Wednesday , June 19 2019

শেহতীয়া সংবাদ

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ 

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ নাৰ্ছিংহোমৰ আই চি ইউত মৃত্যুৰে যুঁজিছে ৰঙিয়াৰ যুৱকে উত্তৰ কামৰূপ, ১৮ জুনঃ ৰঙিয়াত হঠাৎ জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে ৷ ৰঙিয়া চহৰৰ কিছুুমান অঞ্চলৰ লগতে ওচৰ পাজৰৰ কেইবাটাও ঠাইত সম্প্ৰতি জাপানীজ এনকেফেলাইটিছ ৰোগ বিয়পিি পৰাৰ বাতৰি পোৱা গৈছে ৷ শেহতীয়াকৈ ৰঙিয়াৰ …

Read More »

বৰপেটাতো টেট শিক্ষকৰ প্ৰতিবা

বৰপেটাতো টেট শিক্ষকৰ প্ৰতিবাদঃ চাকৰি নিয়মীয়াকৰণৰ দাবী, দহদিনৰ সময়সীমা টেট শিক্ষকৰ:: বৰপেটা, ১৮ জুনঃ ঠিকাভিত্তিত নিয়োজিত টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰন কৰা,  বয়স উকলি যোৱা টেট উত্তীৰ্ণ শিক্ষকসকলৰ চাকৰিৰ নিশ্চিতিকৰনৰ দাবীত আজি প্ৰতিবাদী আন্দোলনত নামিল ৰাজ্যৰ টেট উত্তীৰ্ণ শিক্ষকসকল ৷ বিশেষকৈ টেট উত্তীৰ্ণ শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰনৰ প্ৰসংগত টেট শিক্ষকসকলক ড্ৰাইভাৰৰ সৈতে …

Read More »

অইলৰ বিৰোধে ক্ষোভ দল-সংগঠনৰ 

    চাবুৱাঃ১৮ জুনঃ অইল ইণ্ডিয়া লিমিটেডৰ তৰফৰ পৰা যােৱা ইংৰাজী ১৩ ছেপ্তেম্বৰ ২০১৭ তাৰিখে বিভিন্ন বাতৰি কাকতৰ যােগেদি কনিষ্ঠ সহায়ক কম্পিউটাৰ ৮০ টা পদৰ বাবে বিজ্ঞাপন, ১৮ অক্টোবৰ ২০১৭ তাৰিখে ৩৯৪ টা কাৰিকৰী পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰা পাছত হাজাৰ হাজাৰ নিবনুৱা প্ৰাৰ্থীয়ে আবেদন কৰিছিল যদিও ১৯,২০ মাহ উকলি …

Read More »