Wednesday , June 19 2019

শেহতীয়া সংবাদ

#BREAKING NEWS

#ৰঙিয়াত ঠিকাদাৰক ধন দাবী কৰিবলৈ অহা দুইজন যুৱকক আটক । ধৃত যুৱক দুজন হৈছে এনডিএফবি (ৰঞ্জন দৈমাৰী গোট-চিজফায়াৰ) ৰ সদস্য ক্ৰমে গেৰেমছা বসুমতাৰী আৰু ল’নি ব্ৰহ্ম দুয়োজন লোককে স্থানীয় ৰাইজে উত্তম মাধ্যম দি গতাই দিলে আৰক্ষীক ।

Read More »

দীপিকা-ৰণবীৰ বিবাহ

ষ্টাফৰিপৰ্টাৰ:    বহু জল্পনা কল্পনাৰ অৱসান ঘটাই অচিৰে বিবাহপাশত আৱদ্ধ হ’ব দীপিকা-ৰণবীৰ। দীৰ্ঘদিনে শুভ পৰিণয়ক লৈ চলি থকা চৰ্চাৰ মাজতে দুয়োগৰাকী জনপ্ৰিয় অভিনেতাই আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিলে সুখবৰ। ছচিয়েল মিডিয়াযোগে দুখন কাৰ্ডযোগে অনুৰাগী, শুভাকাংক্ষীক ধন্যবাদ জনোৱাৰ লগতে বিচাৰিলে শুভাশিস।

Read More »

লালকিল্লাত ত্ৰিৰংগা উৰুৱাই নতুন ইতিহাস ৰচিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

  ষ্টাফৰিপৰ্টৰ : লালকিল্লাত ত্ৰিৰংগা উৰুৱাই নতুন ইতিহাস ৰচিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৭২বছৰীয়া পৰম্পৰা ভংগ কৰি ত্ৰিৰংগা উৰুৱাই সুভাষ বসু জিন্দাবাদ ধ্বনি দিলে প্ৰধানমন্ত্ৰীয়ে। আজাদ হিন্দ চৰকাৰৰ ৭৫ বছৰীয়া প্ৰতিষ্ঠা দিৱসত ব্যতিক্ৰমী পদক্ষেপেৰে দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিলে মোদীয়ে। নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ (স্বাধীন ভাৰত) ঘোষণাৰ ৭৫সংখ্যক বাৰ্ষিকী উদযাপন …

Read More »