Wednesday , June 19 2019

শেহতীয়া সংবাদ

বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ’লে প্ৰথমে মই আত্মহত্যা কৰিম

  ষ্টাফৰিপৰ্টাৰ : বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ’লে প্ৰথমে মই আত্মহত্যা কৰিম। হোজাইৰ নীল বাগানত এই বিস্ফোৰক মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ। বিজেপিৰ এখন সভাত এ আই ইউ ডি এফক কঠোৰ সমালোচনাও কৰে বিজেপিৰ ৰাজ্যিক সভাপতিজনে।

Read More »

ৰাকেশ পালক পুনৰ গ্ৰেপ্তাৰ

  ষ্টাফৰিপৰ্টাৰ: ৰাকেশ পালক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে। কাৰাগাৰতে চি আই ডি-এ পুনৰ গ্ৰেপ্তাৰ কৰে ৰাকেশ পালক। গ্ৰেপ্তাৰৰ পিছতে ৰাকেশ পালক মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। চি আই ডি-এ ৭ দিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে পালক। বৰ্তমান কাৰাগাৰৰ আলহী এ পি এছ চিৰ …

Read More »

দেৱজিত শইকীয়াৰ পদত্যাগ

  ষ্টাফৰিপৰ্টাৰ: গুৱাহাটী উচ্চ ন্যায়ালয়ত অসম চৰকাৰৰ শিক্ষা বিভাগৰ ছিনিয়ৰ ষ্টেণ্ডিং কাউঞ্চিল পদৰ পৰা পদত্যাগ জ্যেষ্ঠ অধিবক্তা দেৱজিত শইকীয়াৰ। দেৱজিত শইকীয়া অসম চৰকাৰৰ জ্যেষ্ঠ অতিৰিক্ত মহাধিবক্তা।‍

Read More »