Wednesday , June 19 2019

শেহতীয়া সংবাদ

ডিফুত উপস্থিত ভাৰতীয় ফুটবলৰ ৰাজপুত্ৰ বাইচুং ভূটীয়া

  ষ্টাফৰিপৰ্টাৰ,ডিফুত উপস্থিত ভাৰতীয় ফুটবলৰ ৰাজপুত্ৰ বাইচুং ভূটীয়া উপস্থিত হয়।কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ মূল ষ্টেডিয়াম উদ্বোধন কৰিব তাৰকা ফুটবলাৰগৰাকীয়ে। নৱনিৰ্মিত ষ্টেডিয়ামখনত ডিফুৰ মৰ্ণিং ষ্টাৰ আৰু বাংলাদেশৰ আছাদুজামান ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্ৰীতি ফুটবল খেলো উপভোগ কৰিব বাইচুং ভূটীয়াই। অনুষ্ঠানত উপস্থিত থাকিব মন্ত্রী পীযূষ হাজৰিকা আৰু কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য …

Read More »

অসমৰ বিত্তীয় ক্ষেত্ৰত অচলাৱস্থা অহা নাই—পীযূষ হাজৰিকা

  ষ্টাফৰিপৰ্টাৰ, ‘অসমৰ বিত্তীয় ক্ষেত্ৰত অচলাৱস্থা অহা নাই- এইখন চৰকাৰৰ দিনত ১৫ বছৰত নোহোৱা কাম হৈছে। সংবাদমেলত এই মন্তব্য মন্ত্ৰী পীযূষ হাজৰিকাৰ। বিনামূলীয়া নামভৰ্তিৰে উপকৃত হৈছে বহু ছাত্ৰ-ছাত্ৰী। অটল অমৃত যোজনাৰে বহু লোক উপকৃত হোৱাৰ লগতে ১ লাখ মহিলা আত্মসহায়ক গোটে লাভ কৰিছে ২৫ হাজাৰ টকাকৈ। কংগ্ৰেছে আত্মসহায়ক গোটক দিছিল …

Read More »

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ

  ষ্টাফৰিপৰ্টাৰ: জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ সাবস্ত্য কৰা হয় গুৱাহাটী মহানগৰীত। বিধেয়খন বাতিলৰ দাবীত দিছপুৰত সদৌ অসম ছাত্ৰ সন্থাসহ ২৮টা সংগঠনৰ সকীয়নি বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে। “কোনোপধ্যেই মানি নলওঁ নাগৰিকত্ব সংশোধনী বিধেয়ক “- মন্তব্য আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত চৰকাৰক স্থিতি স্পষ্ট কৰাৰ …

Read More »