স্থাপন কৰা হয়। গহপুৰৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ দৈমালুৰ দৈমালু উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব এই অধিৱেশন। লাইখুটা স্থাপন কাৰ্যসূচীত উপস্থিত থাকে বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো, প্ৰধান সম্পাদক প্ৰশান্ত বড়ো, অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্ৰীবন্ধন সমিতিৰ কাৰ্যকৰী …

Read More »

প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

  ষ্টাফৰিপৰ্টাৰ, ৭ ডিচেম্বৰ, জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে ৭০টা সংগঠনৰ। লোকসভাৰ শীতকালীন অধিৱেশনৰ প্ৰাকক্ষণত ৯ ডিচেম্বৰৰ পৰা দিল্লীৰ সংসদ ভৱনৰ সন্মুখত আমৰণ অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিব।সংবাদমেলযোগে এই কথা জনালে অখিল গগৈয়ে। দেশৰ ১৪৯খন তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ …

Read More »