Wednesday , May 22 2019

শেহতীয়া সংবাদ

অযোধ্যাৰ বিতৰ্কিত ভূমি সন্দৰ্ভত উচ্চতম ন্যায়ালয়

  ষ্টাফৰিপৰ্টাৰ, ১০ মে’ : অযোধ্যাৰ বিতৰ্কিত ভূমি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শেহতীয়া স্থিতি ঘোষণা কৰা হৈছে। মধ্যস্থতাকাৰীক ১৫ আগষ্ট পৰ্যন্ত সময়সীমা উচ্চতম ন্যায়ালয়ে বান্ধি দিছে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত ৫ সদস্যৰ সাংবিধানিক বেঞ্চৰ এই নিৰ্দেশ। ভূমি বিবাদ নিষ্পত্তিৰ বাবে গঠন কৰা হৈছিল মধ্যস্থতাকাৰীৰ এক পেনেল।

Read More »

শক্তিপীঠ কামাখ্যাৰ প্ৰতি কুখ্যাত সন্ত্ৰাসবাদীৰ ভাবুকি

  ষ্টাফৰিপৰ্টাৰ, ১০ মে’ : শক্তিপীঠ কামাখ্যাৰ প্ৰতি কুখ্যাত সন্ত্ৰাসবাদী সংগঠনৰৰ ভাবুকি আহিছে। এই ভাবুকিৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে অনুষ্ঠিত কৰিলে বৈঠক। পিছে ভক্তৰ ভ্ৰূক্ষেপ নাই এনে ভাবুকিলৈ। শুকুৰবাৰেও কামাখ্যাধামত সহস্ৰাধিক ভক্তৰ সমাগম ঘটে।

Read More »

আই টি চি ফুডছৰ বি নেচাৰেল ৰেঞ্জৰ পানীয় মুকলি

ষ্টাফ ৰিপোৰ্টাৰ,,১০ মে’: ,আই টি চি ফুডছ শাখাই শুকুৰবাৰে মুকলি কৰিলে ইয়াৰ বি নেচাৰেল ৰেঞ্জৰ আন এক প্ৰকাৰৰ পানীয়। এই পানীয় হ’ল পেট বটলত আগবঢ়োৱা সংযোজিত সংৰক্ষক দ্ৰব্য নথকা দেশৰ প্ৰথমটো প্ৰিমিয়াম পেকেজড ফল- মূলৰ পানীয়। আজি মুকলি হোৱা ৰেঞ্জত আছে হিমালয়ান মিক্সড ফ্ৰুইট, ৰত্নাগিৰি এলফ’ন্স” আৰু দক্ষিণ পিংক গোৱাভা …

Read More »