Wednesday , July 17 2019
শেহতীয়া খবৰ

শেহতীয়া সংবাদ

আম্বেদকাৰৰ ৬৩সংখ্যক মৃত্যুতিথি

  ষ্টাফৰিপৰ্টাৰ, ৬ ডিচেম্বৰ, ভাৰত ৰত্ন বাবাচাহেব ড০ ভীমৰাও ৰামজী আম্বেদকাৰৰ আজি ৬৩সংখ্যক মৃত্যুতিথি পালন কৰা হয়। ১৯৫৬ চনৰ আজিৰ দিনটোতে দেহাৱসান ঘটিছিল ভাৰতৰ সংবিধান প্ৰণেতাগৰাকীৰ। দেশজুৰি আম্বেদকাৰৰ সোঁৰণত আয়োজন কৰা হয় বিভিন্ন কাৰ্যসূচীৰ।

Read More »

ভোটাৰ ৰাইজক ধন্যবাদ ৰাজ্যিক বিজেপিৰ

  ষ্টাফৰিপৰ্টাৰ, ৬ ডিচেম্বৰ, প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত ব্যাপক সঁহাৰিৰ বাবে ভোটাৰ ৰাইজক ধন্যবাদ জনালে ৰাজ্যিক বিজেপিয়ে। চৰকাৰৰ ওপৰত ৰাইজৰ আস্থা আৰু বিশ্বাস থকাৰ বাবেই অভিলেখসংখ্যক ভোটাধিকাৰ সাব্যস্ত হৈছে বুলি মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ। দুৰ্নীতিমুক্ত পঞ্চায়ত গঠনৰ শ্লোগান লৈ এইবাৰ ৰাইজৰ কাষলৈ গৈছিল বিজেপি। ৰিপুণ বৰাক তীব্ৰ সমালোচনা …

Read More »

হোজাই জিলাত ড্ৰাই ডে’ ঘোষণা

  ষ্টাফৰিপৰ্টাৰ, ৬ ডিচেম্বৰ, দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনলৈ লক্ষ্য ৰাখি হোজাই জিলাত ড্ৰাই ডে’ ঘোষণা প্ৰশাসনৰ। ৭ ডিচেম্বৰৰ বিয়লি ৩ বজাৰ পৰা ৯ ডিচেম্বৰৰ বিয়লি ৩ বজালৈ সমগ্ৰ জিলাখনত ড্ৰাই ডে’ ঘোষণা। ১২ ডিচেম্বৰৰ দিনাও ভোট গণনা শেষ নোহোৱাপৰ্যন্ত বাহাল থাকিব ড্ৰাই ডেৰ’ নিৰ্দেশনা।

Read More »