Wednesday , June 19 2019

শেহতীয়া সংবাদ

হিমন্ত বিশ্ব শৰ্মা পৰ্যায়ক্ৰমে বিজেপিৰ বাবে সমস্যালৈ ৰূপান্তৰিত হৈছে—হৰিশ ৰাৱট

  ষ্টাফৰিপৰ্টা :হিমন্ত বিশ্ব শৰ্মা পৰ্যায়ক্ৰমে বিজেপিৰ বাবে সমস্যালৈ ৰূপান্তৰিত হৈছে’ – দিল্লীত সংবাদমেলত মন্তব্য অসম কংগ্রেছৰ পৰ্যবেক্ষক হৰিশ ৰাৱটৰ। দিল্লীৰ বাসগৃহত অনুষ্ঠিত সংবাদমেলত ৰাৱটে কয় – সৰ্বানন্দ সোণোৱাল ১ নম্বৰ হৈ থকাটো হিমন্ত বিশ্ব শৰ্মাই নিবিচাৰে। এ আই ইউ ডি এফৰ সৈতে কংগ্রেছৰ মিত্ৰতাৰ কোনো পৰিকল্পনা নাই বুলিও মন্তব্য …

Read More »

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লেই ভংগ হ’ব অগপ আৰু বিজেপিৰ মিত্ৰতা

  ষ্টাফৰিপৰ্টাৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লেই ভংগ হ’ব অগপ আৰু বিজেপিৰ মিত্ৰতা। পাঠশালাত এই হুংকাৰ অগপ বিধায়ক পবিন্দ্ৰ ডেকাৰ। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিজেপিৰ স্থিতিক তীব্ৰ সমালোচনা কৰি অগপ বিধায়কজনে ক’লে জাতি-মাটি আৰু ভেটি এতিয়া বাংলাদেশীৰ ওচৰত বিক্ৰী কৰিব বিজেপিয়ে। অসমীয়াৰ বিৰুদ্ধে হ’ব বিজেপিৰ এই সমাৱেশ। দুবছৰৰ পৰাই হিন্দু …

Read More »

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ জিলিকিল অসম জীয়ৰী

  ষ্টাফৰিপৰ্টেৰ: ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ জিলিকিল অসম জীয়ৰী। দেশৰ ২৫খন ৰাজ্যৰ সহস্ৰাধিক প্ৰতিযোগীৰ মাজত অসম তথা উত্তৰ-পূবক জিলিকালে ৰহাৰ সুষমা কোঁৱৰে। গ্লেমন মিচ প্ৰতিযোগিতাত শ্ৰেষ্ঠ কেটৱাৰ্ক প্ৰতিযোগী হিচাপে সন্মান অৰ্জন সুষমাৰ। ৰহাৰ ৰূপহীতলী গাঁৱৰ পৱিত্র কোঁৱৰ আৰু জুনু কোঁৱৰৰ তৃতীয় কন্যা সুষমা চণ্ডীগড়ৰ ইনষ্টিটিউট অব টেকনলজী মেনেজমেণ্টৰ এয়াৰ লাইনচ টুৰিজিমৰ …

Read More »