Monday , November 19 2018
শেহতীয়া খবৰ

শেহতীয়া সংবাদ

বৰ্তমান কংগ্ৰেছৰ উত্থানত শংকিত অগপ-বিজেপি

  ষ্টাফৰিপৰ্টাৰ, বৰ্তমান কংগ্ৰেছৰ উত্থানত শংকিত অগপ-বিজেপি। সংবাদমেলত মন্তব্য কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যৰ। অধিকসংখ্যক গাঁও পঞ্চায়ত আৰু জিলা পৰিষদ কংগ্ৰেছেই গঠন কৰিব বুলিও মন্তব্য। বৰ্তমান পৰিৱেশ-পৰিস্থিতি দেখি বিজেপি হতাশ হৈছে। জয়ন্ত মল্ল বৰুৱাক সমালোচনা কৰি ভট্টাচাৰ্যই কয় – “ছিণ্ডিকেটৰ ক’লাধন জয়ন্ত মল্লহঁতৰ হাতত আছে। গোপন বুজাবুজিৰে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ …

Read More »

‘অসমৰ বড়োসকলক প্ৰেচাৰ কুকাৰসদৃশ পৰিৱেশত আৱদ্ধ কৰি থোৱা হৈছে’ – প্ৰমোদ বড়ো

  ষ্টাফৰিপৰ্টাৰ,অসমৰ বড়োসকলক প্ৰেচাৰ কুকাৰসদৃশ পৰিৱেশত আৱদ্ধ কৰি থোৱা হৈছে—- দিল্লীত এই মন্তব্য এবছুৰ সভাপতি প্ৰমোদ বড়োৰ। দেশৰ আন আন পৃথক ৰাজ্যৰ দাবীদাৰ সংগঠনৰ সৈতে দিল্লীত নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিবাদ। চৰকাৰৰ বিৰুদ্ধে বিশাল গণ আন্দোলন আৰম্ভ কৰাৰ হুংকাৰ এবছুৰ। নেচনেল কনফেডাৰেচন ফৰ নিউ ষ্টেটছৰ উদ্যোগত সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে উত্তাল কৰিলে …

Read More »

গুৱাহাটীত ১৪৪ ধাৰা জাৰি প্ৰশাসনৰ

  ষ্টাফৰিপৰ্টাৰ,গুৱাহাটীত ১৪৪ ধাৰা জাৰি প্ৰশাসনৰ। সংকল্প যাত্ৰাৰ প্ৰতিৰোধ কৰিবলৈ এই ধাৰা জাৰি কাইলৈ গুৱাহাটীত ৩০টা সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিব দিছপুৰত। কে এম এছ এছ আৰু এ জে ৱাই চি পি ৰ যুটীয়া সংবাদমেল ‘ষ্টাফৰিপৰ্টাৰ, ১৫ নৱেম্বৰ, কাইলৈ সংকল্প যাত্ৰা সামৰণি পৰাৰ কথা’।‘শদিয়া, ধুবুৰী, জোনাই, ডিফুৰ পৰা অহা প্ৰতিবাদকাৰীক তামুলপুৰ, …

Read More »