Wednesday , June 19 2019

শেহতীয়া সংবাদ

আই এছ এল ৰ মেচত নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ জয়

  ষ্টাফৰিপোৰ্টাৰ, আই এছ এল ৰ আজিৰ মেচত নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ জয় । নৰ্থ ইষ্ট ইউনাইটেডৰ বিৰুদ্ধে কলকাতাৰ পৰাজয় বৰণ ১-০ত জয় লাভ কৰিলে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত হৈছিল খেলখন এই জয়েৰে পইণ্ট তালিকাৰ শীৰ্ষত নৰ্থ ইষ্ট ইউনাইটেড

Read More »

চৰকাৰ চলোৱাত ব্যৰ্থ

ষ্টাফৰিপোৰ্টাৰ, চৰকাৰ চলোৱাত ব্যৰ্থ হৈছে– বিজেপি। বাছ ভাৰা বৃদ্ধি পোৱাত ঘৰৰ পৰা নোলোৱা হৈছে মানুহ। বিধানসভাৰ মজিয়াত এই মন্তব্য ৰকিবুল হুছেইনৰ। পেট্ৰ’ল-ডিজেলৰ দাম হ্ৰাস সন্দৰ্ভত ৰকিবুল হুছেইনে কয় – ‘ৰাজ্যিক ভেট ৫ টকা কমালে গামোচা দিয়াৰ কথা আছিল, এতিয়া গামোচা নহয়, ৰুমাল দিব পাৰি। ৫ টকাৰ সলনি ২.৫০ টকা কমাইছে …

Read More »

জে’ললৈ প্ৰেৰণ কৰিব লাগে বিধায়ক অতুল বৰাক’—শিলাদিত্য দেৱ।

‘ ষ্টাফৰিপোৰ্টাৰ,জে’ললৈ প্ৰেৰণ কৰিব লাগে বিধায়ক অতুল বৰাক’। তেওঁ আত্মহত্যা কৰিম বুলি কৰা মন্তব্য বে-আইনী’ ।- অতুল বৰাৰ বিৰুদ্ধে সৰৱ বিধায়ক শিলাদিত্য দেৱ। অতুল বৰাই বিজেপিৰ নীতি-আদৰ্শ গ্ৰহণ কৰা নাই। ঢৌ দেখি বিধায়ক হ’বলৈহে অতুল বৰা বিজেপিলৈ আহিছিল বুলিও মন্তব্য শিলাদিত্য দেৱৰ।

Read More »